ইটালীৰ ৰাজধানী ৰোমত Eco Friendly খ্ৰীষ্টমাছ

Telegram

ইটালীৰ ৰাজধানী ৰোম খ্ৰীষ্টমাছ উপলক্ষে এক অসাধাৰণ ৰূপত সজাই তোলা হৈছে। ইয়ে এবাৰ সম্পূৰ্ণ পৰিসৰত eco-friendly দিশত দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰত্যেক ২৫ বছৰৰ মূৰে মূৰে খ্ৰীষ্টমাছৰ সময়ত এই ধৰণৰ বিশেষ উৎসৱৰ আয়োজন কৰা হয়।

 

ৰোমৰ বিভিন্ন স্থান সুন্দৰ আলোকসজ্জাৰে সজ্জিত হোৱাৰ ফলত পৰ্যটকৰ সৈতে চহৰখন উপচি পৰিছে। বিশেষকৈ, ভিয়া ডেল কৰ্চো ইতিমধ্যে পৰ্যটকসকলৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অনুমান কৰা হৈছে যে, এই খ্ৰীষ্টমাছ উৎসৱৰ সময়ত ইটালীৰ ৰাজধানী ৰোমলৈ ৩ কোটিৰো অধিক পৰ্যটক আহিব।

 

ইয়াৰ এই উজ্জ্বল পৰিৱেশ আৰু পৰিৱেশ-সন্মত দিশৰ সংমিশ্ৰণ ৰোমক আনখন বহিঃদেশীয় পৰ্যটন গন্তব্যতকৈ অধিক বিশেষ স্থানত উপনীত কৰিছে।

 

  • Related Posts

    FED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTH

    Telegram

    TelegramTweetFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTH   Washington, D.C. – Federal Reserve Chair Jerome Powell has directly tied President Donald Trump’s sweeping tariffs to rising…

    Pak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourse

    Telegram

    TelegramTweet“Pak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourse       At the United Nations, India has once again hit back at Pakistan’s repeated attempts…

    Leave a Reply

    Your email address will not be published. Required fields are marked *