আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৪ সময়সূচী ঘোষণা।

Telegram

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৪ সময়সূচী ঘোষণা কৰিছে। পৰীক্ষা ১৫ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে আৰম্ভ হ’ব আৰু ৩ মাৰ্চত শেষ হ’ব। পৰীক্ষাৰ সময় দুই পালিত অনুষ্ঠিত হ’ব:

Oplus_131072
Oplus_131072ক

https://btrnews.in/wp-content/uploads/2024/11/1732531966_5664.pdf

1. পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ।

 

 

2. দুপৰীয়া ১ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈ।

 

 

 

ব্যৱহাৰিক পৰীক্ষাসমূহ ২১ আৰু ২২ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’ব।

 

অসমৰ লক্ষাধিক পৰীক্ষাৰ্থীৰ বাবে এই সময়সূচী অত্যন্ত গুৰুত্বপূর্ণ। পৰীক্ষাৰ্থীসকলক সময় অনুসৰি প্রস্তুতি গ্ৰহণ কৰি সজাগ হ’বলৈ পৰিষদে আহ্বান জনাইছে।

 

সকল অভিভাৱক, শিক্ষক আৰু পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰা হৈছে যাতে এই পৰীক্ষা সফলভাৱে

সম্পন্ন হয়।

 

  • Related Posts

    সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষ

    Telegram

    TelegramTweet“সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষ   NCERT পাঠ্যসূচী পৰিবৰ্তনক লৈ কেন্দ্ৰ চৰকাৰক কটাক্ষ কৰিলে AIMIM ৰ সভাপতি আসাদুদ্দিন ওৱাইচী। তেওঁ অভিযোগ উত্থাপন…

    নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠান

    Telegram

    TelegramTweetনুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠান   আজিৰ দিনটোত নুমলীগড়ত আয়োজন কৰা হৈছে দেশৰ এক ঐতিহাসিক অনুষ্ঠান। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত জৈৱ ইথানল প্ৰকল্পৰ শুভ উদ্বোধন কৰে। প্ৰায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *