অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাখা সমিতি গঠনঃ

Telegram

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাখা সমিতি গঠনঃ

 

তামুলপুৰ ,১০ জুনঃ

 

তামুলপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন প্ৰতিনিধিত্বমূলক সভাত তামুলপুৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাখা সমিতি গঠন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ উপ সভাপতি ভূৱনেশ্বৰ পাটোৱাৰী,সাধাৰণ সম্পাদক গগণ বেজবৰুৱা আৰু সাংগঠনিক সম্পাদক সোনেশ্বৰ কলিতা পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে মনোৰঞ্জন পাটোৱাৰীয়ে। প্ৰতিনিধি সভাত

সৰ্বসন্মতি মৰ্মে ধ্ৰুৱজ্যোতি কলিতাক সভাপতি আৰু নিশান্ত কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰ্গত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয় ।###

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *