অসম এথেলেটিক সন্থাৰ বিশেষ পদক্ষেপ: অসমৰ প্ৰথম এথেলেটিক একাডেমী হব সৰুসজাইত

Telegram

অসম এথেলেটিক সন্থাৰ বিশেষ পদক্ষেপ: অসমৰ প্ৰথম এথেলেটিক একাডেমী হব সৰুসজাইত

 

অসমত প্ৰথমবাৰৰ বাবে এথেলেটিক একাডেমী নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ হৈছে। আজিৰে পৰা এই নতুন অধ্যায়ৰ সূচনা হ’ল — সৰুসজাই ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত উপস্থিত আছিল ক্ৰীড়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

 

এই একাডেমী হব অসমৰ মুখ্য এথেলেটিক কাৰ্য্যালয়, য’ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক আধুনিক সঁজুলিৰে সুসজ্জিত কৰা হ’ব।

 

এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল—

 

অসমৰ খেলুৱৈসকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশ কৰা

 

খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা

 

বিদেশৰ প্ৰশিক্ষক (Coach) সকলৰ বাবেও সকলো সুবিধাৰে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পৰিকাঠামো গঢ়ি তোলা

 

 

সৰুসজাই এথেলেটিক একাডেমী অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

  • Related Posts

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    ৬ ঘণ্টাৰ জেৰাৰ পিছত সাংসদ অজিত কুমাৰ ভূঞাৰ মন্তব্য — “আইনৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে”

    Telegram

    TelegramTweet🕵️‍♂️ ৬ ঘণ্টাৰ জেৰাৰ পিছত সাংসদ অজিত কুমাৰ ভূঞাৰ মন্তব্য — “আইনৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে”   আজিৰে দিনটোত CM ভিজিলেন্সৰ জেৰাত প্ৰায় ৬ ঘণ্টা সময় কটাই অসমৰ ৰাজ্যসভা…

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    বিজেপিৰ ভাইৰাছত আক্ৰান্ত কংগ্ৰেছীৰ শৰীৰৰ পৰা ভাইৰাছ আঁতৰাবলৈ চেষ্টা চলাব গৌৰৱ গগৈ” — কটাক্ষত জ্বলিল ৰাজনীতি

    Telegram

    TelegramTweet🦠 “বিজেপিৰ ভাইৰাছত আক্ৰান্ত কংগ্ৰেছীৰ শৰীৰৰ পৰা ভাইৰাছ আঁতৰাবলৈ চেষ্টা চলাব গৌৰৱ গগৈ” — কটাক্ষত জ্বলিল ৰাজনীতি   ২০২৬ৰ নিৰ্বাচন সন্মুখত ৰাজনৈতিক উত্তাপ তীব্ৰ। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *