অসমত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Telegram

অসমত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

 

অসমত পঞ্চায়ত নিৰ্বাচনৰ আয়োজন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৯খন পঞ্চায়তক বাদ দি বাকী পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে।

 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰিপ্ৰেক্ষিতত মন্তব্য কৰিছে যে, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰায় এমাহ সময় লাগে। ১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হোৱাৰ বাবে, পৰীক্ষাৰ সময়ছোৱাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেয়ে, পৰীক্ষাসমূহৰ পাছতহে নিৰ্বাচনৰ আয়োজন কৰিব পৰা যাব। 

 

সেয়ে, পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক। নির্বাচনৰ নিৰ্দিষ্ট তাৰিখৰ ঘোষণা এতিয়ালৈকে কৰা হোৱা নাই।

 

 

 

 

  • Related Posts

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

    Telegram

    TelegramTweetতামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *