আল্লু অৰ্জুনৰ পৰিচয় দক্ষিণ ভাৰতৰ অন্যতম জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন নিজৰ প্ৰতিভাৰে চেনেমাৰ জগতত এক আলাদা স্থান তৈয়াৰ কৰিছে। "পুষ্পা"ৰ বিশাল সফলতাৰ পাছত তেওঁ দেশজুৰি আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে ভক্তৰ পৰা প্ৰচুৰ প্ৰশংসা লাভ কৰিছে।

পিতৃ: আল্লু অৰবিন্দ – প্ৰখ্যাত চলচিত্ৰ প্ৰযোজক।

source : Google

4. জীৱন সংগিনী: স্নেহা ৰেড্ডি – এগৰাকী শিক্ষা উদ্যোক্তা।

source : Google

সন্তান: আল্লু অয়ান (পুত্ৰ) আৰু আল্লু আৰহা (কন্যা)।

source : Google

ভগ্নি: আল্লু অনুজা।

source : Google

বৰ্তমান সম্পত্তি (২০২৪) আল্লু অৰ্জুনৰ বৰ্তমান সম্পত্তি আৰু বিত্তৰ প্ৰায়মান: সোম্পত্তিৰ মূল্য: প্ৰায় ₹১,৫০০ ক্ৰোৰ।

source : Google

চেনেমাৰ পৰিশ্ৰমিক: একোখন ছবিৰ বাবে ১০০ কোটি টকা (পুষ্পা-২ৰ বাবে এই পৰিশ্ৰমিকৰ ব্যৱস্থা কৰা হৈছে)।

source : Google

বিজ্ঞাপন চুক্তি: ব্ৰেণ্ড ৰ এনডৰছমেণ্টৰ বাবে বছৰি প্ৰায় ₹৫০ কোটি।

source : Google

Range Rover, Mercedes-Benz G-Wagon, এবং Rolls Royce Cullinan।

source : Google