ৰাজ্যৰ চৰকাৰী দক্ষতা বিকাশৰ ক্ষেত্ৰত ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠানসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে।
অসমৰ যুৱ শক্তিৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুকেইখন ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠান (আই টি আই) স্থাপন বাবে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ যুৱ সমাজৰ প্রতিভা আৰু…