Latest Story
সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপনগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

Today Update

Main Story

  • Current
  • September 3, 2025
  • 8 views
  • 1 minute Read
মৰাণৰ খোৱাং চাহ বাগিচাত চাহ শ্ৰমিকৰ সৈতে কৰম নাচিলে লুৰীণজ্যোতি গগৈ

মৰাণৰ খোৱাং চাহ বাগিচাত চাহ শ্ৰমিকৰ সৈতে কৰম নাচিলে লুৰীণজ্যোতি গগৈ   মৰাণ, ৩ ছেপ্টেম্বৰঃ আদিবাসী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত পবিত্ৰ পৰ্ব কৰম পূজা উপলক্ষে আজি মৰাণৰ খোৱাং চাহ বাগিচাৰ চৰচাবাৰী…

  • Current
  • September 3, 2025
  • 6 views
  • 1 minute Read
বিটিআৰত কোনো ৰাজনৈতিক দলে গোৰ্খাক টিকট নিদিয়াত গোৰ্খা সকলৰ মাজত তীব্ৰ অসন্তোষ :

বিটিআৰত কোনো ৰাজনৈতিক দলে গোৰ্খাক টিকট নিদিয়াত গোৰ্খা সকলৰ মাজত তীব্ৰ অসন্তোষ :   ৭ ছেপ্টেম্বৰত তামুলপুৰত গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সাধাৰণ সভা‌ :   BTR নিৰ্বাচনত গোৰ্খাসকলক‌ অৱহেলা…

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা তিনিযোৰ উৎসৱ বিশেষ ৰেলৰ চলাচল 

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা তিনিযোৰ উৎসৱ বিশেষ ৰেলৰ চলাচল  মালিগাঁও, ২ ছেপ্টেম্বৰ, ২০২৫: অনাগত উৎসৱৰ বতৰত ৰেলযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত…

  • Current
  • September 3, 2025
  • 5 views
  • 1 minute Read
তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সংবাদমেল। চাওতালী ভাষাত পূৰ্বৰ দৰে ৰোমান সদৃশ লিপি বাহাল ৰখাৰ আহ্বান।

তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সংবাদমেল। চাওতালী ভাষাত পূৰ্বৰ দৰে ৰোমান সদৃশ লিপি বাহাল ৰখাৰ আহ্বান।     তামুলপুৰ, ০৩ ছেপ্টেম্বৰঃ   তামুলপুৰ প্ৰেছ ক্লাৱত আজি সদৌ অসম চাওতালী সাহিত্য…

  • Current
  • September 2, 2025
  • 5 views
  • 1 minute Read
তামুলপুৰত বন্য হস্তীৰ আক্ৰমণত নিহত এজন লোক

তামুলপুৰত বন্য হস্তীৰ আক্ৰমণত নিহত এজন লোক   তামুলপুৰ, ২ ছেপ্টেম্বৰঃ তামুলপুৰ জিলাৰ ভূটান সীমান্ত সংলগ্ন দেৱীনগৰ গ্ৰামত নিশা সংঘটিত এক দুঃখজনক ঘটনাত এজন লোক বন্য হাতীৰ আক্ৰমণত নিহত হয়।…

তামুলপুৰত নিৰ্বাচনত এক ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল

তামুলপুৰত নিৰ্বাচনত এক ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল   তামুলপুৰ, ২ ছেপ্টেম্বৰঃ তামুলপুৰ জিলাৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত আজি এগৰাকী ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কেন্দ্ৰবিন্দু হৈ পৰে। প্ৰানজিৎ…

বিজেপিৰ তামুলপুৰত বিশাল পদযাত্ৰাৰ মাজেৰে মনোনয়ন দাখিল

বিজেপিৰ তামুলপুৰত বিশাল পদযাত্ৰাৰ মাজেৰে মনোনয়ন দাখিল   তামুলপুৰ, ২ ছেপ্টেম্বৰঃ বিজেপি দলৰ পক্ষৰ পৰা আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত একে দিনতে তিনিটা পৰিষদীয় সমষ্টিৰ মনোনয়ন দাখিল কৰা হয়।  …

তামুলপুৰত বিটিচি নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ সফল সমাপ্তি* _মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়নপত্ৰ_

*তামুলপুৰত বিটিচি নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ সফল সমাপ্তি* _মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়নপত্ৰ_     তামুলপুৰ, ২ ছেপ্টেম্বৰ, ২০২৫* :   বিটিচি নিৰ্বাচন, ২০২৫-ৰ বাবে আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনা…

তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক। 

তামুলপুৰৰ কালানদীৰ পানীয়ে উটোৱাই নিলে এইগৰাকী লোক।    তামুলপুৰ ৩১ আগষ্ট।।   ভূটান পাহাৰৰ পৰা বৈ অহা কালানদীৰ পানীয়ে উটোৱাই নিলে এগৰাকী লোকক। জানিব পৰা মতে নৈ পাৰ হব ধৰোঁতে…

  • Current
  • August 31, 2025
  • 8 views
  • 1 minute Read
কুমাৰীকাটাৰ বিনোৱাপুৰত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ হিন্দু বাঙালীৰ।

কুমাৰীকাটাৰ বিনোৱাপুৰত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদ হিন্দু বাঙালীৰ।   তামুলপুৰঃ ৩১ আগষ্ট:–   হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত আজি কুমাৰীকাটাৰ বিনোৱাপুৰত সদৌ বিটিআৰ…