Latest Story
ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বানভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তনHon’ble PM to lay the foundation stone and inaugurate multiple development projects worth over Rs 9,000 crore at Aizawl, MizoramElection Strategy Meeting with UPPL Workers and Candidates২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

Main Story

  • Current
  • September 5, 2025
  • 5 views
  • 1 minute Read
তামুলপুৰৰ দলংপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা 

তামুলপুৰৰ দলংপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা    তীব্ৰ বেগী বুলেটৰ খুন্দাত নিহত মহিলা   ৰমেন দাস,তামুলপুৰ,৫ আগষ্ট- তামুলপুৰ জিলাৰ ৰঙিয়া-ভূটান পথৰ দলংপাৰত আজি পুৱা ৬ -৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ…

তামুলপুৰত BPF নেতা ৰিংচাৰ বড়োৰ নেতৃত্বত ১৫০ জন UPPL দলত যোগদান।

তামুলপুৰত BPF নেতা ৰিংচাৰ বড়োৰ নেতৃত্বত ১৫০ জন UPPL দলত যোগদান।   তামুলপুৰ, ৪ ছেপ্টেম্বৰঃ   তামুলপুৰ জিলাত আজি বি.পি.এফ (BPF) দলৰ পৰা বৃহৎ পৰিসৰত নেতা-কৰ্মীৰ যোগদান কৰে । BPF…

N. F. Railway Registers 8.69% Growth in Freight Unloading

N. F. Railway Registers 8.69% Growth in Freight Unloading   Maligaon, 04th September, 2025:   Northeast Frontier Railway continues to record consistent growth in freight unloading activities. In the month…

  • Current
  • September 4, 2025
  • 7 views
  • 1 minute Read
তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সভা দুই সহস্ৰাধিক লোকৰ ইউপিপিএল দলত যোগদান  

তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সভা দুই সহস্ৰাধিক লোকৰ ইউপিপিএল দলত যোগদান   নিশা প্ৰমোদ বড়োৰ তামুলপুৰৰ সৌৰাগুৰীস্থিত বাসগৃহত অনুস্থিত হয় এই যোগদান সভা   তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত বিপিএফ আৰু…

  • Current
  • September 4, 2025
  • 9 views
  • 1 minute Read
মৌলবাদীৰ ঘাটি উৎখাত কৰাৰ বাবে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন

মৌলবাদীৰ ঘাটি উৎখাত কৰাৰ বাবে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন     তামুলপুৰ ৪ ছেপ্তেম্বৰ ::   অসমৰ পৰা অবৈধ বাংলাদেশী বিতাৰন , মৌলবাদীৰ ঘাটি উৎখাত…

  • Current
  • September 4, 2025
  • 9 views
  • 1 minute Read
২৪বটালিয়ন সশস্ত্ৰ সীমা বল ৰঙিয়া দ্বাৰা ৩০দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ। 

২৪বটালিয়ন সশস্ত্ৰ সীমা বল ৰঙিয়া দ্বাৰা ৩০দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ।    কুমাৰীকাটা, ৪ ছেপ্টেম্বৰ।   ২৪ বাহিনী সশস্ত্ৰ সীমা বল (SSB), ৰঙিয়াৰ কমাণ্ডেণ্ট এইচ. কে. গুপ্তাই নাগৰিক কল্যাণ কাৰ্যসূচী…

বিটিআৰৰ ৰাজনীতিত পুনৰ এক নতুন সমীকৰণ!

  বিটিআৰৰ ৰাজনীতিত পুনৰ এক নতুন সমীকৰণ! আজিৰ দিনটোত APCC-ৰ পূৰ্বতন সাধারণ সম্পাদক তথা BTR কংগ্ৰেছ অবজাৰ্ভাৰ কমিটিৰ প্ৰাক্তন সভাপতি গৰ্জন মছাহাৰী লগতে ১৪জন শীৰ্ষস্থানীয় নেতা UPPL দলে যোগদান কৰিলে।…

  • Current
  • September 3, 2025
  • 7 views
  • 1 minute Read
ছিপাঝাৰৰ ৰাজনীতিত নতুন মোড়! বিজেপি দল ত্যাগ কৰাৰ ঘোষণা কৰিলে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই।

ছিপাঝাৰৰ ৰাজনীতিত নতুন মোড়! বিজেপি দল ত্যাগ কৰাৰ ঘোষণা কৰিলে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই। দলীয় কাৰ্যপদ্ধতি আৰু শীৰ্ষ নেতৃত্বৰ নীতিৰে অসন্তুষ্ট হৈ শেষ পৰ্যন্ত বিজেপিৰ সৈতে পথ আলাদা কৰিলে তেওঁ।…

  • Current
  • September 3, 2025
  • 9 views
  • 1 minute Read
তামুলপুৰ জিলাৰ বৰলকুছিত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

তামুলপুৰ জিলাৰ বৰলকুছিত ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ।   হিন্দু বাঙালী সকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত আজি আবেলি তামুলপুৰ জিলাৰ…

অগপৰ পৰা পদত্যাগ কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ

অগপৰ পৰা পদত্যাগ কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ   গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ অসম গণ পৰিষদ (অগপ)ৰ পৰা পদত্যাগ কৰিলে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ে। দলৰ শীৰ্ষ নেতৃত্বৰ হাতত তেওঁ আনুষ্ঠানিকভাৱে…