Latest Story
কাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতাচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

Main Story

ৰাভা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি বিভিন্ন ৰাভা জাতীয় সংগঠনৰঃ

ৰাভা উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি বিভিন্ন ৰাভা জাতীয় সংগঠনৰঃ   তামুলপুৰ,২৫ জুনঃ   ৰাভা হাছং স্বায়ত্ব পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ…

তামুলপুৰ জিলাৰ কুমাৰীকাটাত মঙলবাৰে বিয়লি ব্যতিক্ৰম ৰূপত তামুলপুৰ মহকুমা ট্ৰাক মালিক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰে পথ সুৰক্ষাৰ সজাগতামূলক সভা।

  তামুলপুৰ জিলাৰ কুমাৰীকাটাত মঙলবাৰে বিয়লি ব্যতিক্ৰম ৰূপত তামুলপুৰ মহকুমা ট্ৰাক মালিক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰে পথ সুৰক্ষাৰ সজাগতামূলক সভা। সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জ্যেষ্ঠ…

State BJP President Dilip Saikia Addresses Key Organizational Meeting in Baksa’s Mushalpur under ‘Mission BTR’

State BJP President Dilip Saikia Addresses Key Organizational Meeting in Baksa’s Mushalpur under ‘Mission BTR’   Mushalpur, Baksa | June 24, 2025   In alignment with the ongoing ‘Mission BTR’,…

  • Current
  • June 24, 2025
  • 67 views
  • 1 minute Read
অম্বুবাচী মহাযোগত ভক্তসেৱা চলাই থকা গৰিয়া পৰিষদৰ বিপণী ভাঙি লণ্ডভণ্ড – তদন্তৰ দাবী

অম্বুবাচী মহাযোগত ভক্তসেৱা চলাই থকা গৰিয়া পৰিষদৰ বিপণী ভাঙি লণ্ডভণ্ড – তদন্তৰ দাবী   গুৱাহাটী, ২৪ জুন, ২০২৫ অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা ২২ জুন ২০২৫ তাৰিখৰ পৰা শ্ৰীশ্ৰী মা…

  • Current
  • June 24, 2025
  • 13 views
  • 1 minute Read
তামুলপুৰ উন্নয়ন খণ্ডৰ স্পন্দনশীল বিটিআৰ মিছন ৩.০ৰ সজাগতা সভা সম্পন্ন ৷

তামুলপুৰ উন্নয়ন খণ্ডৰ স্পন্দনশীল বিটিআৰ মিছন ৩.০ৰ সজাগতা সভা সম্পন্ন ৷   তামুলপুৰঃ২৪জুনঃ তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ উন্নয়ন খণ্ডত আজি ভাইব্ৰেট বিটিআৰ মিছন ৩.০ শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত হয়। আজিৰ…

  • Current
  • June 24, 2025
  • 14 views
  • 2 minutes Read
Op Sindhu: IAF’s C-17 Reaches Delhi After Evacuating Indians from Israel Amid Middle East Tensions

Op Sindhu: IAF’s C-17 Reaches Delhi After Evacuating Indians from Israel Amid Middle East Tensions   New Delhi, 24 June: In a swift and strategic operation named ‘Op Sindhu’, the…

  • Current
  • June 24, 2025
  • 14 views
  • 2 minutes Read
PRO Kannada Org Members Detained by Police Over Controversial Social Media Post by BZ Zameer Khan’s PA

PRO Kannada Org Members Detained by Police Over Controversial Social Media Post by BZ Zameer Khan’s PA   Bengaluru, 24 June: Tension escalated in Bengaluru after members of the PRO…

তামুলপুৰৰ নাগ্ৰিজুলীৰ হস্তীনাপুৰ গাঁওৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱক।

  তামুলপুৰৰ নাগ্ৰিজুলীৰ হস্তীনাপুৰ গাঁওৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱক। বিগত প্ৰায় ১৫ দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ যুৱক গৰাকীক শেহতীয়াকৈ বঙাইগাঁও জিলাৰ চাকলা নামৰ ঠাইত এগৰাকী সচেতন নাগৰিকে পাই চিৰাং…

  • Current
  • June 24, 2025
  • 13 views
  • 1 minute Read
তামুলপুৰত বডোলেণ্ড চিইএম কাপৰ শুভাৰম্ভ

তামুলপুৰত বডোলেণ্ড চিইএম কাপৰ শুভাৰম্ভ তামুলপুৰ, ২৪ জুন   আজিৰে পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গয়বাৰী সমষ্টিৰ তত্বাৱধানত বডোলেণ্ড চিইএম (CEM) কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। এই খেলৰ…

  • Current
  • June 23, 2025
  • 66 views
  • 1 minute Read
সৰ্প দংশনত মৃত্যু হ’ল হাফলং পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ কম্পিউটাৰ চায়েঞ্চৰ পিজিটি ছানিদীপ বসুমতাৰী

সৰ্প দংশনত মৃত্যু হ’ল হাফলং পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ কম্পিউটাৰ চায়েঞ্চৰ পিজিটি ছানিদীপ বসুমতাৰী। দেওবাৰে পুৱা প্ৰায় ছ’টা মানত হাফলং অসামৰিক চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।   মাথো ১১ দিন আগতে…