Latest Story
ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰামাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

Main Story

  • Crime
  • September 10, 2025
  • 7 views
  • 1 minute Read
24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध लकड़ी के साथ एक पिक-अप वाहन एवं 04 व्यक्तियों को किया गिरफ्तार

24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध लकड़ी के साथ एक पिक-अप वाहन एवं 04 व्यक्तियों को किया गिरफ्तार कुमारीकाटा, दिनांक-10.09.2025   24वीं बटालियन एसएसबी, रंगिया के मार्गदर्शन में,…

  • Current
  • September 10, 2025
  • 7 views
  • 1 minute Read
তামুলপুৰত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে উপস্থিত

তামুলপুৰত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে উপস্থিত   তামুলপুৰ জিলাত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ…

নাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত

নাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত   BTC নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সমগ্ৰ অঞ্চল জুৰি তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত…

  • Current
  • September 10, 2025
  • 7 views
  • 1 minute Read
নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কুম্ভীজাৰত বিজেপিৰ নিৰ্বাচনী সভাঃ

নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কুম্ভীজাৰত বিজেপিৰ নিৰ্বাচনী সভাঃ সকলো মানুহে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব আৰু ইয়াৰ বাবে বিটিআৰত লাগে বিজেপি চৰকাৰ— জয়ন্ত মল্ল বৰুৱা ৷   তামুলপুৰ…

NFR achieved a 14.1% rise in freight loading

NFR achieved a 14.1% rise in freight loading   Maligaon, 9th September, 2025:   Northeast Frontier Railway (NFR) is tirelessly working round the clock to serve its customers and ensure…

ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত

ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত   নতুন দিল্লী: দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ-ৰ সমৰ্থিত প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণণ বিজয়ী হোৱাৰ সুখবৰ আহিছে। দেশজুৰি অনুষ্ঠিত হোৱা ভোট…

  • Current
  • September 9, 2025
  • 7 views
  • 1 minute Read
লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

  • Crime
  • September 9, 2025
  • 6 views
  • 1 minute Read
অৰুণাচল প্ৰদেশত NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ আত্মসমৰ্পণ

অৰুণাচল প্ৰদেশত NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ আত্মসমৰ্পণ   অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সোমবাৰে নিশা NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ ওৰফে নং এছ টাংচা (৩০)য়ে অস্ত্ৰ-হস্ত্ৰসহ আত্মসমৰ্পণ কৰিছে।…

নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা নেপালত হোৱা তীব্ৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত চৰকাৰে ছ’চিয়েল…