Latest Story
ব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांगअगले पाँच साल में बिहार में 1 करोड़ नौकरियाँ देने का वादा – मुख्यमंत्री नीतीश कुमार का बड़ा ऐलानवक़्फ़ शिर्क संशोधन क़ानून पर नाराज़गी – सरकार के फ़ैसले का विरोध जताया सजिद रशीदी नेআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথিগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণনাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

Today Update

Main Story

  • Current
  • July 9, 2025
  • 15 views
  • 1 minute Read
অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।*

*অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ।*   *তামুলপুৰ, ৯ জুলাই, ২০২৫* :   অসম‌ চৰকাৰৰ দক্ষতা বিকাশ মিছনৰ অন্তৰ্গত অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ কাৰণে বিভিন্ন বিষয়ৰ ওপৰত এবছৰীয়া বিনামূলীয়া প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱা…

  • Current
  • July 9, 2025
  • 15 views
  • 1 minute Read
তামুলপুৰত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত উদ্যোগীৰ বৈঠক – সজাগতা সভা সম্পন্ন ৷

তামুলপুৰত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত উদ্যোগীৰ বৈঠক – সজাগতা সভা সম্পন্ন ৷   তামুলপুৰঃ৯ জুলাইঃ তামুলপুৰ জিলা বৰনগৰস্থিত জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত জিলাখনৰ হস্ততাঁত…

  • Current
  • July 9, 2025
  • 17 views
  • 1 minute Read
BTR দখলৰ পৰিকল্পনাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ৰণনীতি প্ৰস্তুত

🔴 BTR দখলৰ পৰিকল্পনাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ ৰণনীতি প্ৰস্তুত   অসমৰ ৰাজনীতিত পুনৰ উত্তাপ বৃদ্ধি পাইছে। বৰ্তমান লক্ষ্য বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়নৰ (BTR) — য’ত অসম প্ৰদেশ…

  • Current
  • July 9, 2025
  • 16 views
  • 1 minute Read
তামুলপুৰৰ ৰাজপথত এবিএমছুৰ উত্তাল প্ৰতিবাদ।

তামুলপুৰৰ ৰাজপথত এবিএমছুৰ উত্তাল প্ৰতিবাদ।   ৯ জুলাই।   ধুবুৰীৰ চাপৰৰ চৰুৱাবাখৰা, চিৰাখূটা, সন্তোষপুৰত চৰকাৰে চলোৱা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (এবিএমছু)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান…

  • Current
  • July 9, 2025
  • 17 views
  • 1 minute Read
তামুলপুৰত কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদ মেল 

তামুলপুৰত কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদ মেল    তামুলপুৰ , ৯ জুলাই :   সদৌ অসম ট্ৰাইবেল সংঘই নিজৰ ব্যক্তিগত লাভৰ বাবে শৰণীয়া সকলক জনজাতি…

  • Current
  • July 9, 2025
  • 17 views
  • 1 minute Read
তামুলপুৰত ABVPৰ সম্বৰ্ধনা অনুষ্ঠান ।

তামুলপুৰত ABVPৰ সম্বৰ্ধনা অনুষ্ঠান ।   মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰিক্ষাত সুক্ষাতিৰে উত্তিৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে ।   ABVPৰ তামুলপুৰ শাখাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত…

Trump Claims Credit for India-Pak Ceasefire; India Rejects, US Spokesperson Says, ‘Some Opinions Are Wrong’

Trump Claims Credit for India-Pak Ceasefire; India Rejects, US Spokesperson Says, ‘Some Opinions Are Wrong’   Former US President Donald Trump has stirred controversy by claiming credit for the India-Pakistan…

Our boys are good…” — Former Captain Sourav Ganguly Applauds India’s Young Cricket Talent

“Our boys are good…” — Former Captain Sourav Ganguly Applauds India’s Young Cricket Talent   Former Indian cricket team captain Sourav Ganguly has praised the rising stars of Indian cricket,…

PM Modi को Brazil के राष्ट्रपति द्वारा National Order of the Southern Cross से किया गया सम्मानित

PM Modi को Brazil के राष्ट्रपति द्वारा National Order of the Southern Cross से किया गया सम्मानित   प्रधानमंत्री नरेंद्र मोदी को ब्राज़ील के सर्वोच्च नागरिक सम्मान “National Order of…

  • Current
  • July 9, 2025
  • 20 views
  • 1 minute Read
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তামুলপুৰত উত্তাল প্ৰতিবাদ

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তামুলপুৰত উত্তাল প্ৰতিবাদ   তামুলপুৰ: তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্ত সংলগ্ন মেনকা চাহ বাগিচাত আজি পুৱাৰে পৰা উত্তাল হৈ পৰে চাহ শ্ৰমিকৰ বিৰোধী প্ৰতিবাদ। মূলতঃ মজুৰি…