Latest Story
নাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদহাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ৩ অক্টোবৰেই বিটিচি পৰিষদ গঠনতামুলপুৰত এজন আৰক্ষী বিষয়াৰ মহানুভৱতা৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰামাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!

Main Story

  • English
  • July 13, 2025
  • 24 views
  • 2 minutes Read
Gujarat Govt in Action: Probe Ordered into Bharatmala Highway Project in Patan, Contractor Served Notice

Gujarat Govt in Action: Probe Ordered into Bharatmala Highway Project in Patan, Contractor Served Notice   In a swift response to allegations of irregularities, the Gujarat government has ordered an…

  • Current
  • July 13, 2025
  • 22 views
  • 1 minute Read
তামুলপুৰ জিলাৰ আংগনবাড়ী কেন্দ্ৰলৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ – শিশুৰ পোষণ আৰু বিকাশৰ ক্ষেত্ৰত নতুন পদক্ষেপ

তামুলপুৰ জিলাৰ আংগনবাড়ী কেন্দ্ৰলৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ – শিশুৰ পোষণ আৰু বিকাশৰ ক্ষেত্ৰত নতুন পদক্ষেপ 📍 স্থান: শৰণীয়া কছাৰী কমিউনিটি হল, মেডিকেল চ’ক, তামুলপুৰ 📅 তাৰিখ: আজি দুপৰীয়া 👥 উদ্যোগ:…

  • Current
  • July 13, 2025
  • 23 views
  • 1 minute Read
ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্ৰাইক – ইজৰাইল আৰু ফ্ৰান্সৰ ড্ৰোন ব্যৱহাৰ

ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্ৰাইক – ইজৰাইল আৰু ফ্ৰান্সৰ ড্ৰোন ব্যৱহাৰ   ম্যানমাৰৰ ভিতৰুৱা অঞ্চলত অৱস্থিত উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ এটা গুৰুত্বপূর্ণ শিবিৰত ভাৰতীয় সেনাই চলোৱা গোপন…

  • Current
  • July 13, 2025
  • 28 views
  • 0 minutes Read
তামুলপুৰত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট।।

তামুলপুৰত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট।। তামুলপুৰঃ১৩জুলাই তামুলপুৰ জিলাৰ কেইবাটাও অঞ্চল খৰাঙৰ কৱলত । পানীৰ অভাৱত ছন পৰি ৰৈছে কেইখনো গাঁওৰ কৃষি ভূমি। আহাৰ মাহৰ শেষ দিনটোতো বৰুষুনৰ আশাত বন্দী…

  • Current
  • July 13, 2025
  • 23 views
  • 1 minute Read
তামলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা ৷

তামলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা ৷ তামুলপুৰঃ১৩ জুলাই তামুলপুৰ থানাৰ কুমাৰীকাটাৰ তিনিআলিত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ কুমাৰীকাটাৰ মাজেৰে যোৱা ৰঙিয়া -ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত ভূটানৰ পৰা…

  • Current
  • July 13, 2025
  • 20 views
  • 1 minute Read
তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা সভাত। 

তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা সভাত।    তামুলপুৰৰ পৰা আমছু আৰু এবিএমছুক সকিয়নি দিলীপ শইকীয়াৰ।   তামুলপুৰ ১৩ জুলাই।   কোচ ৰাজবংশী সকলৰ সমস্যা…

তামুলপুৰৰ কাউলীত এজাক বৰষুণৰ কামনাৰে ভেকুলীৰ বিয়া-

তীব্ৰ খৰাঙে দহিছে ৰাজ্য   নাই জলসিঞ্চনৰ ব্যৱস্থা   তামুলপুৰৰ কাউলীত এজাক বৰষুণৰ কামনাৰে ভেকুলীৰ বিয়া- ৰমেন দাস,তামুলপুৰ,১৩ জুলাই -তীব্ৰ খৰাঙে দহিছে ৰাজ্য ৷ পাৰাস্তম্ভ ঠায়ে ঠায়ে ৩৮ পৰা ৪০…

  • Current
  • July 13, 2025
  • 23 views
  • 1 minute Read
অসম সাহিত্য সভাৰ আজীন সভ্য ,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,শিক্ষক যতীন্দ্ৰ নাথ ৰাভাৰ অকাল বিয়োগ—তামুলপুৰত শোকৰ ছাঁ

অসম সাহিত্য সভাৰ আজীন সভ্য ,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি,শিক্ষক যতীন্দ্ৰ নাথ ৰাভাৰ অকাল বিয়োগ—তামুলপুৰত শোকৰ ছাঁ   তামুলপুৰ,১৩ জুলাইঃ   অসম সাহিত্য সভাৰ আজীৱন সভ্য ,তামুলপুৰ আঞ্চলিক ছাত্ৰ…

  • Current
  • July 13, 2025
  • 26 views
  • 1 minute Read
ভাৰত ভূটান সীমান্তত মৰ্টাৰ উদ্ধাৰ ৷

ভাৰত ভূটান সীমান্তত মৰ্টাৰ উদ্ধাৰ ৷ তামুলপুৰঃ১৩জুলাইঃ     তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বিমলানগৰ-ডোঙাৰগাঁওৰ খান্দাজান নৈত উদ্ধাৰ আজি উদ্ধাৰ হয় এটি মৰ্টাৰ। নৈৰ গৰা খহি পথাৰত পানী নিয়া নলাত…

  • Current
  • July 12, 2025
  • 22 views
  • 1 minute Read
তামুলপুৰ জিলা লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্নঃ

তামুলপুৰ জিলা লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্নঃ     তামুলপুৰ,১২ জুলাইঃ   তামুলপুৰ জিলা সদৰস্থ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন,তামুলপুৰত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম লেখিকা সমাজৰ অন্তৰ্গত তামুলপুৰ…