Latest Story
ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰামাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

Main Story

  • Current
  • July 19, 2025
  • 30 views
  • 1 minute Read
নাগ্ৰীজুলিৰ গুৱাবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন।

নাগ্ৰীজুলিৰ গুৱাবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন। ১৯ জুলাই-   তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ গুৱাবাৰীত আজি এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। গুৱাহাটী লাইনছ ক্লাব আৰু শংকৰদেৱ…

  • Current
  • July 18, 2025
  • 27 views
  • 1 minute Read
তামুলপুৰত লোন মেলা সম্পন্ন* _৪৩ কোটি টকাৰ ৯৩১টা ঋণ মঞ্জুৰ_

*তামুলপুৰত লোন মেলা সম্পন্ন* _৪৩ কোটি টকাৰ ৯৩১টা ঋণ মঞ্জুৰ_   *তামুলপুৰ, ১৮ জুলাই, ২০২৫* : তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু “তামুলপুৰ গ’ল্ড” নামৰ এক বিশেষ প্ৰকল্পৰ অধীনত আজি তামুলপুৰ…

তামুলপুৰৰ কুমৰীকাটাত দহ শতাধিক লোকে যোগদান কৰিলে ইউপিপিএলত দলত।

তামুলপুৰৰ কুমৰীকাটাত দহ শতাধিক লোকে যোগদান কৰিলে ইউপিপিএলত দলত।   তামুলপুৰ ১৮ জুলাই।   বিটিআৰ নিৰ্বাচনক লৈ বড়োভূমিত ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বিজেপি, বিপিএফ আৰু ইউ…

  • Current
  • July 18, 2025
  • 25 views
  • 1 minute Read
তামুলপুৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰস্তুতি সভা

তামুলপুৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰস্তুতি সভা   তামুলপুৰ, ১৮ জুলাই, ২০২৫* :   সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভা আজি তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰৰ অধ্যক্ষতাত তেওঁৰ কাৰ্যালয়…

Trump Still Focused on Syria…” — White House Responds to Latest Israel-Druze Tensions

“Trump Still Focused on Syria…” — White House Responds to Latest Israel-Druze Tensions   Washington, D.C. | July 18, 2025   The White House has expressed concern over the escalating…

  • Current
  • July 18, 2025
  • 23 views
  • 1 minute Read
তামুলপুৰত ‘তামুলপুৰ গোল্ড’ প্রকল্পৰ অধীনত ঋণ মেলা অনুষ্ঠিত: ৪৩ কোটি টকাৰ ঋণ বিতৰণ

তামুলপুৰত ‘তামুলপুৰ গোল্ড’ প্রকল্পৰ অধীনত ঋণ মেলা অনুষ্ঠিত: ৪৩ কোটি টকাৰ ঋণ বিতৰণ   📅 তাৰিখ – ১৮ জুলাই, ২০২৫ 📍 স্থান – তামুলপুৰ   তামুলপুৰ জিলাৰ সৰ্বাঙ্গীণ উন্নয়নৰ লক্ষ্যৰে…

  • Crime
  • July 18, 2025
  • 25 views
  • 1 minute Read
Notorious Drug Peddler Chandan Chetri Nabbed by EGPD Team from Basistha PS

Notorious Drug Peddler Chandan Chetri Nabbed by EGPD Team from Basistha PS In a significant operation against the drug menace, an EGPD team from Basistha Police Station apprehended a notorious…

বিজেপিত শতাধিক নতুন মুখৰ যোগদান: বিভিন্ন দল-সংগঠন, সমাজ-সংস্কৃতিৰ প্রতিনিধিসকল একেটা মঞ্চত

বিজেপিত শতাধিক নতুন মুখৰ যোগদান: বিভিন্ন দল-সংগঠন, সমাজ-সংস্কৃতিৰ প্রতিনিধিসকল একেটা মঞ্চত Date: 17 জুলাই 2025 Location: গুৱাহাটী, অসম 📰 নিউজ হেডলাইন   বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী: ৰাজ্যৰ বিভিন্ন দল, সংগঠন…

  • Current
  • July 17, 2025
  • 28 views
  • 1 minute Read
আইজললৈ প্ৰথম ৰে’ল সেৱা: মিজোৰাম সংযুক্ত হ’ল ৰে’ল নেটৱৰ্কত

আইজললৈ প্ৰথম ৰে’ল সেৱা: মিজোৰাম সংযুক্ত হ’ল ৰে’ল নেটৱৰ্কত Date: 17 জুলাই 2025   📰 নিউজ হেডলাইন: আইজললৈ প্ৰথম ৰে’ল সেৱা। ৪৮ টা সুৰংগ, ১৪০ৰো অধিক দলঙেৰে ভাৰতীয় ৰে’ল যোগাযোগ…

তামুলপুৰৰ সুযোগ্য সন্তান তথা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্ৰীৰ বিজেপিত যোগদান: অসমৰ ৰাজনীতিত এটা নতুন অধ্যায়

তামুলপুৰৰ সুযোগ্য সন্তান তথা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্ৰীৰ বিজেপিত যোগদান: অসমৰ ৰাজনীতিত এটা নতুন অধ্যায়   📍 তামুলপুৰ, ১৭ জুলাই ২০২৫ — তামুলপুৰৰ গৌৰৱ, অৰ্জুন ছেত্ৰী, যি…