Latest Story
মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourseSpain’s capital Madrid — a powerful explosion has rocked the city, leaving around 25 people injured. At least two of them are said to be in serious condition.সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষচামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডলঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠানদৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

Main Story

প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত ৰেলৱে কৰ্তৃপক্ষ আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ যৌথ বৈঠক

প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত ৰেলৱে কৰ্তৃপক্ষ আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ যৌথ বৈঠক মালিগাঁও, ২৩ জুলাই, ২০২৫: পাৰিপাৰ্শ্বিক বহনক্ষমতা আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰেলৱেই…

  • Current
  • July 23, 2025
  • 22 views
  • 1 minute Read
তামুলপুৰ জিলাবাসীৰ বাবে সুখৱৰ

তামুলপুৰ জিলাবাসীৰ বাবে সুখৱৰ! তামুলপুৰ জিলাৰ জনগণৰ বাবে আজি এক গুৰুত্বপূর্ণ আৰু আনন্দৰ দিন। তামুলপুৰবাসীৰ বহুদিনৰ দাবী পূৰণ হোৱাৰ সৈতে অঞ্চলটোৰ উন্নয়নৰ পথ আরও সুদৃঢ় হ’ল। এই বিশেষ সুখৱৰ পেছত…

  • Current
  • July 23, 2025
  • 20 views
  • 1 minute Read
শৰণীয়া জনগোষ্ঠীৰ জনজাতিৰ প্ৰমাণপত্ৰ মুকলিৰ আহ্বান

শৰণীয়া জনগোষ্ঠীৰ জনজাতিৰ প্ৰমাণপত্ৰ মুকলিৰ আহ্বান অসমত শৰণীয়া কছাৰী ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। তেওঁলোকে দাবী জনাইছে যে শৰণীয়া জনগোষ্ঠীক জনজাতি (Scheduled…

  • Current
  • July 23, 2025
  • 19 views
  • 1 minute Read
তামুলপুৰৰ বগৰীখুত অজগৰ সাপ উদ্ধাৰ ।

তামুলপুৰৰ বগৰীখুত অজগৰ সাপ উদ্ধাৰ ।     তামুলপুৰ জিলাৰ অন্তৰ্গত ২নং বগৰীখুত যোৱাকালি এক চাঞ্চল্যকৰ দৃশ্য পৰিলক্ষিত হয়, যেতিয়া স্থানীয় ৰাইজে এঘৰ‌ৰ পিছফালে এখন বাহনৰ তলত এটা ডাঙৰ অজগৰ…

  • Current
  • July 23, 2025
  • 22 views
  • 1 minute Read
বিটিচি নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসন লাভ কৰিবঃ মন্ত্ৰী ৰঞ্জিত দাস

বিটিচি নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসন লাভ কৰিবঃ মন্ত্ৰী ৰঞ্জিত দাস নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বটলাণ্ড টেৰিটোৰিয়েল কাউন্সিল (বিটিচি)ৰ প্ৰতিটো VCDC অঞ্চলত বিজেপিয়ে আৰম্ভ কৰিছে “মিচন BTR”।…

মাহিন্দ্ৰাৰ নতুন SUV মডেল এখন ১৫ আগষ্টৰ আগতে Launch কৰিব !

মাহিন্দ্ৰাৰ নতুন SUV মডেল এখন ১৫ আগষ্টৰ আগতে Launch কৰিব ! (প্রকাশিত: ২ দিন পূৰ্বে)   মাহিন্দ্ৰা Scorpio N-ভিত্তিক এক নতুন পিকআপ গাড়ী সম্ভৱত ‘Freedom_NU’ অনুষ্ঠানত ১৫ আগষ্ট ২০২৫-এ তাৰ…

  • Current
  • July 23, 2025
  • 20 views
  • 1 minute Read
ৰাষ্ট্ৰপতি ভৱনত উজ্বলিল অসমৰ ৫ খনকৈ সাঁচিপতীয়া পুথি

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ গ্ৰন্থাগাৰত আজি (২২ জুলাই, ২০২৫) অসমৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পক্ষৰে সংৰক্ষণ আৰু প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছে ৫ খন ২০০ বছৰৰো অতিৰিক্ত পুৰণি অসমীয়া ‘সাঁচিপাত’…

  • Current
  • July 22, 2025
  • 19 views
  • 1 minute Read
বিটিআৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ বোধাই:

বিটিআৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ বোধাই:   আসন্ন বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅন (BTR) নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। বিটিচি (BTC)ৰ…

  • Current
  • July 22, 2025
  • 19 views
  • 1 minute Read
24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन

24वीं बटालियन सशस्त्र सीमा बल रंगिया ने जब्त की अवैध लकड़ी व आरा मशीन (कुमारीकाटा, दिनांक-22.07.2025)   24वीं बटालियन एसएसबी, रंगिया की कंपनी गाइडन चौक के प्रभारी श्री सैयद अफसर,…

তামুলপুৰত বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ

তামুলপুৰত বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ   তামুলপুৰ, ২২ জুলাই, ২০২৫ আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত চলিত বৰ্ষৰ বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অনুষ্ঠানত…