Latest Story
চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বানভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তনHon’ble PM to lay the foundation stone and inaugurate multiple development projects worth over Rs 9,000 crore at Aizawl, MizoramElection Strategy Meeting with UPPL Workers and Candidates২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনাStep-by-Step Guide: 5000 Views Facebook Ads

Main Story

  • Current
  • September 9, 2025
  • 7 views
  • 1 minute Read
লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

  • Crime
  • September 9, 2025
  • 6 views
  • 1 minute Read
অৰুণাচল প্ৰদেশত NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ আত্মসমৰ্পণ

অৰুণাচল প্ৰদেশত NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ আত্মসমৰ্পণ   অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সোমবাৰে নিশা NSCN (IM) ৰ মেজৰ ফুলেশ্বৰ গগৈ ওৰফে নং এছ টাংচা (৩০)য়ে অস্ত্ৰ-হস্ত্ৰসহ আত্মসমৰ্পণ কৰিছে।…

নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা নেপালত হোৱা তীব্ৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত চৰকাৰে ছ’চিয়েল…

বডোলেণ্ড বিশ্ববিদ্যালয় আৰু চি.আই.টি. কোকৰাঝাৰক অভিনন্দন — নৱীন আৱিষ্কাৰৰ পেটেণ্টৰ স্বীকৃতি

বডোলেণ্ড বিশ্ববিদ্যালয় আৰু চি.আই.টি. কোকৰাঝাৰক অভিনন্দন — নৱীন আৱিষ্কাৰৰ পেটেণ্টৰ স্বীকৃতি   বডোলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰৰ Central Institute of Technology (CIT) ৰ গৌৰৱজনক সফলতা। “Manual Substrate Filler” নামৰ নৱীন ডিজাইনখন…

মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়— 🔹”মই জীয়াই থকালৈ মৰিয়নিৰ MLA মই।”   তেওঁ আরও কয়— 🔹”মই নিজে খেতি কৰিছো,…

UPPL প্ৰতি তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ “প্ৰমোদ বড়োৰ কোনো কাম নাই, চৰকাৰ বনাব নোৱাৰে” — হাগ্ৰামা মহিলাৰী

UPPL প্ৰতি তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ “প্ৰমোদ বড়োৰ কোনো কাম নাই, চৰকাৰ বনাব নোৱাৰে” — হাগ্ৰামা মহিলাৰী   BPF ৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে UPPL আৰু তাৰ প্ৰধান প্ৰমোদ বড়োক তীব্ৰ…

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি অনুষ্ঠিত হ’ব নিৰ্বাচন

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি অনুষ্ঠিত হ’ব নিৰ্বাচন   NDA ৰ প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণন বনাম বিৰোধীৰ প্ৰাৰ্থী বি. সুদৰ্শন ৰেড্ডী   দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হ’ব। NDA…

NFR to operate Special Steam & Diesel Joyride Services in DHR During upcoming Festive and Winter Season

NFR to operate Special Steam & Diesel Joyride Services in DHR During upcoming Festive and Winter Season   Maligaon, 08th September, 2025:   The Northeast Frontier Railway has decided to…

  • Current
  • September 8, 2025
  • 14 views
  • 1 minute Read
নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…