বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন।
বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন গোৰেশ্বৰ-৩নৱেম্বৰঃ বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত বৰনদী ৰাইডাইৰ্চ মীটৰ লগত সংগতি ৰাখি অনূষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ। …
Vajra Prahar ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটিয়া অনুশীলন।
আমেৰিকা যুক্তৰাষ্ট্ৰত আজিৰে পৰা ১৫সংখ্যক ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিশেষ বাহিনীৰ অনুশীলন ভজৰা প্ৰহৰ আৰম্ভ হ’ব। অনুশীলন অহা ২২ নবেম্বৰত অন্ত পৰিব। উল্লেখযোগ্য যে, এই অনুশীলনৰ অন্তিম সংস্কৰণ বিগত ২০২৩ বৰ্ষৰ…
ৰাজ্যৰ চৰকাৰী দক্ষতা বিকাশৰ ক্ষেত্ৰত ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠানসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে।
অসমৰ যুৱ শক্তিৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুকেইখন ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠান (আই টি আই) স্থাপন বাবে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ যুৱ সমাজৰ প্রতিভা আৰু…
সাংসদ ৰঞ্জিত দত্তই বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বিৰুদ্ধে মানহানী গোচৰ তৰাৰ হুংকাৰ ।
বিহাৰী : ২ নবেম্বৰ ২০২৪ ৰাজ্যত উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিহালী সমষ্টিত বিজেপি ৰঞ্জিত দত্ত আৰু আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বাকযুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। শুক্ৰবাৰে কংগ্ৰেছৰ…
ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰু কেইখনমান উৎসৱ বিশেষ ৰেল
ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰু কেইখনমান উৎসৱ বিশেষ ৰেল মালিগাঁও, ০২ নৱেম্বৰ, ২০২৪: উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত উৎসৱৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ…
আজিৰে পৰা কেন্দ্ৰীয় চৰকাৰে ভাৰত- ভূটান সীমান্তৰ দৰঙামেলাত ভূমি নিৰীক্ষণ চকীক চৰকাৰী প্ৰব্ৰজন পৰীক্ষা চকী হিচাপে নিৰ্ধাৰণ কৰিছে।
কেন্দ্ৰীয় চৰকাৰে অসমৰ তামুলপুৰ জিলাৰ দৰঙামেলাত ভূমি নিৰীক্ষণ চকীক চৰকাৰী প্ৰব্ৰজন পৰীক্ষা চকী হিচাপে নিৰ্ধাৰণ কৰিছে। এই উন্নয়নে সীমা অতিক্ৰম কৰি ভ্ৰমণ বৃদ্ধি কৰিব আৰু অঞ্চলটোত অনুপ্ৰৱেশ প্ৰক্ৰিয়া সুশৃংখলিত কৰিব…
বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ
বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ গোৰেশ্বৰ-২নৱেম্বৰঃ বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ। তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।…
যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান উৎসৱ বিশেষ ৰেলৰ পৰিচালন
যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান উৎসৱ বিশেষ ৰেলৰ পৰিচালন মালিগাঁও, ১ নৱেম্বৰ, ২০২৪: উৎসৱ বতৰত…
অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সকলৰ অসম চৰকাৰৰ প্ৰশংসিত পদক্ষেপ।
অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে জৰুৰী বাৰ্তা— ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সাধন তথা যোগ্যতা ছাত্ৰবৃত্তি পৰীক্ষা ২০২৪ (National Means-cum-merit Scholarship Examination 2024)ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পৰীক্ষাৰ…
তাৰাপুৰ মণিপুৰী বস্তিৰ ৰাজাশ্ৰী ভাগ্যচন্দ্ৰ ক্লাবে মণিপুৰ আৰু কলকাতাৰ আৰ জি টেক্স কেছক থিম হিচাপে লৈ কালি পূজাৰ আয়োজন কৰে।
তাৰাপুৰ মণিপুৰী বস্তিৰ ৰাজাশ্ৰী ভাগ্যচন্দ্ৰ ক্লাবে মণিপুৰ আৰু কলকাতাৰ আৰ জি টেক্স কেছক থিম হিচাপে লৈ কালি পূজাৰ আয়োজন কৰে। যেতিয়া সমগ্ৰ বৰাক উপত্যকাত কালি পূজা আৰু দীপাৱলী উৎসৱৰ…
Samsung Launches Galaxy A36 5G: A Future-Ready Powerhouse
তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*
তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি
Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River
Madhya Pradesh Honors PM Modi with Traditional Handicrafts and Cultural Gifts
Rajasthan Dy CM Diya Kumari Extends Birthday Greetings to PM Modi, Hails His Commitment to the Nation
গোৱাহাটীৰ পৰা আৰম্ভ কৰি গাওঁ গাওঁত ইউপিপিএল প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতি লাভ কৰিছে।
Sonapur Dacoity Case Cracked: 5 Arrested, Looted Items Recovered




















































































