Latest Story
24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভাব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য

Main Story

প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। বাৰ্দ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী৷ ২৪ অক্টোবৰত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত৷    

সমগ্ৰ দেশৰ লগতে শিলচৰতো কালি পূজাৰ আয়োজন।

  সমগ্ৰ দেশৰ লগতে শিলচৰতো কালি পূজাৰ সমাগম ঘটিছে। কিন্তু এই কালিপূজাৰ মাজতো বিভিন্ন ক্লাবে নাৰীক সন্মান জনাই বিভিন্ন পণ্ডলত নাৰী সুৰক্ষা আৰু বিগত দিনত ঘটা ঘটনা সন্দৰ্ভত বিভিন্ন যুক্তি…

‘ভাষা গৌৰৱ সপ্তাহ’ৰ মাজতে ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীলৈ বিশেষ নৈমিত্তিক ছুটী।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৬ আৰু ৮ নৱেম্বৰ, ২০২৪ তাৰিখে মাত্ৰী পিত্ৰী বন্দনা আঁচনিৰ অধীনত বিশেষ আকস্মিক ছুটী লাভ কৰিব , ২০২৪ (দেওবাৰ হোৱাৰ বাবে) মাত্ৰী পিত্ৰী বন্দনাৰ বাবে। তদুপৰি চলিত…

বগামাটিত অহা ১ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ তম বৰনদী ৰাইডাৰ্ছ মিট ২০২৪।

গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বডোলেণ্ড টুৰিজিম, এভিডিচি, গুৱাহাটীৰ সহযোগত তামুলপুৰ জিলাৰ বগামাটিত অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বৰনাদী ৰাইডাৰ্ছ মিট ২০২৪’ৰ চতুৰ্থ সংস্কৰণৰ । আয়োজন সমিতিয়ে ৰাইজৰ…

অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (লংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা।

অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (ৰংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা। অসমত বসবাস কৰা কাৰ্বি জনগোষ্ঠীসমূহে উদযাপন কৰা ৰংকেৰ কাৰ্কলি (ৰংকাৰ পূজা) উপলক্ষে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে প্ৰতি…

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। 

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। তামুলপুৰ, ১ নৱেম্বৰঃ   সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে…

অহা ৮ নবেম্বৰ পৰা তামুলপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম আন্ত: জিলা পুৰুষ মহিলা (চিনিয়ৰ)খো- খো প্ৰতিযোগিতা।

অসম খো-খো সন্থাৰ তত্বাৱধানত আৰু তামুলপুৰ জিলা খো-খো সন্থাৰ সহযোগত তামুলপুৰ জিলাৰ কচুবাৰী ক্ৰীড়া সংঘৰ উদ্যোগত ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলা (চিনিয়ৰ) খো খো প্রতিযোগিতাখনি অহা ৮, নবেম্বৰৰ পৰা…

  • Current
  • November 1, 2024
  • 83 views
  • 0 minutes Read
৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন।

৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। তামুলপুৰ ১ নৱেম্বৰ। তামুলপুৰ জিলা সদৰৰ তামুলপুৰ আঞ্চলিক হৰি মন্দিৰত ১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৭ সংখ্যক ৰাস মহোৎসৱ…

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল।

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল। তামুলপুৰ, ৩১ অক্টোবৰঃ বিগত ২২ আৰু ২৩ অক্টোবৰত তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ)ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (নাক) প্ৰথম বাৰৰ…

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো…