Latest Story
ব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांगअगले पाँच साल में बिहार में 1 करोड़ नौकरियाँ देने का वादा – मुख्यमंत्री नीतीश कुमार का बड़ा ऐलानवक़्फ़ शिर्क संशोधन क़ानून पर नाराज़गी – सरकार के फ़ैसले का विरोध जताया सजिद रशीदी नेআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথিগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণনাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

Today Update

Main Story

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো…

কংগ্ৰেছৰ টিকট ল’বলৈ মই পাণ এটাও খোৱাব লগা হোৱা নাই, ৰঞ্জিত দত্ত মিছলীয়া: জয়ন্ত বৰা

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত ৰঞ্জিত দত্ত আৰু সদ্য কংগ্ৰেছী জয়ন্ত বৰাৰ নিৰ্বাচনী বাক যুদ্ধই আকৰ্ষণী ৰূপ লৈছে । কংগ্ৰেছৰ দলৰ পৰা টিকট পাবলৈ পাণ এটাও খোৱাব লগা হোৱা নাই,ৰঞ্জিত দত্ত এজন…

  • Current
  • November 1, 2024
  • 171 views
  • 1 minute Read
কি এই Mission Bwiswmuti?

বিটিআৰত বসবাস কৰা ৰাইজৰ দীৰ্ঘ দিনীয়া ভূমি আৰু ৰাজহ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰৰ এক পদক্ষেপ এই Mission Bwiswmuti.   এই Mission Bwiswmuti অনলাইন আবেদনৰে প্ৰথম…

  • Current
  • October 31, 2024
  • 67 views
  • 1 minute Read
তামুলপুৰত জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন

তামুলপুৰ, ৩১ অক্টোবৰ, ২০২৪ : ভাৰতৰ “লৌহ মানৱ” চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো ভাৰতৰ প্ৰতিখন ৰাজ্য‌ই “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে পালন কৰি আহিছে। তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…