Latest Story
Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভাব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांग

Main Story

বগামাটিত অহা ১ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ তম বৰনদী ৰাইডাৰ্ছ মিট ২০২৪।

গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বডোলেণ্ড টুৰিজিম, এভিডিচি, গুৱাহাটীৰ সহযোগত তামুলপুৰ জিলাৰ বগামাটিত অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বৰনাদী ৰাইডাৰ্ছ মিট ২০২৪’ৰ চতুৰ্থ সংস্কৰণৰ । আয়োজন সমিতিয়ে ৰাইজৰ…

অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (লংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা।

অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (ৰংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা। অসমত বসবাস কৰা কাৰ্বি জনগোষ্ঠীসমূহে উদযাপন কৰা ৰংকেৰ কাৰ্কলি (ৰংকাৰ পূজা) উপলক্ষে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে প্ৰতি…

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। 

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। তামুলপুৰ, ১ নৱেম্বৰঃ   সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে…

অহা ৮ নবেম্বৰ পৰা তামুলপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম আন্ত: জিলা পুৰুষ মহিলা (চিনিয়ৰ)খো- খো প্ৰতিযোগিতা।

অসম খো-খো সন্থাৰ তত্বাৱধানত আৰু তামুলপুৰ জিলা খো-খো সন্থাৰ সহযোগত তামুলপুৰ জিলাৰ কচুবাৰী ক্ৰীড়া সংঘৰ উদ্যোগত ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলা (চিনিয়ৰ) খো খো প্রতিযোগিতাখনি অহা ৮, নবেম্বৰৰ পৰা…

  • Current
  • November 1, 2024
  • 83 views
  • 0 minutes Read
৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন।

৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। তামুলপুৰ ১ নৱেম্বৰ। তামুলপুৰ জিলা সদৰৰ তামুলপুৰ আঞ্চলিক হৰি মন্দিৰত ১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৭ সংখ্যক ৰাস মহোৎসৱ…

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল।

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল। তামুলপুৰ, ৩১ অক্টোবৰঃ বিগত ২২ আৰু ২৩ অক্টোবৰত তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ)ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (নাক) প্ৰথম বাৰৰ…

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো…

কংগ্ৰেছৰ টিকট ল’বলৈ মই পাণ এটাও খোৱাব লগা হোৱা নাই, ৰঞ্জিত দত্ত মিছলীয়া: জয়ন্ত বৰা

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত ৰঞ্জিত দত্ত আৰু সদ্য কংগ্ৰেছী জয়ন্ত বৰাৰ নিৰ্বাচনী বাক যুদ্ধই আকৰ্ষণী ৰূপ লৈছে । কংগ্ৰেছৰ দলৰ পৰা টিকট পাবলৈ পাণ এটাও খোৱাব লগা হোৱা নাই,ৰঞ্জিত দত্ত এজন…

  • Current
  • November 1, 2024
  • 171 views
  • 1 minute Read
কি এই Mission Bwiswmuti?

বিটিআৰত বসবাস কৰা ৰাইজৰ দীৰ্ঘ দিনীয়া ভূমি আৰু ৰাজহ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰৰ এক পদক্ষেপ এই Mission Bwiswmuti.   এই Mission Bwiswmuti অনলাইন আবেদনৰে প্ৰথম…

  • Current
  • October 31, 2024
  • 67 views
  • 1 minute Read
তামুলপুৰত জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন

তামুলপুৰ, ৩১ অক্টোবৰ, ২০২৪ : ভাৰতৰ “লৌহ মানৱ” চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো ভাৰতৰ প্ৰতিখন ৰাজ্য‌ই “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে পালন কৰি আহিছে। তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…