Latest Story
চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বানভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তনHon’ble PM to lay the foundation stone and inaugurate multiple development projects worth over Rs 9,000 crore at Aizawl, MizoramElection Strategy Meeting with UPPL Workers and Candidates২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনাStep-by-Step Guide: 5000 Views Facebook Ads

Main Story

তাৰাপুৰ মণিপুৰী বস্তিৰ ৰাজাশ্ৰী ভাগ্যচন্দ্ৰ ক্লাবে মণিপুৰ আৰু কলকাতাৰ আৰ জি টেক্স কেছক থিম হিচাপে লৈ কালি পূজাৰ আয়োজন কৰে।

তাৰাপুৰ মণিপুৰী বস্তিৰ ৰাজাশ্ৰী ভাগ্যচন্দ্ৰ ক্লাবে মণিপুৰ আৰু কলকাতাৰ আৰ জি টেক্স কেছক থিম হিচাপে লৈ কালি পূজাৰ আয়োজন কৰে।   যেতিয়া সমগ্ৰ বৰাক উপত্যকাত কালি পূজা আৰু দীপাৱলী উৎসৱৰ…

Union Minister Sarbananda Sonowal Visits Kali Puja Mandaps in Tinsukia, Prays for Peace & Goodwill of Humanity*

*Union Minister Sarbananda Sonowal Visits Kali Puja Mandaps in Tinsukia, Prays for Peace & Goodwill of Humanity* *Tinsukia, 2 November, 2024*:   The *Union Minister & MP from the Dibrugarh…

প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। বাৰ্দ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী৷ ২৪ অক্টোবৰত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত৷    

সমগ্ৰ দেশৰ লগতে শিলচৰতো কালি পূজাৰ আয়োজন।

  সমগ্ৰ দেশৰ লগতে শিলচৰতো কালি পূজাৰ সমাগম ঘটিছে। কিন্তু এই কালিপূজাৰ মাজতো বিভিন্ন ক্লাবে নাৰীক সন্মান জনাই বিভিন্ন পণ্ডলত নাৰী সুৰক্ষা আৰু বিগত দিনত ঘটা ঘটনা সন্দৰ্ভত বিভিন্ন যুক্তি…

‘ভাষা গৌৰৱ সপ্তাহ’ৰ মাজতে ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীলৈ বিশেষ নৈমিত্তিক ছুটী।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৬ আৰু ৮ নৱেম্বৰ, ২০২৪ তাৰিখে মাত্ৰী পিত্ৰী বন্দনা আঁচনিৰ অধীনত বিশেষ আকস্মিক ছুটী লাভ কৰিব , ২০২৪ (দেওবাৰ হোৱাৰ বাবে) মাত্ৰী পিত্ৰী বন্দনাৰ বাবে। তদুপৰি চলিত…

বগামাটিত অহা ১ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ তম বৰনদী ৰাইডাৰ্ছ মিট ২০২৪।

গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বডোলেণ্ড টুৰিজিম, এভিডিচি, গুৱাহাটীৰ সহযোগত তামুলপুৰ জিলাৰ বগামাটিত অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বৰনাদী ৰাইডাৰ্ছ মিট ২০২৪’ৰ চতুৰ্থ সংস্কৰণৰ । আয়োজন সমিতিয়ে ৰাইজৰ…

অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (লংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা।

অহা ৫ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ কাৰ্কলি (ৰংকাৰ পুজা) উপলক্ষে চৰকাৰী বন্ধ ঘোষণা। অসমত বসবাস কৰা কাৰ্বি জনগোষ্ঠীসমূহে উদযাপন কৰা ৰংকেৰ কাৰ্কলি (ৰংকাৰ পূজা) উপলক্ষে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে প্ৰতি…

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। 

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। তামুলপুৰ, ১ নৱেম্বৰঃ   সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে…

অহা ৮ নবেম্বৰ পৰা তামুলপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম আন্ত: জিলা পুৰুষ মহিলা (চিনিয়ৰ)খো- খো প্ৰতিযোগিতা।

অসম খো-খো সন্থাৰ তত্বাৱধানত আৰু তামুলপুৰ জিলা খো-খো সন্থাৰ সহযোগত তামুলপুৰ জিলাৰ কচুবাৰী ক্ৰীড়া সংঘৰ উদ্যোগত ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলা (চিনিয়ৰ) খো খো প্রতিযোগিতাখনি অহা ৮, নবেম্বৰৰ পৰা…

  • Current
  • November 1, 2024
  • 83 views
  • 0 minutes Read
৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন।

৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। তামুলপুৰ ১ নৱেম্বৰ। তামুলপুৰ জিলা সদৰৰ তামুলপুৰ আঞ্চলিক হৰি মন্দিৰত ১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৭ সংখ্যক ৰাস মহোৎসৱ…