Latest Story
মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourse

Today Update

Main Story

উত্তৰ লখিমপুৰ চহৰৰ এখন বিদ্যালয়ৰ তিনিজন ছাত্ৰই শেহতীয়াকৈ তেওঁলোকৰ উল্লেখযোগ্য উদ্ভাৱনৰ বাবে ব্যাপক চৰ্চা লাভ কৰিছে

উত্তৰ লখিমপুৰ চহৰৰ এখন বিদ্যালয়ৰ তিনিজন ছাত্ৰই শেহতীয়াকৈ তেওঁলোকৰ উল্লেখযোগ্য উদ্ভাৱনৰ বাবে ব্যাপক চৰ্চা লাভ কৰিছে—এইটো এটা যন্ত্ৰ যিটো পথ সুৰক্ষা বৃদ্ধি আৰু সম্ভাৱনাময়ভাৱে অগণন জীৱন ৰক্ষাৰ বাবে ডিজাইন কৰা…

বিখ্যাত বালি শিল্পী সুদৰ্শন পট্টনাইকে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জন্মদিন উপলক্ষে ওড়িশাৰ পুৰী বিলত Happy birthday Virat

জন্মদিনৰ বাবে পুৰী বিলত বিৰাট বালি কলা। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জন্মদিন উপলক্ষে ওড়িশাৰ পুৰী বিলত Happy birthday Virat বাৰ্তাসহ বালিৰ ভাস্কৰ্য নিৰ্মাণ কৰিছে বিখ্যাত বালি শিল্পী সুদৰ্শন পট্টনাইকে। Source:…

উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত কিউ আৰ কোড মেচিনৰ ব্যৱস্থা প্ৰৱৰ্তন  উৎসৱৰ ভিৰৰ সময়ত টিকট কাউণ্টাৰত দীঘলীয়া শাৰী হ্ৰাসত সহায়ক 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত কিউ আৰ কোড মেচিনৰ ব্যৱস্থা প্ৰৱৰ্তন উৎসৱৰ ভিৰৰ সময়ত টিকট কাউণ্টাৰত দীঘলীয়া শাৰী হ্ৰাসত সহায়ক মালিগাঁও, ৪ নৱেম্বৰ, ২০২৪: ‘ডিজিটেল ইণ্ডিয়া’ দৃষ্টিভংগীৰ প্ৰতি সঁহাৰি…

কৱচ ৪.০ – ভাৰতীয় ৰেলৱেৰ এক অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি প্ৰণালী

কৱচ ৪.০ – ভাৰতীয় ৰেলৱেৰ এক অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি প্ৰণালী উন্নততৰ উপকৰণ আৰু প্ৰযুক্তিগত উপাদানৰ একত্ৰীকৰণ হৈছে ইয়াৰ বৈশিষ্ট্য     মালিগাঁও, ০৪ নৱেম্বৰ, ২০২৪:   ভাৰতীয় ৰে’লৱেই ইয়াৰ নেটৱৰ্কত…

উপ নির্বাচনে দলীয় প্রার্থীর হয়ে প্রচারে ঝড় তুলতে সোমবার ধলাই এলেন কংগ্রেসের কেন্দ্রীয় নেতারা।

উপ নির্বাচনে দলীয় প্রার্থীর হয়ে প্রচারে ঝড় তুলতে সোমবার ধলাই এলেন কংগ্রেসের কেন্দ্রীয় নেতারা। শিলচৰ: ৪ নবেম্বৰ। সঙ্গে ছিলেন অসম প্রদেশ কংগ্রেস কমিটির সভাপতি সহ অন্যান্য নেতা ও বিধায়করা। প্রার্থী…

অবৈধ ভাৱে বসবাস কৰা লোকক উচ্ছেদ তামুলপুৰ প্ৰশাসনৰ।

  অবৈধ ভাৱে বসবাস কৰা লোকক উচ্ছেদ তামুলপুৰ প্ৰশাসনৰ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ এনে কে দৰঙাত তামুলপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।   চৰকাৰী জাননী লাভ কৰি একাংশ লোকে শান্তিপূৰ্ণ ভাৱে নিজ…

গোৰেশ্বৰত শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ ।

গোৰেশ্বৰত শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ   গোৰেশ্বৰ-৪নৱেম্বৰঃ   গুৰুজনাৰ গুনানুকীৰ্তন, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে গোৰেশ্বৰ টেঙাঝাৰৰ *শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ* ত ।   ২ নৱেম্বৰৰপৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে…

তামুলপুৰত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ভাই টিকা উৎসৱ পালন।

  Date:- 4 November 2024,     তামুলপুৰৰ নাগ্ৰিজুলী ভাওৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত সদৌ অসম গোৰ্খা ছাত্র সন্থা চমুকৈ আগছু তামুলপুৰ জিলা সমিতিৰ উদ্যোগত পুৱ ডেফেলী- কুমাৰীকাটা আঞ্চলিক সমিতিৰ…

গোৰেশ্বৰৰ কাঠেনীত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

গোৰেশ্বৰৰ কাঠেনীত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন   গোৰেশ্বৰ-৪নৱেম্বৰঃ   গোৰেশ্বৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৌজন্যত কাঠেনী প্ৰাথমিক শাখাৰ আতিথ্যত উদযাপন মহোৎসৱৰ   দুদিনীয়া বৰ্ণঢ্য কাৰ্যসূচীৰে কাঠেনী প্ৰাথমিক শাখাৰ প্ৰাঙ্গণত অনুষ্ঠিত…

দিপ্লু ৰঞ্জন শৰ্মা জয়ী হবলৈ আল্লাহৰ উচৰত দোওয়া কৰিলে শ শ আলিম উলামাই

  দিপ্লু ৰঞ্জন শৰ্মা জয়ী হবলৈ আল্লাহৰ উচৰত দোওয়া কৰিলে শ শ আলিম উলামাই   চামগুৰিৰ লৰিৰমুখত বিজেপিৰ সমৰ্থনত উলাই আহিল পাঁচ শতাধিক আলিম উলামা।   উপ নিৰ্বাচনৰ প্ৰাকক্ষণত চামগুৰিৰ…