Latest Story
মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourseSpain’s capital Madrid — a powerful explosion has rocked the city, leaving around 25 people injured. At least two of them are said to be in serious condition.সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষচামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডলঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠানদৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

Main Story

তামুলপুৰত ষট্ পূজা সম্পৰ্কীয় বৈঠক*

*তামুলপুৰত ষট্ পূজা সম্পৰ্কীয় বৈঠক* তামুলপুৰ, ৫ নৱেম্বৰ, ২০২৪* :   আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ষট্ পূজা সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। জিলা…

কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱাল অৰাওনে গুমলা জিলাৰ তিনিওখন বিধানসভাৰ উপ নিৰ্বাচনৰ আসনত নিৰ্বাচনী সভা অংশগ্ৰহণ

  কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱাল অৰাওনে গুমলা জিলাৰ তিনিওখন বিধানসভাৰ উপ নিৰ্বাচনৰ আসনত নিৰ্বাচনী সভা অংশগ্ৰহণ ।  সভাত  অংশগ্ৰহন কৰি বিজেপিৰ বাবে ভোট বিচাৰি এই সময়ছোৱাত তেওঁ গ্ৰেণ্ড এলায়েন্সৰ…

উত্তৰ লখিমপুৰ চহৰৰ এখন বিদ্যালয়ৰ তিনিজন ছাত্ৰই শেহতীয়াকৈ তেওঁলোকৰ উল্লেখযোগ্য উদ্ভাৱনৰ বাবে ব্যাপক চৰ্চা লাভ কৰিছে

উত্তৰ লখিমপুৰ চহৰৰ এখন বিদ্যালয়ৰ তিনিজন ছাত্ৰই শেহতীয়াকৈ তেওঁলোকৰ উল্লেখযোগ্য উদ্ভাৱনৰ বাবে ব্যাপক চৰ্চা লাভ কৰিছে—এইটো এটা যন্ত্ৰ যিটো পথ সুৰক্ষা বৃদ্ধি আৰু সম্ভাৱনাময়ভাৱে অগণন জীৱন ৰক্ষাৰ বাবে ডিজাইন কৰা…

বিখ্যাত বালি শিল্পী সুদৰ্শন পট্টনাইকে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জন্মদিন উপলক্ষে ওড়িশাৰ পুৰী বিলত Happy birthday Virat

জন্মদিনৰ বাবে পুৰী বিলত বিৰাট বালি কলা। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জন্মদিন উপলক্ষে ওড়িশাৰ পুৰী বিলত Happy birthday Virat বাৰ্তাসহ বালিৰ ভাস্কৰ্য নিৰ্মাণ কৰিছে বিখ্যাত বালি শিল্পী সুদৰ্শন পট্টনাইকে। Source:…

উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত কিউ আৰ কোড মেচিনৰ ব্যৱস্থা প্ৰৱৰ্তন  উৎসৱৰ ভিৰৰ সময়ত টিকট কাউণ্টাৰত দীঘলীয়া শাৰী হ্ৰাসত সহায়ক 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত কিউ আৰ কোড মেচিনৰ ব্যৱস্থা প্ৰৱৰ্তন উৎসৱৰ ভিৰৰ সময়ত টিকট কাউণ্টাৰত দীঘলীয়া শাৰী হ্ৰাসত সহায়ক মালিগাঁও, ৪ নৱেম্বৰ, ২০২৪: ‘ডিজিটেল ইণ্ডিয়া’ দৃষ্টিভংগীৰ প্ৰতি সঁহাৰি…

কৱচ ৪.০ – ভাৰতীয় ৰেলৱেৰ এক অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি প্ৰণালী

কৱচ ৪.০ – ভাৰতীয় ৰেলৱেৰ এক অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি প্ৰণালী উন্নততৰ উপকৰণ আৰু প্ৰযুক্তিগত উপাদানৰ একত্ৰীকৰণ হৈছে ইয়াৰ বৈশিষ্ট্য     মালিগাঁও, ০৪ নৱেম্বৰ, ২০২৪:   ভাৰতীয় ৰে’লৱেই ইয়াৰ নেটৱৰ্কত…

উপ নির্বাচনে দলীয় প্রার্থীর হয়ে প্রচারে ঝড় তুলতে সোমবার ধলাই এলেন কংগ্রেসের কেন্দ্রীয় নেতারা।

উপ নির্বাচনে দলীয় প্রার্থীর হয়ে প্রচারে ঝড় তুলতে সোমবার ধলাই এলেন কংগ্রেসের কেন্দ্রীয় নেতারা। শিলচৰ: ৪ নবেম্বৰ। সঙ্গে ছিলেন অসম প্রদেশ কংগ্রেস কমিটির সভাপতি সহ অন্যান্য নেতা ও বিধায়করা। প্রার্থী…

অবৈধ ভাৱে বসবাস কৰা লোকক উচ্ছেদ তামুলপুৰ প্ৰশাসনৰ।

  অবৈধ ভাৱে বসবাস কৰা লোকক উচ্ছেদ তামুলপুৰ প্ৰশাসনৰ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ এনে কে দৰঙাত তামুলপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।   চৰকাৰী জাননী লাভ কৰি একাংশ লোকে শান্তিপূৰ্ণ ভাৱে নিজ…

গোৰেশ্বৰত শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ ।

গোৰেশ্বৰত শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ   গোৰেশ্বৰ-৪নৱেম্বৰঃ   গুৰুজনাৰ গুনানুকীৰ্তন, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে গোৰেশ্বৰ টেঙাঝাৰৰ *শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ* ত ।   ২ নৱেম্বৰৰপৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে…

তামুলপুৰত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ভাই টিকা উৎসৱ পালন।

  Date:- 4 November 2024,     তামুলপুৰৰ নাগ্ৰিজুলী ভাওৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত সদৌ অসম গোৰ্খা ছাত্র সন্থা চমুকৈ আগছু তামুলপুৰ জিলা সমিতিৰ উদ্যোগত পুৱ ডেফেলী- কুমাৰীকাটা আঞ্চলিক সমিতিৰ…