Latest Story
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouse

Today Update

Main Story

ৰাজস্থানৰ পুষ্কৰ মেলাত উটৰ নৃত্যই দৰ্শকক মোহিত কৰে ।

ৰাজস্থানৰ পুষ্কৰ মেলাত উটৰ নৃত্যই দৰ্শকক মোহিত কৰে । ৰাজস্থানৰ বিশিষ্ট অনুষ্ঠান পূষ্কৰ মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থাকে। এই বাৰ্ষিক উৎসৱ কেৱল উট আৰু পশুধনৰ বিস্তৃত বজাৰৰ বাবেই…

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সকলোৱে প্ৰত্যক্ষভাৱে অভিযোগ দিব পাৰিব। মুকলি কৰা হ’ব Landline numberৰ লগতে Whatsapp number.

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সকলোৱে প্ৰত্যক্ষভাৱে অভিযোগ দিব পাৰিব। মুকলি কৰা হ’ব Landline numberৰ লগতে Whatsapp number.   সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।   স্বচ্ছতা আৰু…

অসমত ভেনিলা খেতিৰ সম্ভাৱনা

অসমত ভেনিলা খেতিৰ সম্ভাৱনা   বিশ্বজুৰি অন্যতম মূল্যৱান মছলা হিচাপে স্বীকৃতি পোৱা ভেনিলাই যুগ যুগ ধৰি বিভিন্ন ৰান্ধনী আৰু সুগন্ধি খণ্ডত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। প্ৰাকৃতিক ভেনিলাৰ প্ৰতি বিশ্বব্যাপী…

অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে সৰভোগৰ পূৱ সাহপুৰ এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ (এন.জি.ও.)ৰ উদ্যোগত সজাগতা সভা

*অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে সৰভোগৰ পূৱ সাহপুৰ এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ (এন.জি.ও.)ৰ উদ্যোগত সজাগতা সভা।* লগতে পূৱ সাহপুৰʼ যুৱ সমাজৰ তৰপৰ পৰা এডুকেশ্বন ডেভেলপমেন্ট অৰ্গেনাইজেশ্বনʼ NGO টো শুভ উদ্বোধন কৰা হয়।  …

তামুলপুৰৰ কাহিবাৰীত গাঁওবাসীৰ সিদ্ধান্ত তিনিদিনৰ বাবে ড্ৰাইডে ঘোষণা গাঁওবাসীৰ।

তামুলপুৰৰ কাহিবাৰীত গাঁওবাসীৰ সিদ্ধান্ত তিনিদিনৰ বাবে ড্ৰাইডে ঘোষণা গাঁওবাসীৰ।     গাঁওখনত কোনো লোকে তিনিদিনৰ বাবে গ্ৰহণ কৰিব নোৱাৰিব মাদক দ্ৰব্য। জনগোষ্ঠীয় লোক হৈয়ো এই সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। কাৰণ গাঁওখনত…

BTC ৰ ভূমি আইন কেনেধৰণৰ?

ভূমিৰ মালিকীস্বত্ব আৰু ডিজিটেল সম্পত্তিক লৈ চলি থকা সমসাময়িক আলোচনাত বিটিচি ভূমি আইনখন উল্লেখযোগ্য বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে। ভৌতিক সম্পত্তিৰ মালিকীস্বত্ব, নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ চিত্ৰণ কৰা পৰম্পৰাগত ভূমি আইনখনৰ বিপৰীতে…

আপডেট: ষট উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত বিশেষ ৰেল 

আপডেট: ষট উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত বিশেষ ৰেল     মালিগাঁও, ১০ নৱেম্বৰ, ২০২৪:   ষট উৎসৱৰ পৰৱৰ্তী সময়ত ৰে’ল ষ্টেচনসমূহত হোৱা যাত্ৰীসকলৰ ভিৰৰ প্ৰতি লক্ষ্য…

তামুলপুৰত মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ।

তামুলপুৰত মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ। ৯ ডিচেম্বৰত জালুকবাৰীৰ ৰাজপথ কপাব মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাই।   সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন…

ওদালগুৰি জিলাত অৱস্থিত বৰধামনৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত গোপস্তামী আৰু ৰাছমেলাৰ পবিত্ৰ উদযাপনৰ

ওদালগুৰি জিলাত অৱস্থিত বৰধামনৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত গোপস্তামী আৰু ৰাছমেলাৰ পবিত্ৰ উদযাপনৰ জৰিয়তে পৰিৱেশত লালন-পালন কৰা আচাৰ-ব্যৱহাৰৰ শক্তি বিয়পি পৰিছে। পৰম্পৰা অনুসৰি এই উৎসৱসমূহৰ উদ্বোধনী দিনটোত এক বিশেষ অনুষ্ঠানৰ আয়োজন…

তামুলপুৰত প্ৰিতিমূলক ক্ৰিকেট প্ৰতিযোগিতা।

তামুলপুৰত প্ৰিতিমূলক ক্ৰিকেট প্ৰতিযোগিতা।     তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি এখনি প্ৰিতিমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। ক্ৰিকেট খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ…