Latest Story
প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপনগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বানভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন

Today Update

Main Story

আজি শিশু দিৱস।

শিশু দিৱস: আমাৰ যুৱক-যুৱতীসকলৰ আনন্দ, অধিকাৰ আৰু ভৱিষ্যতক সন্মান জনোৱা   শিশু দিৱস হৈছে বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত এক অনুষ্ঠান যিয়ে শিশুসকলক উদযাপন আৰু তেওঁলোকৰ অধিকাৰ, শিক্ষা, আৰু সামগ্ৰিক মংগলৰ বিষয়ে সজাগতা…

অৱশেষত দীঘলী পুখুৰীপাৰৰ গছ নকটাৰ সিদ্ধান্ত চৰকাৰৰ আদালতত শপতনামা দাখিল লোক নিৰ্মাণ বিভাগৰ।

ৰাইজ আৰু শিল্পী সাহিত্যিক সকলৰ অহৰহ প্ৰতিবাদত হাৰি মানিলে চৰকাৰে।   লোক নিৰ্মাণ বিভাগে আদালতত শপতনামা দাখিল কৰি দীঘলীপুখুৰীৰ পাৰৰ কোনো গছ নকটাৰ আশ্বাস প্ৰদান । দীঘলী পুখুৰী পাৰৰ ৰসাল…

ভাৰতীয় সেনাৰ থলুৱা Prachand Light Combat Helicopter ৰ আজি সফলতাৰে পৰীক্ষণ সম্পন্ন কৰা হয়।

ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ এক উল্লেখযোগ্য অগ্ৰগতিৰ স্বৰূপে ভাৰতীয় সেনাই আজি নিজৰ ঘৰুৱাভাৱে নিৰ্মিত প্ৰচন্দ লাইট কম্বেট হেলিকপ্টাৰ (এল চি এইচ)ৰ পৰীক্ষামূলক উৰণ সফলতাৰে সম্পন্ন কৰিছে। এই সাফল্যই ঘৰতে উৎপাদিত প্ৰযুক্তি…

তামুলপুৰৰ জাৰতালুকত অঘটন  জৰাজীৰ্ণ বাঁহৰ দলংৰ পৰা স্কুটী সহ গভীৰ পানীত পৰিল এগৰাকী লোক ।

তামুলপুৰৰ জাৰতালুকত অঘটন জৰাজীৰ্ণ বাঁহৰ দলংৰ পৰা স্কুটী সহ গভীৰ পানীত পৰিল এগৰাকী লোক   কথমপি প্ৰাণৰক্ষা   ৰমেন দাস,তামুলপুৰ,১৩ নৱেম্বৰ- তামুলপুৰ জিলাৰ অন্তৰ্গত জাৰতালুকত আজি সংঘটিত হয় এক ভয়ংকৰ…

তামুলপুৰত কলিতা আলপাইন জনগোষ্ঠীৰ জোৰ লৈ সমদল :

তামুলপুৰত কলিতা আলপাইন জনগোষ্ঠীৰ জোৰ লৈ সমদল : ১৩ নৱেম্বৰ : সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নিৰ্দেশ মৰ্মে তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ আহ্বানত আজি তামুলপুৰত কলিতা জনগোষ্ঠীক…

আজি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ছৌদি বিদেশ মন্ত্ৰী ৰাজকুমাৰ ফৈছাল বিন ফাৰহানে।

আজি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ছৌদি বিদেশ মন্ত্ৰী ৰাজকুমাৰ ফৈছাল বিন ফাৰহানে ৰাজনৈতিক, নিৰাপত্তা, সামাজিক, আৰু সাংস্কৃতিক সহযোগিতা সমিতিৰ দ্বিতীয় অধিৱেশন আহ্বান কৰে। এই সমিতিখন ভাৰত…

প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১২,১০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গীকৰণ ।

প্ৰধানমন্ত্ৰীৰ দ্বাৰা ১২,১০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গীকৰণ । মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহো উদ্বোধন কৰে ।   মালিগাওঁ, ১৩ নৱেম্বৰ,…

তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী_হেলমেট পিন্ধা চালকক প্ৰশাসনৰ উপহাৰ।

তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী_হেলমেট পিন্ধা চালকক প্ৰশাসনৰ উপহাৰ_ তামুলপুৰ, ১৩ নৱেম্বৰ, ২০২৪ :   আজি আবেলি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ…

आज 13 तारीख को असम के पांच विधानसभा में उपचुनाव हो रहे हैं ।                    

आज 13 तारीख को असम के पांच विधानसभा में उपचुनाव हो रहे हैं   असम की 5 विधानसभा सीटों पर आज 13 नवंबर को वोटिंग चल रही है। इस सीटों…

কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন তামুলপুৰ জিলা উপায়ুক্তৰ ।

আজি পুৱাই তামুলপুৰৰ জিলাৰ উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিদৰ্শন কৰে । লগতে উপায়ুক্ত গৰাকীয়ে বিদ্যালয় খনৰ বিভিন্ন কাম-কাজ পৰিদৰ্শন কৰে।