Latest Story
চামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডলঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”নুমলীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক অনুষ্ঠানদৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপনগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार 

Main Story

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰে পুনৰ একযোগ হোৱাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ।

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰে পুনৰ একযোগ হোৱাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ   অসম জাতীয় পৰিষদ (আজাপ)-ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে পুনৰ একতাৰ ইংগিত দিছে। এই মন্তব্যই ৰাজ্যৰ…

তামুলপুৰত বন্যহস্তীৰ ডিঙিত সংস্থাপন কৰা হ’ল Radio Collar

তামুলপুৰত বন্যহস্তীৰ ডিঙিত সংস্থাপন কৰা হ’ল Radio Collar Photo Courtesy: Facebook   তামুলপুৰ জিলাত বিগত কিছুদিন ধৰি উপদ্ৰৱ চলাই থকা বন্যহস্তীৰ বৃহৎ জাকৰ দুটাকৈ হাতীৰ দেহত বন বিভাগৰ পৰিচালনাত Radio…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰাক্তন এন ডি এফ বিৰ সকলৰ মাজত।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰাক্তন এন ডি এফ বিৰ সকলৰ মাজত।   তামুলপুৰ ১৮ নৱেম্বৰ।   দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়োলেণ্ড মহোৎসৱত…

তামুলপুৰত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ।

  তামুলপুৰত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ।   তামুলপুৰৰ তেতেলিগুৰি, বৰবিলা, চলিকাণ্ড, গুৱাকুছিত বনৰীয়া হাতীৰ বৃহৎ জাক।   নিশা ভাগত এশৰো হাতীৰ জাক সোমাই ৰাইজৰ নাজল নাথল অৱস্থা।   হাতীৰ জাকটোৱে…

কুকি-মা উগ্ৰপন্থীয়ে ৬জন নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদ কাছাৰৰ মাইতেয়ী মণিপুৰী সম্প্ৰদায়ে।

কুকি-মা উগ্ৰপন্থীয়ে ৬জন নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদ কাছাৰৰ মাইতেয়ী মণিপুৰী সম্প্ৰদায়ে।   ন্যায়ৰ বাবে এই ঘটনাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।   কাছাৰৰ মৈতেয়ী মণিপুৰী সম্প্ৰদায়ৰ ৰাইজে মহিলা-শিশুকে…

কুকি-মার উগ্রপন্থীরা ৬জন নিরীহকে নির্মমভাবে হত্যা করার বিরুদ্ধে সরব হলো কাছাড়ের মৈতেয়ী মনিপুরি জনগোষ্ঠী।

কুকি-মার উগ্রপন্থীরা ৬জন নিরীহকে নির্মমভাবে হত্যা করার বিরুদ্ধে সরব হলো কাছাড়ের মৈতেয়ী মনিপুরি জনগোষ্ঠী। ঘটনার সুবিচার চেয়ে সরকারের দৃষ্টি আকর্ষণ করেছেন তাঁরা।   মহিলা ও শিশু সহ ৬জনকে নির্মমভাবে হত্যা…

শিৱসাগৰত অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৰ উপস্থিতিত ভাৰোত্তোলন নিৰ্বাচন শিবিৰ।

শিৱসাগৰত অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৰ উপস্থিতিত ভাৰোত্তোলন নিৰ্বাচন শিবিৰ।   শিৱসাগৰ জিলাৰ নামতিত দুই দিনীয়াকৈ অনুষ্ঠিত হোৱা ভাৰোত্তোলনৰ নিৰ্বাচন শিবিৰত বিশেষ অতিথি ৰূপে উপস্থিত হয় অলিম্পিকৰ পদক বিজয়ী মীৰাবাঈ…

আজি কাৰ্বি আংলং জিলাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কাৰ্বি আংলং দিৱস।

আজি কাৰ্বি আংলং জিলাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কাৰ্বি আংলং দিৱস   কাৰ্বি আংলং জিলাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ অৱসৰত আজি সমগ্ৰ জিলাখন উৎসৱমুখৰ পৰিৱেশত…

মণিপুৰ: ‘আফস্পা’ প্ৰত্যাহাৰৰ আহ্বান জনাই কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ

মণিপুৰ: ‘আফস্পা’ প্ৰত্যাহাৰৰ আহ্বান জনাই কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ   মণিপুৰত ‘আৰ্মড ফৰ্চেছ স্পেচিয়েল পাৱাৰ এ্যাক্ট’ (আফস্পা) অপসাৰণৰ দাবী এতিয়া দিনক দিনে জোৰাল হৈ পৰিছে। ৰাজ্যখনৰ জনগণৰ সৈতে বিভিন্ন সামাজিক সংগঠন…

বন্দে ভাৰত ৰে’ল যাত্ৰীৰ খাদ্যত পোক-পৰুৱা উদ্ধাৰ: যাত্ৰীৰ আতংকজনক ।

তিৰুনেলভেলীৰ পৰা চেন্নাইলৈ যোৱা বন্দে ভাৰত এক্সপ্ৰেছত যোৱা এজন যাত্ৰীয়ে শেহতীয়াকৈ তেওঁলোকৰ খাদ্যৰ সৈতে জড়িত এক আমনিদায়ক কাণ্ডৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁলোকৰ খাদ্যৰ লগত অহা সম্ভাৰত তেওঁলোকে পোক-পৰুৱা উদ্ধাৰ, যাৰ…