Latest Story
Tesla ने दिल्ली में अपना पहला चार्जिंग स्टेशन या एक्सपीरियंस सेंटर लॉन्च नहीं किया हैনতুন দিল্লীত আজি বিৰোধী ইণ্ডিয়া ব্লকৰ শতাধিক নেতা-সাংসদে SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গতি কৰে ওজৰ-আপত্তি জনাবলৈবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুইBaksa Gets Two New RCC Bridges to Boost Connectivity and Economic GrowthBTCতো চলিব নেকি উচ্ছেদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াEGPD Recovers Stolen Mobile Phone, Nabs Repeat Offenderতামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠনSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

Today Update

Main Story

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল।

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল। তামুলপুৰ, ৩১ অক্টোবৰঃ বিগত ২২ আৰু ২৩ অক্টোবৰত তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ)ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (নাক) প্ৰথম বাৰৰ…

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো…

কংগ্ৰেছৰ টিকট ল’বলৈ মই পাণ এটাও খোৱাব লগা হোৱা নাই, ৰঞ্জিত দত্ত মিছলীয়া: জয়ন্ত বৰা

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত ৰঞ্জিত দত্ত আৰু সদ্য কংগ্ৰেছী জয়ন্ত বৰাৰ নিৰ্বাচনী বাক যুদ্ধই আকৰ্ষণী ৰূপ লৈছে । কংগ্ৰেছৰ দলৰ পৰা টিকট পাবলৈ পাণ এটাও খোৱাব লগা হোৱা নাই,ৰঞ্জিত দত্ত এজন…

  • Current
  • November 1, 2024
  • 147 views
  • 1 minute Read
কি এই Mission Bwiswmuti?

বিটিআৰত বসবাস কৰা ৰাইজৰ দীৰ্ঘ দিনীয়া ভূমি আৰু ৰাজহ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰৰ এক পদক্ষেপ এই Mission Bwiswmuti.   এই Mission Bwiswmuti অনলাইন আবেদনৰে প্ৰথম…

  • Current
  • October 31, 2024
  • 65 views
  • 1 minute Read
তামুলপুৰত জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন

তামুলপুৰ, ৩১ অক্টোবৰ, ২০২৪ : ভাৰতৰ “লৌহ মানৱ” চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো ভাৰতৰ প্ৰতিখন ৰাজ্য‌ই “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে পালন কৰি আহিছে। তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…