Latest Story
গোৱাহাটীৰ পৰা আৰম্ভ কৰি গাওঁ গাওঁত ইউপিপিএল প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতি লাভ কৰিছে।Sonapur Dacoity Case Cracked: 5 Arrested, Looted Items Recoveredকাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতাচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

Main Story

বৰফৰ শুভ্ৰতাৰে মোহময় পেৰিছ: পৰ্যটকৰ ভিৰে মুখৰিত চহৰ।

বৰফৰ শুভ্ৰতাৰে মোহময় পেৰিছ: পৰ্যটকৰ ভিৰে মুখৰিত চহৰ   ফ্ৰান্সৰ পেৰিছ চহৰ বৰফৰ শুভ্ৰ আৱৰণত ঢাকি এক সপোনৰ দুনীয়াত পৰিণত হৈছে। চহৰৰ আইফেল টাৱাৰ, শ্বঁজ এলিজে, আৰু লুভ্ৰ মিউজিয়ামৰ দৰে…

  • Current
  • November 22, 2024
  • 110 views
  • 1 minute Read
হায়দৰাবাদত কৌটি দীপোৎসৱম’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অংশগ্ৰহণ।

হায়দৰাবাদত কৌটি দীপোৎসৱম’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অংশগ্ৰহণ ।   হায়দৰাবাদত অনুষ্ঠিত কৌটি দীপোৎসৱমত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটোত শোভা বৰ্দ্ধন কৰে। এই দীপোৎসৱম’ হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতিৰ…

বঙাইগাঁৱৰ তালগুৰিত শোকাৱহ পথ দুর্ঘটনা: পিতৃ-কন্যাৰ থিতাতে মৃত্যু।

বঙাইগাঁৱৰ তালগুৰিত শোকাৱহ পথ দুর্ঘটনা: পিতৃ-কন্যাৰ থিতাতে মৃত্যু   বঙাইগাঁৱৰ তালগুৰিৰ নিত্যবজাৰত আজি পুৱা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনাত থিতাতে মৃত্যু হয়…

তামুলপুৰৰ বৰখোপা সেনা চাউনীৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা

তামুলপুৰ ব্ৰেকিং   তামুলপুৰৰ বৰখোপা সেনা চাউনীৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা   তীব্ৰবেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ   থিতাতে নিহত এজন বাইক আৰোহী এজন আহত   নিহত বাইক আৰোহীজন…

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল।

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল   সম্প্ৰতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এই পৰোৱানা আদানী গ্ৰুপৰ বাবে এক গভীৰ…

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।   তামুলপুৰ ২১ নৱেম্বৰ   তামুলপুৰ জিলাৰ ভালত-ভূটান সীমান্তৰ পলাশবাৰীত আজি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণ এজন লোক নিহত হয় । নিহত লোক জন হল…

আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান

আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান।   আদানি সম্পৰ্কীয় বিতৰ্ক ভাৰতীয় ৰাজনীতিৰ বিতর্কিত বিষয় হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি গোষ্ঠীৰ ওপৰত বিভিন্ন অভিযোগ…

জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ

জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ   জামুগুৰি আৰক্ষী থানা এলেকাত আজিৰ দিনটো উত্তপ্ত পৰিস্থিতিৰ সাক্ষী হৈ আছে। গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি…

কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত।

কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত অষ্ট্ৰেলিয়াত কাইলৈৰ পৰা আৰম্ভ হ’ব বহুল প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। দুয়োখন দলে যুঁজ দিব ৫খন মেচৰ টেষ্ট ছিৰিজত, যাৰ সৈতে অতি উচ্চমানৰ ক্রিকেটৰ প্রত্যাশা…

গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।

গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।   বিশ্বব্যাপী বিতৰ্কিত শিল্পপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে উৎকোচ প্রদান, প্ৰৱঞ্চনা, আৰু আৰ্থিক…