Latest Story
মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনাPak sponsored terrorism…” Indian envoy to UN blasts “dump track” Pakistan’s anti-India discourse

Today Update

Main Story

ধেমাজিত আটাছুৰ জোঁৰ সমদল: টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ।

ধেমাজিত আটাছুৰ জোঁৰ সমদল: টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ   ধেমাজিত অল অসম টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ উদ্যোগত এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়িত হয়। এই সমদল টাই আহোম…

শ্বহীদ স্মাৰকৰ নিৰ্মাণত অগ্ৰগতি: মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিদৰ্শন।

শ্বহীদ স্মাৰকৰ নিৰ্মাণত অগ্ৰগতি: মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিদৰ্শন   📌 শ্বহীদ স্মাৰকৰ নিৰ্মাণথলীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা: অসমৰ গৌৰৱময় ইতিহাস আৰু শ্বহীদসকলৰ আত্মবলিদানক সন্মান জনোৱাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে…

চিবিএছই ব’ৰ্ড পৰীক্ষা ২০২৫: অফিচিয়েল ডেট শ্বীট প্ৰকাশ

চিবিএছই ব’ৰ্ড পৰীক্ষা ২০২৫: অফিচিয়েল ডেট শ্বীট প্ৰকাশ   কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)য়ে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষাৰ ২০২৫ চনৰ অফিচিয়েল ডেট শ্বীট মুকলি কৰিছে। পৰীক্ষাসমূহ…

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত ভাৰতৰ গৌৰৱময় জয়

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত ভাৰতৰ গৌৰৱময় জয়   ভাৰতীয় মহিলা হকী দলৰ বাবে ২০২৪ বৰ্ষ গৌৰৱৰ এক নৱ অধ্যায় আৰম্ভ কৰিলে। দলটোৱে এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শনেৰে শীৰ্ষ স্থান…

প্ৰদূষণৰ কবলত তামুলপুৰৰ ভূটান সীমান্তৰ বগাজুলি,।

প্ৰদূষণৰ কবলত তামুলপুৰৰ ভূটান সীমান্তৰ বগাজুলি   ভূটানৰ সৈতে সংলগ্ন অসমৰ তামুলপুৰ জিলাৰ বগাজুলি অঞ্চলত বতাহৰ সৈতে ছটিয়াই পৰি থকা দুষণৰ বিভীষিকা দিনক দিনে বৃদ্ধি পাইছে। ভূটানৰ বিভিন্ন উদ্যোগ, বিশেষকৈ…

Black Friday: কি আৰু কি কি সুবিধা থাকে?

Black Friday: কি আৰু কি কি সুবিধা থাকে?     Black Friday বিশ্বজুৰি এক জনপ্ৰিয় বানিজ্যিক দিন, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন কিছুমান পশ্চিমীয়া দেশত। এই দিনটো প্ৰত্যেক বছৰ নৱেম্বৰ…

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৃষ্ঠপোষকতাত ৰাঘৱ মৰাণ দিৱস উদযাপন ।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৃষ্ঠপোষকতাত ৰাঘৱ মৰাণ দিৱস উদযাপন ।   ডুমডুমাৰ কাকজানত এইবাৰ আয়োজিত হ’ল ২৮৯ সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস। ৰাঘৱ মৰাণ দিৱসৰ আয়োজন গৰাকী আছিল ৰাজ্য চৰকাৰৰ…

21 ৰ পৰা 23 নৱেম্বৰলৈ মণিপুৰত সকলোবোৰ বিদ্যালয় বন্ধ ঘোষণা।

21 ৰ পৰা 23 নৱেম্বৰলৈ মণিপুৰত সকলোবোৰ বিদ্যালয় বন্ধ ঘোষণা।

  • Current
  • November 20, 2024
  • 57 views
  • 1 minute Read
শীঘ্ৰে জনগোষ্ঠীয় ভাষাত শিক্ষক নিযুক্তি: নতুন পদক্ষেপ চৰকাৰৰ।

শীঘ্ৰে জনগোষ্ঠীয় ভাষাত শিক্ষক নিযুক্তি: নতুন পদক্ষেপ চৰকাৰৰ ।   ৰাজ্য চৰকাৰে জনগোষ্ঠীয় ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ সাতটা জনগোষ্ঠীয় ভাষা– অসমীয়া, বডো, মিচিং,…

NFR to add additional General Class coaches in 39 trains Will significantly contribute towards capacity augmentation

NFR to add additional General Class coaches in 39 trains Will significantly contribute towards capacity augmentation   Maligaon, 20th November, 2024:   Indian Railways (IR) is taking several steps to…