Latest Story
সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপনগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

Today Update

Main Story

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল।

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল   সম্প্ৰতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এই পৰোৱানা আদানী গ্ৰুপৰ বাবে এক গভীৰ…

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।   তামুলপুৰ ২১ নৱেম্বৰ   তামুলপুৰ জিলাৰ ভালত-ভূটান সীমান্তৰ পলাশবাৰীত আজি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণ এজন লোক নিহত হয় । নিহত লোক জন হল…

আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান

আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান।   আদানি সম্পৰ্কীয় বিতৰ্ক ভাৰতীয় ৰাজনীতিৰ বিতর্কিত বিষয় হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি গোষ্ঠীৰ ওপৰত বিভিন্ন অভিযোগ…

জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ

জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ   জামুগুৰি আৰক্ষী থানা এলেকাত আজিৰ দিনটো উত্তপ্ত পৰিস্থিতিৰ সাক্ষী হৈ আছে। গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি…

কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত।

কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত অষ্ট্ৰেলিয়াত কাইলৈৰ পৰা আৰম্ভ হ’ব বহুল প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। দুয়োখন দলে যুঁজ দিব ৫খন মেচৰ টেষ্ট ছিৰিজত, যাৰ সৈতে অতি উচ্চমানৰ ক্রিকেটৰ প্রত্যাশা…

গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।

গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।   বিশ্বব্যাপী বিতৰ্কিত শিল্পপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে উৎকোচ প্রদান, প্ৰৱঞ্চনা, আৰু আৰ্থিক…

১৬ বছৰৰ তলৰ শিশুৰ বাবে বন্ধ হ’ব সামাজিক মাধ্যম।

১৬ বছৰৰ তলৰ শিশুৰ বাবে বন্ধ হ’ব সামাজিক মাধ্যম।   বিশ্বব্যাপী শিশুসকলৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি সজাগ হৈ উঠিছে চৰকাৰসমূহ। অষ্ট্ৰেলিয়াৰ পাছত এতিয়া ব্ৰিটেইন চৰকাৰে ১৬ বছৰৰ তলৰ শিশুসকলৰ…

বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি।

বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি।   গুৱাহাটী মহানগৰীৰ বহু সংখ্যক বার-ৰেষ্টুৰেণ্টে চৰকাৰী নিৰ্দেশনা তথা আইন উলংঘা কৰি চলাই আহিছে নিজস্ব ব্যৱসায়। পুৱতি নিশালৈকে খোলা ৰাখে কিছুসংখ্যক বার, যি…

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত “অমৃত উদ্যান” এখন প্রকৃতিৰ সেউজীয়াৰে ভৰা সৌন্দর্যমণ্ডিত স্থান।

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত “অমৃত উদ্যান” এখন প্রকৃতিৰ সেউজীয়াৰে ভৰা সৌন্দর্যমণ্ডিত স্থান।   এটি সৰু স্বর্গ যেন অনুভৱ হয়, য’ত প্ৰকৃতিৰ লগত সময় কাটাবলৈ অসংখ্য পখী, ফুলৰ গছ আৰু শান্ত…

কানাডাৰ সংবাদ মাধ্যমৰ দাবীক তীব্ৰভাৱে নাকচ কৰিলে ভাৰত।

কানাডাৰ সংবাদ মাধ্যমৰ দাবীক তীব্ৰভাৱে নাকচ কৰিলে ভাৰত   ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) কানাডাৰ সংবাদ মাধ্যমৰ সেই দাবীক সম্পূৰ্ণভাৱে নাকচ কৰিছে, য’ত উল্লেখ কৰা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…