গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল।
গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল সম্প্ৰতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এই পৰোৱানা আদানী গ্ৰুপৰ বাবে এক গভীৰ…
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত। তামুলপুৰ ২১ নৱেম্বৰ তামুলপুৰ জিলাৰ ভালত-ভূটান সীমান্তৰ পলাশবাৰীত আজি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণ এজন লোক নিহত হয় । নিহত লোক জন হল…
আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান
আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান। আদানি সম্পৰ্কীয় বিতৰ্ক ভাৰতীয় ৰাজনীতিৰ বিতর্কিত বিষয় হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি গোষ্ঠীৰ ওপৰত বিভিন্ন অভিযোগ…
জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ
জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ জামুগুৰি আৰক্ষী থানা এলেকাত আজিৰ দিনটো উত্তপ্ত পৰিস্থিতিৰ সাক্ষী হৈ আছে। গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি…
কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত।
কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত অষ্ট্ৰেলিয়াত কাইলৈৰ পৰা আৰম্ভ হ’ব বহুল প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। দুয়োখন দলে যুঁজ দিব ৫খন মেচৰ টেষ্ট ছিৰিজত, যাৰ সৈতে অতি উচ্চমানৰ ক্রিকেটৰ প্রত্যাশা…
গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।
গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ। বিশ্বব্যাপী বিতৰ্কিত শিল্পপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে উৎকোচ প্রদান, প্ৰৱঞ্চনা, আৰু আৰ্থিক…
১৬ বছৰৰ তলৰ শিশুৰ বাবে বন্ধ হ’ব সামাজিক মাধ্যম।
১৬ বছৰৰ তলৰ শিশুৰ বাবে বন্ধ হ’ব সামাজিক মাধ্যম। বিশ্বব্যাপী শিশুসকলৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি সজাগ হৈ উঠিছে চৰকাৰসমূহ। অষ্ট্ৰেলিয়াৰ পাছত এতিয়া ব্ৰিটেইন চৰকাৰে ১৬ বছৰৰ তলৰ শিশুসকলৰ…
বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি।
বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি। গুৱাহাটী মহানগৰীৰ বহু সংখ্যক বার-ৰেষ্টুৰেণ্টে চৰকাৰী নিৰ্দেশনা তথা আইন উলংঘা কৰি চলাই আহিছে নিজস্ব ব্যৱসায়। পুৱতি নিশালৈকে খোলা ৰাখে কিছুসংখ্যক বার, যি…
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত “অমৃত উদ্যান” এখন প্রকৃতিৰ সেউজীয়াৰে ভৰা সৌন্দর্যমণ্ডিত স্থান।
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত “অমৃত উদ্যান” এখন প্রকৃতিৰ সেউজীয়াৰে ভৰা সৌন্দর্যমণ্ডিত স্থান। এটি সৰু স্বর্গ যেন অনুভৱ হয়, য’ত প্ৰকৃতিৰ লগত সময় কাটাবলৈ অসংখ্য পখী, ফুলৰ গছ আৰু শান্ত…
কানাডাৰ সংবাদ মাধ্যমৰ দাবীক তীব্ৰভাৱে নাকচ কৰিলে ভাৰত।
কানাডাৰ সংবাদ মাধ্যমৰ দাবীক তীব্ৰভাৱে নাকচ কৰিলে ভাৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) কানাডাৰ সংবাদ মাধ্যমৰ সেই দাবীক সম্পূৰ্ণভাৱে নাকচ কৰিছে, য’ত উল্লেখ কৰা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…