Latest Story
ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভাব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांगअगले पाँच साल में बिहार में 1 करोड़ नौकरियाँ देने का वादा – मुख्यमंत्री नीतीश कुमार का बड़ा ऐलानवक़्फ़ शिर्क संशोधन क़ानून पर नाराज़गी – सरकार के फ़ैसले का विरोध जताया सजिद रशीदी नेআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

Main Story

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্টত যশস্বী জয়সোৱালৰ শতক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্টত যশস্বী জয়সোৱালৰ শতক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন   ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্ট মেচত ভাৰতীয় টীমে চমকপ্ৰদভাৱে খেল প্ৰদৰ্শন কৰি দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শক্তিশালী স্থানত…

চিদলীত UPPLৰ জয়: নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়ৰ পাছত BTR প্ৰধান প্ৰমোদ বড়োৰ প্ৰথম প্ৰতিক্ৰিয়া।

চিদলীত UPPLৰ জয়: নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়ৰ পাছত BTR প্ৰধান প্ৰমোদ বড়োৰ প্ৰথম প্ৰতিক্ৰিয়া   চিদলীত অনুষ্ঠিত উপ-নিৰ্বাচনত UPPL (United People’s Party Liberal) দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ময়ে জয়লাভ কৰাৰ…

নিৰাপত্তা আৰু ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ অঙ্গীকাৰ: মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যম বার্তা।

নিৰাপত্তা আৰু ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ অঙ্গীকাৰ: মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যম বার্তা   ৰাজ্যৰ আইন-শৃঙ্খলা ব্যৱস্থাৰ শক্তিশালীকৰণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদানৰ বাবে চৰকাৰ তথা আৰক্ষী সৰ্বত্ৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে…

মহাৰাষ্ট্ৰত বিজেপিৰ বৃহৎ বিজয়ৰ পাছত নতুন দিল্লীত দলীয় কৰ্মীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ।

মহাৰাষ্ট্ৰত বিজেপিৰ বৃহৎ বিজয়ৰ পাছত নতুন দিল্লীত দলীয় কৰ্মীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ।   মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ উল্লেখযোগ্য জয়ৰ পাছত নতুন দিল্লীত দলীয় কৰ্মীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ…

সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY ‘ বিদ্যালয়ত বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন।

“সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY ‘ বিদ্যালয়ত বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন” ছাত্ৰ – ছাত্ৰীৰ প্ৰতিভা বিকাশৰ অন্যতম স্থলী বিদ্যালয় জামাদাৰ বড়ীʼৰ আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় AR ENGLISH ACADEMY বিদ্যালয়ʼʼ…

ATM Insurance Claim কৰিবলৈ Card ধাৰকে কি কৰিব লাগিব ?

ATM Insurance Claim কৰিবলৈ Card ধাৰকে কি কৰিব লাগিব: Insurance ৰ শর্ত আৰু কভাৰেজ চাওক: এটিএম কাৰ্ডৰ সৈতে সংযুক্ত ইনছুৰেন্সৰ বিষয়ে জানিবৰ বাবে আপোনাৰ বেন্কৰ টাৰ্মছ অ্যান্ড কন্ডিশন চাওক। সাধাৰণতে…

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা চিইআইআৰ পৰ্টেল ব্যৱহাৰ কৰি হেৰুওৱা মোবাইল ফোনৰ ট্ৰেচিং অব্যাহত

 উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা চিইআইআৰ পৰ্টেল ব্যৱহাৰ কৰি হেৰুওৱা মোবাইল ফোনৰ ট্ৰেচিং অব্যাহত।   ৰেল যাত্ৰীৰ ৪৯ টা হেৰুওৱা ফোন উদ্ধাৰ   মালিগাওঁ, ২৩ নৱেম্বৰ, ২০২৪:…

চাইবাৰ অপৰাধৰ বলি হ’লে আপুনি কি কৰিব? CIDৰ পৰামৰ্শ মুন্না প্ৰসাদ গুপ্তাৰ

চাইবাৰ অপৰাধৰ বলি হ’লে আপুনি কি কৰিব? CIDৰ পৰামৰ্শ মুন্না প্ৰসাদ গুপ্তাৰ    চাইবাৰ অপৰাধসমূহ, যেনে অনলাইন লেনদেনত ঠগনী, ব্যক্তিগত তথ্য চুৰি, আৰু সোশ্যাল মিডিয়াৰ অপব্যৱহাৰ, আজিকালি অত্যন্ত বৃদ্ধি পাইছে।…

শীতকালত স্বাস্থ্য় সুৰক্ষাৰ বাবে সাৱধানতা: জ্যেষ্ঠ চিকিত্সক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ পৰামৰ্শ।

শীতকালত স্বাস্থ্য় সুৰক্ষাৰ বাবে সাৱধানতা: জ্যেষ্ঠ চিকিত্সক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ পৰামৰ্শ   শীতকালৰ শুকান আৰু ঠাণ্ডা বতৰত স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। এই সময়ত বিভিন্ন বেমাৰ বৃদ্ধি পায়, বিশেষকৈ…

জোঁটৰ জোৰত মহাৰাষ্ট্ৰ দখল মহাযুটিৰ! সহানুভূতি ভোটৰ পৰা বঞ্চিত উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰ, লোকসভা নিৰ্বাচনৰ বিপৰীত ফল মহাৰাষ্ট্ৰত

জোঁটৰ জোৰত মহাৰাষ্ট্ৰ দখল মহাযুটিৰ! সহানুভূতি ভোটৰ পৰা বঞ্চিত উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰ, লোকসভা নিৰ্বাচনৰ বিপৰীত ফল মহাৰাষ্ট্ৰত   মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচন ২০২৪ৰ পৰিৱেশ বেছি উত্তপ্ত। বিজেপি আৰু একনাথ…