Latest Story
ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বানভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তনHon’ble PM to lay the foundation stone and inaugurate multiple development projects worth over Rs 9,000 crore at Aizawl, MizoramElection Strategy Meeting with UPPL Workers and Candidates২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। নাগ্ৰীজুলিত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

Main Story

বঙাইগাঁৱৰ তালগুৰিত শোকাৱহ পথ দুর্ঘটনা: পিতৃ-কন্যাৰ থিতাতে মৃত্যু।

বঙাইগাঁৱৰ তালগুৰিত শোকাৱহ পথ দুর্ঘটনা: পিতৃ-কন্যাৰ থিতাতে মৃত্যু   বঙাইগাঁৱৰ তালগুৰিৰ নিত্যবজাৰত আজি পুৱা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনাত থিতাতে মৃত্যু হয়…

তামুলপুৰৰ বৰখোপা সেনা চাউনীৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা

তামুলপুৰ ব্ৰেকিং   তামুলপুৰৰ বৰখোপা সেনা চাউনীৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা   তীব্ৰবেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ   থিতাতে নিহত এজন বাইক আৰোহী এজন আহত   নিহত বাইক আৰোহীজন…

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল।

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা: নতুন তথ্য উদঙাইছে ৰাইজৰ দল   সম্প্ৰতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এই পৰোৱানা আদানী গ্ৰুপৰ বাবে এক গভীৰ…

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।   তামুলপুৰ ২১ নৱেম্বৰ   তামুলপুৰ জিলাৰ ভালত-ভূটান সীমান্তৰ পলাশবাৰীত আজি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণ এজন লোক নিহত হয় । নিহত লোক জন হল…

আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান

আদানিৰ ওপৰত ইপাৰ-সিপাৰে! বিজেপিয়ে কয়- ৰাহুলৰ বাবেই কোটি কোটি লোকৰ লোকচান।   আদানি সম্পৰ্কীয় বিতৰ্ক ভাৰতীয় ৰাজনীতিৰ বিতর্কিত বিষয় হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানি গোষ্ঠীৰ ওপৰত বিভিন্ন অভিযোগ…

জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ

জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড প্ৰতিবাদ   জামুগুৰি আৰক্ষী থানা এলেকাত আজিৰ দিনটো উত্তপ্ত পৰিস্থিতিৰ সাক্ষী হৈ আছে। গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি…

কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত।

কাইলৈ পুনৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত অষ্ট্ৰেলিয়াত কাইলৈৰ পৰা আৰম্ভ হ’ব বহুল প্ৰত্যাশিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। দুয়োখন দলে যুঁজ দিব ৫খন মেচৰ টেষ্ট ছিৰিজত, যাৰ সৈতে অতি উচ্চমানৰ ক্রিকেটৰ প্রত্যাশা…

গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।

গৌতম আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আমেৰিকাৰ।   বিশ্বব্যাপী বিতৰ্কিত শিল্পপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে উৎকোচ প্রদান, প্ৰৱঞ্চনা, আৰু আৰ্থিক…

১৬ বছৰৰ তলৰ শিশুৰ বাবে বন্ধ হ’ব সামাজিক মাধ্যম।

১৬ বছৰৰ তলৰ শিশুৰ বাবে বন্ধ হ’ব সামাজিক মাধ্যম।   বিশ্বব্যাপী শিশুসকলৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি সজাগ হৈ উঠিছে চৰকাৰসমূহ। অষ্ট্ৰেলিয়াৰ পাছত এতিয়া ব্ৰিটেইন চৰকাৰে ১৬ বছৰৰ তলৰ শিশুসকলৰ…

বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি।

বহু BAR-RESTRO BAR এতিয়া আৰক্ষীৰ মূৰৰ কামোৰণি।   গুৱাহাটী মহানগৰীৰ বহু সংখ্যক বার-ৰেষ্টুৰেণ্টে চৰকাৰী নিৰ্দেশনা তথা আইন উলংঘা কৰি চলাই আহিছে নিজস্ব ব্যৱসায়। পুৱতি নিশালৈকে খোলা ৰাখে কিছুসংখ্যক বার, যি…