Latest Story
নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভাব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांगअगले पाँच साल में बिहार में 1 करोड़ नौकरियाँ देने का वादा – मुख्यमंत्री नीतीश कुमार का बड़ा ऐलान

Main Story

ভূটান সীমান্তৰ শুকানজূলীত অবৈধ গছৰ কুণ্ডা কাঠ সহ বাহন জব্দ ।

ভূটান সীমান্তৰ শুকানজূলীত অবৈধ গছৰ কুণ্ডা কাঠ সহ বাহন জব্দ    ৰমেন দাস,তামুলপুৰ,২৫ নবেম্বৰ- তামুলপুৰ জিলাৰ ভূটান সীমান্তত অবাধ বনধ্বংসৰ ফলত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তেই একাংশ দূষ্কৃতিকাৰীয়ে…

বন্দে পুৰুষোত্তমম ধনীৰে মুখৰিত হল তামুলপুৰৰ কাউলী।

বন্দে পুৰুষোত্তমম ধনীৰে মুখৰিত হল তামুলপুৰৰ কাউলী। তামুলপুৰ জিলাৰ কাউলীৰ সৎসঙ্গ কেন্দ্ৰত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰম পূজ্যপাদ শ্ৰী শ্ৰী বড়দাৰ ১১৪ তম জন্ম মহোৎসৱ।কাৰ্যসূচী মতে, পুৱা উষা…

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৪ সময়সূচী ঘোষণা।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৪ সময়সূচী ঘোষণা কৰিছে। পৰীক্ষা ১৫ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে আৰম্ভ হ’ব আৰু ৩ মাৰ্চত শেষ হ’ব। পৰীক্ষাৰ সময় দুই পালিত…

  • Current
  • November 25, 2024
  • 30 views
  • 1 minute Read
একখন বিশেষ খবৰ!

একখন বিশেষ খবৰ!   নাম: বকুল ৰাজবংশী, বয়স ১১ বছৰ। পিতৃ: প্ৰয়াত যতিন ৰাজবংশী। গাঁও: কাহিতলী, থানাঃ চিপাঝাৰ, চাকি চিপাহী, জিলা: দৰং, অসম।   এই লৰাজনৰ বিষয়ে কোনো তথ্য থকাসকলক…

  • Current
  • November 25, 2024
  • 36 views
  • 1 minute Read
নতুন দিল্লীত আজি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবাদমেল সম্বোধন ।

আজিৰ দিনটো ভাৰতৰ সংবিধান দিৱস (Constitution Day) হিচাপে উদযাপন কৰা হয়, যি দিনটো ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল। এই বিশেষ দিন উপলক্ষে কেন্দ্ৰীয় আইন মন্ত্ৰী…

মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে লাভ কৰিলে GI Tag।

মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে লাভ কৰিলে GI Tag।   গোলাঘাটস্থিত ইনষ্টিটিউট অৱ হেণ্ডিক্ৰাফ্টৰ পৰিৱেশনে ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ ঐতিহ্যবাহী হস্ততাঁত সামগ্ৰীৰ গৌৰৱ বঢ়াই তুলিছে। বিগত মাৰ্চ মাহত কৰা আৱেদনৰ ভিত্তিত মিচিং…

  • Current
  • November 25, 2024
  • 37 views
  • 1 minute Read
ছাত্ৰ সন্থাৰ আহ্বানত ২৪ নবেম্বৰ তাৰিখৰ পৰা আৰম্ভ পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ।

ছাত্ৰ সন্থাৰ আহ্বানত ২৪ নবেম্বৰ তাৰিখৰ পৰা আৰম্ভ পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ   গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদন সৰিফুদ্দিন আহমেদ। ২৫ নবেম্বৰ গুৱাহাটী।   ছাত্ৰ সন্থাৰ উদ্যোগত ২৪ নবেম্বৰ তাৰিখৰ…

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত প্ৰশাসনৰ উচ্ছেদ অভিযান সফল।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত প্ৰশাসনৰ উচ্ছেদ অভিযান সফল   পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চলত আজি অনুষ্ঠিত হৈছে বৃহৎ প্ৰশাসনিক উচ্ছেদ অভিযান। অবৈধভাৱে দখল কৰি থকা প্ৰায় ২২ বিঘা ভূমি বেদখলমুক্ত…

ডনাল্ড ট্ৰাম্পৰ নেতৃত্বাধীন প্ৰশাসনে এক বিতৰ্কিত সিদ্ধান্ত  আমেৰিকাৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত তৃতীয় লিংগৰ লোক সকলক অযোগ্য ঘোষণা।

ডনাল্ড ট্ৰাম্পৰ নেতৃত্বাধীন প্ৰশাসনে এক বিতৰ্কিত সিদ্ধান্ত  আমেৰিকাৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত তৃতীয় লিংগৰ লোক সকলক অযোগ্য ঘোষণা।     ডনাল্ড ট্ৰাম্পৰ নেতৃত্বাধীন প্ৰশাসনে এক বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰি, আমেৰিকাৰ সশস্ত্ৰ…

মহাৰাষ্ট্ৰৰ কোন হ’ব মুখ্যমন্ত্ৰী আলি দোমোজাত বিজেপি।

মহাৰাষ্ট্ৰৰ কোন হ’ব মুখ্যমন্ত্ৰী আলি দোমোজাত বিজেপি।     মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ পদত থকাৰ সময়তে নতুন প্ৰাৰ্থী হিচাপে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী…