Latest Story
দৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপনগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने अवैध आरा मशीन, जनरेटर सेट व लकड़ी के साथ 02 व्यक्तियों को किया गिरफ्तार নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

Main Story

IPL Auction 2024: কোনজন খেলুৱৈ কিমানত বিক্ৰী হ’ল?

IPL Auction 2024: কোনজন খেলুৱৈ কিমানত বিক্ৰী হ’ল? ২০২৪ চনৰ IPL নিলামত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ বাবে দলসমূহৰ মাজত চলিল তীব্ৰ প্ৰতিদ্বন্দ্বিতা। কিছুমান খেলুৱৈক ৰেকৰ্ড মূল্যত ক্ৰয় কৰা দেখা গ’ল। এইবাৰো…

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা।

গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা   প্ৰকৃতি সংৰক্ষণ আৰু সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে গুৱাহাটীত অনুষ্ঠিত হৈছে দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ (Eastern Himalayan Naturenomics Forum)। এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ…

মছজিদৰ জৰীপৰ বিৰুদ্ধে বিক্ষোভ: উত্তৰ প্ৰদেশৰ চম্বলত উত্তাল জনতা, পৰিণত হ’ল ৰণক্ষেত্ৰ।

মছজিদৰ জৰীপৰ বিৰুদ্ধে বিক্ষোভ: উত্তৰ প্ৰদেশৰ চম্বলত উত্তাল জনতা, পৰিণত হ’ল ৰণক্ষেত্ৰ   উত্তৰ প্ৰদেশৰ চম্বল অঞ্চলত মছজিদৰ জৰীপ সম্পৰ্কীয় এক সিদ্ধান্তৰ বিৰুদ্ধে জনতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই ঘটনা…

লিংগ পৰিৱৰ্তনৰ ঘোৰ বিৰোধিতা: পুটিনৰ বিতর্কিত সিদ্ধান্ত।

লিংগ পৰিৱৰ্তনৰ ঘোৰ বিৰোধিতা: পুটিনৰ বিতর্কিত সিদ্ধান্ত।   ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পুনৰ এক বিতর্কিত সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ পুটিনে লিংগ পৰিৱর্তন (Gender Transition) সম্পৰ্কীয় বিধি-কানুন…

চৰাইদেউ মৈদামে জিলিকাই তুলিছে আহোমৰ ইতিহাস: বিশ্ব ঐতিহ্য ক্ষেত্ৰত পালন কৰা হ’ল ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪’

চৰাইদেউ মৈদামে জিলিকাই তুলিছে আহোমৰ ইতিহাস: বিশ্ব ঐতিহ্য ক্ষেত্ৰত পালন কৰা হ’ল ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪’   অসমৰ গৌৰৱ আৰু সংস্কৃতিৰ অমূল্য সম্পদ হ’ল চৰাইদেউ মৈদাম। এই ঐতিহাসিক স্থানখন আহোম…

গুণ্ডাটেক্স নিদিলে যাব নোৱাৰিব চনকালৈ!

গুণ্ডাটেক্স নিদিলে যাব নোৱাৰিব চনকালৈ!   চনকালৈ যোৱাৰ পথত কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় য’ত নিজৰ অধিকাৰেও অপহৃত হয়৷ সম্প্ৰতি এনে এটা ভয়ংকৰ সত্যই উন্মোচিত হৈছে—চনকালৈ যোৱাৰ পথত…

ৰবটৰ বিস্ময়: ভয়ংকৰ কাণ্ড লিপ্ত হ’ল ৰবট!

ৰবটৰ বিস্ময়: ভয়ংকৰ কাণ্ড লিপ্ত হ’ল ৰবট!   আধুনিক বিজ্ঞানৰ এক অভূতপূৰ্ব অবদান হ’ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (AI) আৰু ইয়াৰ দ্বাৰা নিয়ন্ত্ৰিত ৰবট৷ এই সময়ত প্ৰায় প্ৰতিটো ক্ষেত্রতে ৰবটৰ প্ৰভাব পৰিলক্ষিত…

NFR providing Rubberized Surface in LC Gates to enhance safety

NFR providing Rubberized Surface in LC Gates to enhance safety     Maligaon, 24th November, 2024:     The Northeast Frontier Railway (NFR) is committed towards enhancing safety and operational…

IPL 2025ৰ শীৰ্ষ ১০ দামী খেলুৱৈৰ তালিকা

IPL 2025ৰ শীৰ্ষ ১০ দামী খেলুৱৈৰ তালিকা IPL 2025ৰ মেগা নিলামত বহু খেলুৱৈৰ ওপৰত চহি পৰিল, বিশেষকৈ কিছুমান খেলুৱৈৰ দাম আকাশছে স্পৰ্শ কৰিলে। বৰ্তমানলৈ শীৰ্ষ ১০ দামী খেলুৱৈ হৈছে: 1.…

ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামৰ নাম সলনি কৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু পূৰ্বৰ অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত।

ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামৰ নাম সলনি কৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু পূৰ্বৰ অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপক সোণোৱালৰ অৱদানৰ স্বীকৃতি হিচাপে বিবেচনা কৰা…