Latest Story
৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰামাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী

Main Story

ওদালগুৰিত লিংগ সম্পদ কেন্দ্ৰ শুভ উদ্বোধন বি টি চিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ।

ওদালগুৰিত লিংগ সম্পদ কেন্দ্ৰ শুভ উদ্বোধন বি টি চিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ।     সুৰক্ষিত মহিলা,সুৰক্ষিত সমাজ, মহিলাৰ দ্বাৰা, মহিলাৰ বাবে” উক্ত বাক্যকে সৰোগত কৰি মহিলা…

ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি-নামনিত চমক দিয়া অখিল গগৈ এইবাৰ বৰাকত।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি-নামনিত চমক দিয়া অখিল গগৈ এইবাৰ বৰাকত।   ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰাক উপত্যকাৰ ৰাজনীতিত এক বিশেষ সঁকিয়নী…

NFR records significant growth in freight loading during October 2024

NFR records significant growth in freight loading during October 2024   Maligaon, 25th November, 2024:   Northeast Frontier Railway (NFR) is working relentlessly round the clock to serve its customers…

ভূটান সীমান্তৰ শুকানজূলীত অবৈধ গছৰ কুণ্ডা কাঠ সহ বাহন জব্দ ।

ভূটান সীমান্তৰ শুকানজূলীত অবৈধ গছৰ কুণ্ডা কাঠ সহ বাহন জব্দ    ৰমেন দাস,তামুলপুৰ,২৫ নবেম্বৰ- তামুলপুৰ জিলাৰ ভূটান সীমান্তত অবাধ বনধ্বংসৰ ফলত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তেই একাংশ দূষ্কৃতিকাৰীয়ে…

বন্দে পুৰুষোত্তমম ধনীৰে মুখৰিত হল তামুলপুৰৰ কাউলী।

বন্দে পুৰুষোত্তমম ধনীৰে মুখৰিত হল তামুলপুৰৰ কাউলী। তামুলপুৰ জিলাৰ কাউলীৰ সৎসঙ্গ কেন্দ্ৰত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰম পূজ্যপাদ শ্ৰী শ্ৰী বড়দাৰ ১১৪ তম জন্ম মহোৎসৱ।কাৰ্যসূচী মতে, পুৱা উষা…

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৪ সময়সূচী ঘোষণা।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৪ সময়সূচী ঘোষণা কৰিছে। পৰীক্ষা ১৫ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে আৰম্ভ হ’ব আৰু ৩ মাৰ্চত শেষ হ’ব। পৰীক্ষাৰ সময় দুই পালিত…

  • Current
  • November 25, 2024
  • 29 views
  • 1 minute Read
একখন বিশেষ খবৰ!

একখন বিশেষ খবৰ!   নাম: বকুল ৰাজবংশী, বয়স ১১ বছৰ। পিতৃ: প্ৰয়াত যতিন ৰাজবংশী। গাঁও: কাহিতলী, থানাঃ চিপাঝাৰ, চাকি চিপাহী, জিলা: দৰং, অসম।   এই লৰাজনৰ বিষয়ে কোনো তথ্য থকাসকলক…

  • Current
  • November 25, 2024
  • 36 views
  • 1 minute Read
নতুন দিল্লীত আজি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবাদমেল সম্বোধন ।

আজিৰ দিনটো ভাৰতৰ সংবিধান দিৱস (Constitution Day) হিচাপে উদযাপন কৰা হয়, যি দিনটো ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল। এই বিশেষ দিন উপলক্ষে কেন্দ্ৰীয় আইন মন্ত্ৰী…

মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে লাভ কৰিলে GI Tag।

মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে লাভ কৰিলে GI Tag।   গোলাঘাটস্থিত ইনষ্টিটিউট অৱ হেণ্ডিক্ৰাফ্টৰ পৰিৱেশনে ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ ঐতিহ্যবাহী হস্ততাঁত সামগ্ৰীৰ গৌৰৱ বঢ়াই তুলিছে। বিগত মাৰ্চ মাহত কৰা আৱেদনৰ ভিত্তিত মিচিং…

  • Current
  • November 25, 2024
  • 37 views
  • 1 minute Read
ছাত্ৰ সন্থাৰ আহ্বানত ২৪ নবেম্বৰ তাৰিখৰ পৰা আৰম্ভ পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ।

ছাত্ৰ সন্থাৰ আহ্বানত ২৪ নবেম্বৰ তাৰিখৰ পৰা আৰম্ভ পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ   গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদন সৰিফুদ্দিন আহমেদ। ২৫ নবেম্বৰ গুৱাহাটী।   ছাত্ৰ সন্থাৰ উদ্যোগত ২৪ নবেম্বৰ তাৰিখৰ…