Latest Story
চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

Main Story

প্ৰথম নৰ্থ-ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৪ৰ বিজয়ী সমাপ্তি

প্ৰথম নৰ্থ-ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৪ৰ বিজয়ী সমাপ্তি   উদয়াচলৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম নৰ্থ-ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৪ৰ বিজয়ী সামৰণি আজি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয়। উত্তৰ-পূবৰ পেৰা এথলিটসকলৰ মেধা…

ৰাভা জনগোষ্ঠীৰ ঐতিহ্যৰ প্ৰতিচ্ছবি: “Hasong Folk Dance” তথ্যচিত্ৰ মুক্তি

ৰাভা জনগোষ্ঠীৰ ঐতিহ্যৰ প্ৰতিচ্ছবি: “Hasong Folk Dance” তথ্যচিত্ৰ মুক্তি   ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্যৰ অমূল্য অংশ হাছং লোকনৃত্য। এই নৃত্যই ৰাভা জাতি-জনগোষ্ঠীৰ জীৱনধাৰা, উৎসৱ-পাৰ্বণ, আৰু কৃষ্টিক উদযাপন কৰে। ঐতিহ্য…

গুৱাহাটীত বহিয়েই দেশৰ বিভিন্ন প্ৰান্তত লুট পাত চাইবাৰ চক্ৰৰ কাণ্ড

গুৱাহাটীত বহিয়েই দেশৰ বিভিন্ন প্ৰান্তত লুট পাত চাইবাৰ চক্ৰৰ কাণ্ড   গুৱাহাটী মহানগৰীৰ অনিলনগৰত এটা ডাঙৰ চাইবাৰ অপৰাধ চক্ৰৰ সন্ধান পোৱা গৈছে। এজন নাগৰিকৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ দল এজনী ফ্লেটত…

৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলৰ মৃত্যু: খেলপথাৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলৰ মৃত্যু: খেলপথাৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু   এজন প্ৰতিভাৱান ক্ৰিকেটাৰৰ জীৱন অসমাপ্ত হৈ শেষ হ’ল। ৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেল বুধবাৰে হৃদৰোগত আক্ৰান্ত…

ৰাজ কুন্দ্ৰাৰ বাসভৱন আৰু কাৰ্যালয়ত ইডিৰ অভিযান: স্বামী ৰাজ কুন্দ্ৰাৰ ভৱিষ্যতৰ চিন্তাত হাহাকাৰ শিল্পা শেট্টী

ৰাজ কুন্দ্ৰাৰ বাসভৱন আৰু কাৰ্যালয়ত ইডিৰ অভিযান: স্বামী ৰাজ কুন্দ্ৰাৰ ভৱিষ্যতৰ চিন্তাত হাহাকাৰ শিল্পা শেট্টী বলিউডৰ জগতত আকৌ এক বৃহৎ খবৰ। এইবাৰ ৰাজ কুন্দ্ৰাৰ নাম পুনৰ বিতৰ্কৰ কেন্দ্ৰস্থলত। ভাৰতীয় অৰ্থনৈতিক…

অসম বিধানসভাৰ নৱ-নিৰ্বাচিত ৫ গৰাকী বিধায়কৰ শপতগ্ৰহণ আজিৰ দিনটোত।

অসম বিধানসভাৰ নৱ-নিৰ্বাচিত ৫ গৰাকী বিধায়কৰ শপতগ্ৰহণ আজিৰ দিনটোত এক গুৰুত্বপূর্ণ ঘটনা হিচাপে পৰিগণিত হৈছে। শপতগ্ৰহণ অনুষ্ঠানত এই বিধায়কৰ সকলে আনুষ্ঠানিকভাৱে বিধানসভাৰ দায়িত্ব গ্ৰহণ কৰে। নতুনকৈ নিৰ্বাচিত হোৱা এই ৫…

সোণাৰীৰ মুছলেক আলীক মুক্তি দিবলৈ কন্যাক ইউনিয়নৰ আল্টিমেটাম

সোণাৰীৰ মুছলেক আলীক মুক্তি দিবলৈ কন্যাক ইউনিয়নৰ আল্টিমেটাম   নাগালেণ্ডৰ কন্যাক ইউনিয়নে চমকপ্ৰদ আল্টিমেটাম জাৰি কৰি দাবী কৰিছে যে উগ্ৰপন্থীৰ দ্বাৰা অপহৃত সোণাৰীৰ মুছলেক আলীক অহা ২৪ ঘণ্টাৰ ভিতৰত মুক্তি…

নতুন দিল্লীৰ ভাৰত মণ্ডপামত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন

নতুন দিল্লীৰ ভাৰত মণ্ডপামত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন।   উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৃষ্টিশীলতা, সংস্কৃতি, আৰু সম্ভাৱনা উদযাপন কৰাৰ লক্ষ্যৰে DONER (Development of North Eastern Region) মন্ত্ৰ্যালয়ৰ উদ্যোগত অষ্টলক্ষ্মী মহোৎসৱৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত…

মহানগৰীৰ দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ

মহানগৰীৰ দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত আজি চৰকাৰবিৰোধী প্ৰচণ্ড প্ৰতিবাদৰ সাক্ষী হৈ পৰিল। কলেজ শিক্ষক নিযুক্তি খচৰা নিয়মাৱলী বাতিলৰ দাবীত ছাত্ৰ ফেডাৰেচন অৱ ইণ্ডিয়া (SFI), ডেম’ক্ৰেটিক ইয়ুথ…

असम विधानसभा उपचुनाव: नए विधायकों ने लिया शपथ, सामगुरी से जीते बीजेपी के डिप्लो रंजन शर्मा ने विकास पर दिया जोर

असम विधानसभा उपचुनाव: नए विधायकों ने लिया शपथ, सामगुरी से जीते बीजेपी के डिप्लो रंजन शर्मा ने विकास पर दिया जोर   आज असम विधानसभा में हाल ही में हुए…