Latest Story
ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰামাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদলতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।Nokia Infinity 5G Smartphone Launched: Massive 200MP Camera & 6500mAh Battery!অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্কঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰাপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসীমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

Main Story

অসম আৰক্ষীৰ চৌখিন পদক্ষেপ: ভাৰত-বাংলাদেশ সীমান্তত আটক ৫ অবৈধ বাংলাদেশী নাগৰিক

অসম আৰক্ষীৰ চৌখিন পদক্ষেপ: ভাৰত-বাংলাদেশ সীমান্তত আটক ৫ অবৈধ বাংলাদেশী নাগৰিক   অসম আৰক্ষীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চৰম সক্ৰিয়তা প্ৰদৰ্শন কৰি ৫ জন অবৈধ বাংলাদেশীক আটক কৰাৰ পাছত সীমান্তৰ সিপাৰে…

সমাগত পঞ্চায়ত নিৰ্বাচনঃ অগপ সভাপতি অতুল বৰাৰ মন্তব্য

সমাগত পঞ্চায়ত নিৰ্বাচনঃ অগপ সভাপতি অতুল বৰাৰ মন্তব্য গুৱাহাটী, ৩০ নৱেম্বৰঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰসঙ্গত অসম গণ পৰিষদ (অগপ)ৰ সভাপতি অতুল বৰাই সদৰী কৰিছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন দলীয় প্ৰতীক…

গুৱাহাটী মহানগৰীত অব্যাহত চিলনীচোৰৰ সন্ত্ৰাস, পুৱাই সুন্দৰপুৰত ভয়ংকৰ ঘটনা

গুৱাহাটী মহানগৰীত অব্যাহত চিলনীচোৰৰ সন্ত্ৰাস, পুৱাই সুন্দৰপুৰত ভয়ংকৰ ঘটনা   গুৱাহাটী, ৩০ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত চিলনীচোৰৰ সন্ত্ৰাস অব্যাহত আছে। আজি পুৱাই মহানগৰীৰ সুন্দৰপুৰ অঞ্চলত এক ভয়ংকৰ ঘটনা সংঘটিত হয়।  …

গোৰেশ্বৰত কাঠৰ দলংত নিশা অগ্নি সংযোগ দূৰ্বৃত্তৰ

গোৰেশ্বৰত কাঠৰ দলংত নিশা অগ্নি সংযোগ দূৰ্বৃত্তৰ   গোৰেশ্বৰ, ৩০ নৱেম্বৰঃ গোৰেশ্বৰৰ নিজঝাৰগাওঁৰ এটি কাঠৰ দলংত নিশা দূৰ্বিত্তই অগ্নি সংযোগ কৰিছে। দলংখন নাওকাটা নিজঝাৰগাওঁৰ জৰিয়তে তামুলপুৰক সংযোগ কৰা শুকাই নৈৰ…

মুফতি মকিবৰ ৰহমান আজহাৰী মন্তব্য কৰিছে যে তাঞ্জিল হুছেইনৰ পৰাজয়ৰ মূল কাৰণ তাঞ্জিলৰ পিতৃৰ পাপ।

মুফতি মকিবৰ ৰহমান আজহাৰী মন্তব্য কৰিছে যে তাঞ্জিল হুছেইনৰ পৰাজয়ৰ মূল কাৰণ তাঞ্জিলৰ পিতৃৰ পাপ। চামগুৰিত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত আজহাৰী কৈছে, “তাঞ্জিলৰ পিতৃয়ে যিসকল পাপ কৰিছিল, সেয়াই আজি তাঞ্জিলৰ কেৰিয়াৰৰ…

চেম্পিয়নছ ট্ৰফীক লৈ অব্যাহত বিতৰ্ক! ICCয়ে PCBক দিল কড়া সতর্কবার্তা

চেম্পিয়নছ ট্ৰফীক লৈ অব্যাহত বিতৰ্ক! ICCয়ে PCBক দিল কড়া সতর্কবার্তা ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীক লৈ আইচিচি (ICC) আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ড (PCB)-ৰ মাজত বিতৰ্কৰ ৰোশনাই এতিয়াও অৱসান পোৱা নাই। আইচিচিৰ…

প্ৰথম নৰ্থ-ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৪ৰ বিজয়ী সমাপ্তি

প্ৰথম নৰ্থ-ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৪ৰ বিজয়ী সমাপ্তি   উদয়াচলৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম নৰ্থ-ইষ্ট পেৰা স্পৰ্টছ মিট ২০২৪ৰ বিজয়ী সামৰণি আজি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয়। উত্তৰ-পূবৰ পেৰা এথলিটসকলৰ মেধা…

ৰাভা জনগোষ্ঠীৰ ঐতিহ্যৰ প্ৰতিচ্ছবি: “Hasong Folk Dance” তথ্যচিত্ৰ মুক্তি

ৰাভা জনগোষ্ঠীৰ ঐতিহ্যৰ প্ৰতিচ্ছবি: “Hasong Folk Dance” তথ্যচিত্ৰ মুক্তি   ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্যৰ অমূল্য অংশ হাছং লোকনৃত্য। এই নৃত্যই ৰাভা জাতি-জনগোষ্ঠীৰ জীৱনধাৰা, উৎসৱ-পাৰ্বণ, আৰু কৃষ্টিক উদযাপন কৰে। ঐতিহ্য…

গুৱাহাটীত বহিয়েই দেশৰ বিভিন্ন প্ৰান্তত লুট পাত চাইবাৰ চক্ৰৰ কাণ্ড

গুৱাহাটীত বহিয়েই দেশৰ বিভিন্ন প্ৰান্তত লুট পাত চাইবাৰ চক্ৰৰ কাণ্ড   গুৱাহাটী মহানগৰীৰ অনিলনগৰত এটা ডাঙৰ চাইবাৰ অপৰাধ চক্ৰৰ সন্ধান পোৱা গৈছে। এজন নাগৰিকৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ দল এজনী ফ্লেটত…

৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলৰ মৃত্যু: খেলপথাৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলৰ মৃত্যু: খেলপথাৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু   এজন প্ৰতিভাৱান ক্ৰিকেটাৰৰ জীৱন অসমাপ্ত হৈ শেষ হ’ল। ৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেল বুধবাৰে হৃদৰোগত আক্ৰান্ত…