Latest Story
ব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांगअगले पाँच साल में बिहार में 1 करोड़ नौकरियाँ देने का वादा – मुख्यमंत्री नीतीश कुमार का बड़ा ऐलानवक़्फ़ शिर्क संशोधन क़ानून पर नाराज़गी – सरकार के फ़ैसले का विरोध जताया सजिद रशीदी नेআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথিগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণনাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

Today Update

Main Story

টেবুলত পৰি থাকিব নোৱাৰিব কোনো ফাইল’ ফাইলৰ কাম সমাধান নকৰিলে বিষয়াই ভৰিব লাগিব জৰিমনা। দৰমহাৰ পৰা কৰ্তন কৰা হ’ব ১০,০০০ টকা পৰ্যন্ত জৰিমণাৰ ধন।

অফিচিয়েল নিৰ্দেশনা   সাম্প্ৰতিক নিৰ্দেশনাৰ পৰা জনোৱা হৈছে যে, টেবুলত কোনো ফাইল পৰি থাকিব নোৱাৰিব। যিকোনো ফাইলৰ কাম সময়মতে সমাধান নকৰিলে বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।   নিয়মভংগৰ…

Cancellation, Rescheduling & Regulation of trains

Cancellation, Rescheduling & Regulation of trains   Maligaon, 30th November, 2024:   Five hours mega block have been undertaken from 01st to 08th December, 2024 for track-safety related works between…

Indian Railways providing clean & hygienic bedrolls to passengers

Indian Railways providing clean & hygienic bedrolls to passengers     Maligaon, 30th November, 2024:     Indian Railways make every endeavour to provide clean, hygienic, well ironed good quality…

চিকিৎসালয়ত বাংলাদেশীৰ প্ৰৱেশ নিষিদ্ধ: কিয় লোৱা হ’ল এনে বিতৰ্কিত সিদ্ধান্ত?

চিকিৎসালয়ত বাংলাদেশীৰ প্ৰৱেশ নিষিদ্ধ: কিয় লোৱা হ’ল এনে বিতৰ্কিত সিদ্ধান্ত?   এক গুৰুত্বপূর্ণ আৰু বিতৰ্কিত সিদ্ধান্তৰ বাবে চৰ্চাত আহিছে অসমৰ এটা চিকিৎসালয়। চিকিৎসালয়খনৰ কৰ্তৃপক্ষই বাংলাদেশীৰ প্ৰৱেশ অনিৰ্দিষ্টকালৰ বাবে নিষিদ্ধ ঘোষণা…

পঞ্চায়ত নিৰ্বাচনত বিজেপি-অগপ মিত্ৰতা: কি ক’লে সভাপতি ভৱেশ কলিতাই

পঞ্চায়ত নিৰ্বাচনত বিজেপি-অগপ মিত্ৰতা: কি ক’লে সভাপতি ভৱেশ কলিতাই?   আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্রাকক্ষণত বিজেপি আৰু অগপৰ মিত্ৰতাৰ বিষয়ত ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিজেপিৰ ৰাজ্যিক…

খাম্পা বৰগয়াৰীৰ বিজেপিত যোগদান: অন্তৰ্দ্বন্দ্ব আৰু কৌশলী পদক্ষেপ

খাম্পা বৰগয়াৰীৰ বিজেপিত যোগদান: অন্তৰ্দ্বন্দ্ব আৰু কৌশলী পদক্ষেপ   খাম্পা বৰগয়াৰীৰ বিজেপিত যোগদানক লৈ অসমীয়াৰ ৰাজনৈতিক বৃত্তত তীব্ৰ চৰ্চা চলি আছে। য’ত এই যোগদানৰ পেছাদলৰ কৌশল আৰু অন্তৰ্দ্বন্দ্বৰ কাহিনী ওলাই…

পুনৰ দিল্লীৰ ৰাজপথত অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি জুলীয়া পদাৰ্থ নিক্ষেপ

পুনৰ দিল্লীৰ ৰাজপথত অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি জুলীয়া পদাৰ্থ নিক্ষেপ   দিল্লীৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পুনৰ সাক্ষী হ’ল মহানগৰবাসী। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ (আম আদমী পাৰ্টি)ৰ মুখ্য…

  • Current
  • November 30, 2024
  • 22 views
  • 1 minute Read
কেৱল ৰেছন কাৰ্ড থাকিলেই অৰুণোদয় নাপাব‌ও পাৰে* _তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অৰুণোদয় ৩.০ সন্দৰ্ভত সভা।

*কেৱল ৰেছন কাৰ্ড থাকিলেই অৰুণোদয় নাপাব‌ও পাৰে* _তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অৰুণোদয় ৩.০ সন্দৰ্ভত সভা_   *তামুলপুৰ, ৩০ নৱেম্বৰ, ২০২৪* : “কেৱল ৰেছন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি লাভ কৰিব পাৰি…

গুৱাহাটীত কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেল: কেইবাটাও বিশেষ কাৰ্যসূচী সামৰ্থনেৰে উপস্থিতি।

গুৱাহাটীত কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেল: কেইবাটাও বিশেষ কাৰ্যসূচী সামৰ্থনেৰে উপস্থিতি   কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল গুৱাহাটীত কেইবাটাও গুৰুত্বপূর্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে। তেওঁ শেহতীয়াকৈ অসমৰ ৰাজধানী…

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজ নাথ সিঙক সাক্ষাৎ।

বিটিআৰ (বডো টেৰিটৰিয়েল ৰিজন) প্ৰধান প্ৰমোদ বড়োৱে নতুন দিল্লীত ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বিশেষ সাক্ষাৎ অনুষ্ঠিত কৰে। এই সাক্ষাৎত বিটিআৰত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অনুষ্ঠিত কৰা বিভিন্ন নিযুক্তি সভা আৰু উন্নয়নমূলক…