Latest Story
ব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील कीहारियांना CM नायब सिंह सैनी ने केंद्रीय मंत्री प्रह्लाद जोशी से की मुलाक़ातAAP विधायक मेहराज मलिक के खिलाफ PSA केस वापस लिया जाए – CM उमर अब्दुल्ला की मांगअगले पाँच साल में बिहार में 1 करोड़ नौकरियाँ देने का वादा – मुख्यमंत्री नीतीश कुमार का बड़ा ऐलानवक़्फ़ शिर्क संशोधन क़ानून पर नाराज़गी – सरकार के फ़ैसले का विरोध जताया सजिद रशीदी नेআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথিগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণনাগ্ৰিজুলিত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

Today Update

Main Story

নাগ্ৰীজুলিৰ গণেশপুৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বহু ধানখেতি খাই তহিলং

নাগ্ৰীজুলিৰ গণেশপুৰত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বহু ধানখেতি খাই তহিলং।   নাগ্ৰীজুলি, ১ ডিচেম্বৰ-   তামুলপুৰ জিলাৰ ভাৰত-ভূটান।সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা শ…

কুমাৰীকাটা — দ্বাৰকুছিত ইউপিপিএলৰ যোগদান সমাৰোহ — সহস্ৰাধিকৰ ইউপিপিএলত যোগদান : 

কুমাৰীকাটা — দ্বাৰকুছিত ইউপিপিএলৰ যোগদান সমাৰোহ — সহস্ৰাধিকৰ ইউপিপিএলত যোগদান :  তামুলপুৰ , ১ ডিচেম্বৰ :   সুদীৰ্ঘ সময়ৰ পিছত বিগত ২০২০ চনৰ পৰা বিটিআৰত স্থায়ী শান্তি স্থাপন হৈছে ।…

তামুলপুৰত কেইবাটাও পথ দলঙৰ আধাৰশিলা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ : 

তামুলপুৰত কেইবাটাও পথ দলঙৰ আধাৰশিলা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ :    তামুলপুৰ , ১ ডিচেম্বৰ :   বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি তামুলপুৰৰ ভিন্ন স্থানত কেইবাটাও পথ দলঙৰ আধাৰশিলা স্থাপন…

ধন সৰবৰাহৰ গোচৰত পুনৰ বিতৰ্কৰ কেন্দ্ৰস্থলত পৰিছে অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা।

ধন সৰবৰাহৰ গোচৰত পুনৰ বিতৰ্কৰ কেন্দ্ৰস্থলত পৰিছে অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা   পৰ্ণগ্ৰাফিক আৰু প্ৰাপ্তবয়স্ক চিনেমাৰ বিতৰণৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত পুনৰ বিতৰ্কৰ কেন্দ্ৰস্থলত…

মালিকৰ অপেক্ষাত ৪ দিন ধৰি কঠোৰ শীত আৰু বৰফৰ মাজত ৰৈ থাকিল।

মালিকৰ অপেক্ষাত ৪ দিন ধৰি কঠোৰ শীত আৰু বৰফৰ মাজত ৰৈ থাকিল।   প্ৰভুভক্তি আৰু নিষ্ঠাৰ এক অনন্য উদাহৰণ স্থাপন কৰিছে ৰাছিয়াৰ উফা নদীত সংঘটিত এক ঘটনাই। ‘বেলকা’ নামৰ কুকুৰটোৱে…

শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ।

শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ।     শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), সীমান্ত সুৰক্ষা বাহিনী (BSF), আৰু…

তেলেংগানাৰ মুলুগু জিলাত আজি পুৱা আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত ৭জন বামপন্থী উগ্ৰবাদী নিহত।

তেলেংগানাৰ মুলুগু জিলাত আজি পুৱা আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত ৭জন বামপন্থী উগ্ৰবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষীৰ মতে, নিহতসকলৰ ভিতৰত তিনিজন শীৰ্ষ পৰ্যায়ৰ বামপন্থী উগ্ৰপন্থী নেতা আছে। এই…

সীমান্ত সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষত পঞ্জাৱত সতৰ্কতা আৰু কঠোৰ অভিযানৰ ফলত পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা ড্ৰ’ন আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ

সীমান্ত সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষত পঞ্জাৱত সতৰ্কতা আৰু কঠোৰ অভিযানৰ ফলত পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা ড্ৰ’ন আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ   সীমান্ত সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষত পঞ্জাৱত সতৰ্কতা আৰু কঠোৰ অভিযানৰ…

  • Current
  • December 1, 2024
  • 77 views
  • 1 minute Read
আজি বিশ্ব এইডচ দিৱস ।

আজি বিশ্ব এইডচ দিৱস । আন আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি বিশ্ব এইডচ দিৱস পালন কৰা হৈছে । এই উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ সহযোগত জিলা এইডচ নিয়ন্ত্ৰণ…

কুমাৰীকাটাৰ সাপ্তাহিক বজাৰত এন্দুৰৰ মাংসৰ ব্যৱসায়: এক অনন্য উদ্যোগ

কুমাৰীকাটাৰ সাপ্তাহিক বজাৰত এন্দুৰৰ মাংসৰ ব্যৱসায়: এক অনন্য উদ্যোগ   কুমাৰীকাটাৰ সাপ্তাহিক বজাৰ অসমৰ খাদ্যসংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংশ। এই বজাৰ বিশেষত্ব হৈছে এন্দুৰৰ মাংসৰ ব্যৱসায়, যি অঞ্চলটোৰ স্থানীয় লোকসকলৰ বাবে…