Latest Story
কাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতাচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

Main Story

গছৰ পাতৰে ঠালি প্ৰস্তুত কৰি পৰম্পৰা ৰক্ষা কৰিছে এটা জনগোষ্ঠীয়ে।

গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে পৰিৱেশ-মিত্ৰ ব্যৱহাৰৰ দৃষ্টান্ত দাঙি ধৰিছে। তেওঁলোকে গছৰ পাতৰে ঠালি প্ৰস্তুত কৰি অতিথি আপ্যায়ন কৰি আহিছে, যি আধুনিক সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা। এই প্ৰচলনে কেৱল পৰম্পৰা…

২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক গুৰুত্বপূৰ্ণ পৰামৰ্শ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে। তেওঁ কয় যে, “কংগ্ৰেছ দলে আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছে মুখেৰে যি ক’লেও, ঐক্যমঞ্চ…

হৰ্ণবিল মহোৎসৱত AR Rahman অভিজ্ঞতা: নাগালেণ্ডৰ সংস্কৃতিক সন্মান

হৰ্ণবিল মহোৎসৱত AR Rahman অভিজ্ঞতা: নাগালেণ্ডৰ সংস্কৃতিক সন্মান   বিশ্ববিখ্যাত সংগীতজ্ঞ এ. আৰ. ৰেহমানে সদ্যসমাপ্ত হৰ্ণবিল মহোৎসৱত অংশগ্ৰহণ কৰি নিজৰ মুগ্ধতাৰ কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি তেওঁ এই…

বংশগত বৃক্ক ৰোগ: সাৱধানতা, স্বাস্থ্য পৰীক্ষা আৰু প্ৰাথমিক প্ৰতিকাৰ।

বংশগত বৃক্ক ৰোগ: সাৱধানতা, স্বাস্থ্য পৰীক্ষা আৰু প্ৰাথমিক প্ৰতিকাৰ   বংশগত বৃক্ক (কিডনি) ৰোগৰ ক্ষেত্ৰত সচেতনতা আৰু আগতীয়াকৈ সঠিক পৰিচৰ্যা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই ৰোগৰ বিভিন্ন ধৰণ যেমন পলিচিস্টিক…

Special train to run between Dibrugarh & Dhubri

Special train to run between Dibrugarh & Dhubri Extension of periodicity of special train     Maligaon, 01st December, 2024:   In a bid to clear extra rush of passengers,…

অসমত দাম বৃদ্ধি হোৱাৰ আশংকা: আলুত ৰঙা চকু কাৰ?

অসমত দাম বৃদ্ধি হোৱাৰ আশংকা: আলুত ৰঙা চকু কাৰ?   আলুৰ দাম বৃদ্ধিৰ সম্ভাৱনাই অসমবাসীক চিন্তিত কৰি তুলিছে। পশ্চিম বংগ চৰকাৰৰ নতুন সিদ্ধান্তৰ ফলত অসমত আলুৰ যোগানত সমস্যা হ’ব পাৰে।…

কাম পেলাই ৰখা চৰকাৰী কৰ্মচাৰীৰ বাবে কঠোৰ বিধান

কাম পেলাই ৰখা চৰকাৰী কৰ্মচাৰীৰ বাবে কঠোৰ বিধান   ৰাজ্য চৰকাৰে চৰকাৰী বিষয়া-কর্মচাৰীসকলৰ বাবে নতুন নিয়মাবলী ঘোষণা কৰিছে। নিয়মবোৰৰ উদ্দেশ্য হ’ল চৰকাৰী কামৰ গতি বঢ়োৱা আৰু জনসাধাৰণৰ সমস্যা সঠিক সময়ত…

বিশ্ব বক্সিঙৰ পৱিত্ৰ আসন গুৱাহাটীলৈ

বিশ্ব বক্সিঙৰ পৱিত্ৰ আসন গুৱাহাটীলৈ।   ২০২৫ চনত গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব বক্সিঙৰ এক ঐতিহাসিক প্ৰতিযোগিতা। IBA বিশ্ব বক্সিং চেম্পিয়নশ্বিপ গুৱাহাটী মহানগৰীক ক্রীড়া ক্ষেত্ৰত এক নতুন উচ্চতালৈ লৈ যাব। বিশ্বৰ…

কেনে আছে মুকাভিনয় কৰা মইনুল হক ।

কেনে আছে মুকাভিনয় কৰা মইনুল হক ?   মুকাভিনয়ৰ জগতৰ এজন পৰিচিত আৰু অভিজ্ঞ অভিনেতা মইনুল হক বৰ্তমান পৰিসৰে সুস্থ আৰু কামত ব্যস্ত আছেগৈ। তেওঁ বিশেষকৈ নাটক আৰু মঞ্চ নাটকৰ…

উত্তৰ-পূবৰ ৬খন ৰাজ্যৰ ৮টা পৰ্যটন স্থানৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮০০ কোটি টকা আবণ্টন।

উত্তৰ-পূবৰ ৬খন ৰাজ্যৰ ৮টা পৰ্যটন স্থানৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮০০ কোটি টকা আবণ্টন     উত্তৰ-পূবৰ ৬খন ৰাজ্যৰ ৮টা পৰ্যটন স্থানৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮০০ কোটি টকা আবণ্টন…