Latest Story
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouse

Today Update

Main Story

বাংলাদেশত হিন্দু সনাতনী সমাজৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে তামুলপুৰত উত্তাল প্ৰতিবাদ

বাংলাদেশত হিন্দু সনাতনী সমাজৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে তামুলপুৰত উত্তাল প্ৰতিবাদ   বাংলাদেশত হিন্দু সনাতনী সমাজৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰ আৰু ধৰ্মীয় হিংসাৰ বিৰুদ্ধে তামুলপুৰ জিলা লোক জাগৰণ মঞ্চৰ উদ্যোগত এক…

২০ জানুৱাৰীয়েই শেষ দিন, অন্যথা…! হামাছলৈ ৰঙা চকু দ্বিতীয়বাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

২০ জানুৱাৰীয়েই শেষ দিন, অন্যথা…! হামাছলৈ ৰঙা চকু দ্বিতীয়বাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ   মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বিশ্ব ৰাজনীতিত এক…

  • Current
  • December 3, 2024
  • 58 views
  • 1 minute Read
তামুলপুৰৰ উত্তৰ পানবাৰী গাঁওৰ দুই যুৱক নিৰুদ্দেশ।

  তামুলপুৰৰ উত্তৰ পানবাৰী গাঁওৰ দুই যুৱক নিৰুদ্দেশ। কৰ্মৰ সন্ধানত ৰেল যোগে মুম্বাই লৈ গৈ থাকোঁতে সন্ধানহীনহয় লোকদুজন। সন্ধানহীন লোক দুজন ক্ৰমে বিষ্ণু গৰ আৰু বিশেস্বৰ পানীকা।   বিগত ২৬…

বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনকো চেলেঙ্জ দিয়া ভাৰতীয় মূলৰ ১০ বছৰীয়া শিশু কৃষ অৰৌড়া

বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনকো চেলেঙ্জ দিয়া ভাৰতীয় মূলৰ ১০ বছৰীয়া শিশু কৃষ অৰৌড়া     বিজ্ঞানৰ জগতত আৰু এক অলৌকিক প্রতিভাৰ আবিৰ্ভাৱ ঘটিছে। ১০ বছৰীয়া ভাৰতীয় মূলৰ শিশু কৃষ অৰৌড়াই…

পদ্মশ্ৰী বঁটাপ্ৰাপক হেমপ্ৰভা চুতীয়াৰ অন্য এক চমক: তাঁতশালত ইংৰাজীত বৈ উলিয়ালে ২৩০ ফুট দৈৰ্ঘ্যৰ ‘গুণমালা’

পদ্মশ্ৰী বঁটাপ্ৰাপক হেমপ্ৰভা চুতীয়াৰ অন্য এক চমক: তাঁতশালত ইংৰাজীত বৈ উলিয়ালে ২৩০ ফুট দৈৰ্ঘ্যৰ ‘গুণমালা’   প্ৰাচীন অসমীয়াৰ গৌৰৱময় ঐতিহ্য পুনৰজীৱিত কৰাৰ এক অনন্য উদাহৰণ স্থাপন কৰিলে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত তাঁতশিল্পী…

আই ওলালে অন্ধবিশ্ৱাসৰ বশৱৰ্তী নহৈ কোনবোৰ কথাত গুৰুত্ব দিব। সবিশেষ জনাব বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাই। 

আই ওলালে অন্ধবিশ্ৱাসৰ বশৱৰ্তী নহৈ কোনবোৰ কথাত গুৰুত্ব দিব। সবিশেষ জনাব বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাই।        আই ওলালে (কনজাংক্টিভাইটিছ বা চোখৰ ৰোগত) অন্ধবিশ্বাসৰ বশবৰ্তী নহৈ চিকিৎসা…

ধোৱা চাঙত জল জীৱন মিছন আঁচনি: এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ টীয়কৰ গঞাৰ

ধোৱা চাঙত জল জীৱন মিছন আঁচনি: এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ টীয়কৰ গঞাৰ   টীয়কৰ গঞাই এতিয়াও খোৱা পানীৰ অভাৱ অনভৱ কৰি আছে। জল জীৱন মিছন আঁচনিৰ অধীনত খোৱাপানীৰ যোগান…

  • Current
  • December 3, 2024
  • 54 views
  • 1 minute Read
দৰ্শকৰ অভাৱত ৰঙিয়াত বাতিল ৩ গৰাকী কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান।

দৰ্শকৰ অভাৱত ৰঙিয়াত বাতিল ৩ গৰাকী কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান।   ৰঙিয়াত অনুষ্ঠিত অসম দিৱসৰ কাৰ্যসূচীত অঘটন সংঘটিত হৈছে। বীৰ লাচিত সেনাই আয়োজন কৰা অনুষ্ঠানৰ এটি সংগীতানুষ্ঠান দৰ্শকৰ অভাৱৰ বাবে বাতিল কৰা…

  • Crime
  • December 3, 2024
  • 51 views
  • 1 minute Read
মহানগৰীৰ ISBTত ১০ লাখ টকাৰ জাল নোট জব্দ, গোৱাৰ দুই যুৱক গ্ৰেপ্তাৰ

মহানগৰীৰ ISBTত ১০ লাখ টকাৰ জাল নোট জব্দ, গোৱাৰ দুই যুৱক গ্ৰেপ্তাৰ   গুৱাহাটী মহানগৰীৰ আন্তঃৰাজ্য বাস টাৰ্মিনাছ (ISBT)ত আৰক্ষীয়ে ১০ লাখ টকাৰ জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে। এই…

চীনত আৱিষ্কৃত বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণভাণ্ডাৰ: পিংজিয়াঙত নতুন ইতিহাস

চীনত আৱিষ্কৃত বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণভাণ্ডাৰ: পিংজিয়াঙত নতুন ইতিহাস   চীনৰ হুনান প্ৰদেশৰ পিংজিয়াঙ অঞ্চলত আৱিষ্কৃত হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণভাণ্ডাৰ। চীনৰ ভূ-তাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, এই সোণখনিৰ অৰ্থনৈতিক…