Latest Story
কাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতাচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

Main Story

কাশ্মীৰৰ ডাল লেকত এতিয়াৰে পৰা Uber সেৱা!

কাশ্মীৰৰ ডাল লেকত এতিয়াৰে পৰা Uber সেৱা! কাশ্মীৰৰ শ্ৰীনগৰৰ সুপ্ৰসিদ্ধ ডাল লেকত পৰ্যটকসকলৰ বাবে বিশেষ সুবিধা মুকলি কৰিছে Uber কৰ্তৃপক্ষই। আজিৰে পৰা ডাল লেকত চলা পৰম্পৰাগত শ্বিকাৰা নৌকাবোৰত ‘Uber Shikara’…

শিলচৰত কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা: ৩৬ কোটি টকাৰ YABA টেবলেট উদ্ধাৰ।

শিলচৰত কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা: ৩৬ কোটি টকাৰ YABA টেবলেট উদ্ধাৰ। বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে আজি শিলচৰত এক বিশেষ অভিযান চলাই ড্ৰাগছ চোৰাংচোৱাৰ এটা ডাঙৰ চক্র উদঙাই দিয়ে।…

নতুন দিল্লীত ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী।

নতুন দিল্লীত ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী।   অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত ভাৰতৰ বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰত তেওঁ বিভিন্ন গুৰুত্বপূর্ণ বিষয়ৰ লগতে…

বিদায়ৰ পূৰ্বে পুত্ৰ হাণ্টাৰ বাইডেনক ক্ষমা জ’ বাইডেনৰ।

বিদায়ৰ পূৰ্বে পুত্ৰ হাণ্টাৰ বাইডেনক ক্ষমা জ’ বাইডেনৰ।   ২০ জানুৱাৰীত ক্ষমতাৰ পৰা বিদায় ল’ব আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনে। সেইদিনা তেওঁ আনুষ্ঠানিকভাৱে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ক্ষমতা অৰ্পণ কৰিব।…

চেন্নাইৰ ৰাজভৱনত অসম দিৱস উদযাপন।

চেন্নাইৰ ৰাজভৱনত অসম দিৱস উদযাপন।   চেন্নাইৰ ৰাজভৱনত ২ ডিচেম্বৰ ২০২৪ তাৰিখে অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ গৰিমা উদযাপন কৰাৰ উদ্দেশ্যে অসম দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত অসমৰ সংস্কৃতি, কলা,…

খাম্পা বৰগয়াৰীয়ে বিপিএফ ত্যাগ কৰিলে ক্ষতি হ’ব দলটোৰ- প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী।

খাম্পা বৰগয়াৰীয়ে বিপিএফ ত্যাগ কৰিলে ক্ষতি হ’ব দলটোৰ- প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী।   বিপিএফৰ অভ্যন্তৰীণ ৰাজনীতি আৰু শক্তি প্ৰভাৱত এটি নতুন অধ্যায় আৰম্ভ হ’ব পাৰে খাম্পা বৰগয়াৰীয়ে দল ত্যাগ কৰিলে।…

ভাৰতীয় ৰেলৱেৰ দ্বাৰা ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে ব্যাপক নিযুক্তি অভিযান

ভাৰতীয় ৰেলৱেৰ দ্বাৰা ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে ব্যাপক নিযুক্তি অভিযান     মালিগাওঁ, ০২ ডিচেম্বৰ, ২০২৪:   ভাৰতীয় ৰেলৱেই বহুতো খালী হৈ থকা পদ পূৰণৰ বাবে এক ব্যাপক নিযুক্তি পদক্ষেপ গ্ৰহণ…

Indian Railways conducting massive recruitment drive for the aspiring candidates

Indian Railways conducting massive recruitment drive for the aspiring candidates     Maligaon, 02nd December, 2024:   Indian Railways is organizing a massive recruitment exercise for filling up of numerous…

ভাৰতীয় সেনা আৰু কম্বোডিয়াৰ সেনাৰ মাজৰ যৌথ অনুশীলন: CINBAX-ৰ প্ৰথম সংস্কৰণ পুনেত আৰম্ভ।

ভাৰতীয় সেনা আৰু কম্বোডিয়াৰ সেনাৰ মাজৰ যৌথ অনুশীলন: CINBAX-ৰ প্ৰথম সংস্কৰণ পুনেত আৰম্ভ   ভাৰতীয় সেনা আৰু কম্বোডিয়াৰ সেনাৰ মাজত অনুষ্ঠিত হোৱা প্রথমখন যৌথ সামরিক অনুশীলন CINBAX (India-Cambodia Bilateral Exercise)…

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, ২০২৫ৰ বাবে নাম পঞ্জীয়ন,তামুলপুৰ জিলা প্ৰশাসনৰ আহ্বান

*ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, ২০২৫ৰ বাবে নাম পঞ্জীয়ন* _তামুলপুৰ জিলা প্ৰশাসনৰ আহ্বান_   তামুলপুৰ, ২ ডিচেম্বৰ, ২০২৪ :   অহা ১১-১২ জানুৱাৰী, ২০২৫ত নতুন দিল্লীৰ “ভাৰত মণ্ডপম”ত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ লগত…