Latest Story
তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰভেৰগাঁও চাঞ্চল্য নিৰুদ্দেশ হোৱা ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ-পিচত হত্যাৰ সন্দেহবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈTwo Accused Killed in Disha Patani House Firing Case, UP ADG Reveals Chilling DetailsBobby Deol & Cast Praise Aryan Khan’s Netflix Debut The Ba*ds of BollywoodFED CHAIR POWELL LINKS TRUMP’S TARIFFS TO INFLATION, WEAK JOB GROWTHSamsung Launches Galaxy A36 5G: A Future-Ready Powerhouse

Today Update

Main Story

  • Crime
  • December 4, 2024
  • 60 views
  • 1 minute Read
প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়া শিৱাংকিতা দীক্ষিতক দুঘণ্টা ধৰি ডিজিটেল এৰেষ্ট।

🔖 প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়া শিৱাংকিতা দীক্ষিতক দুঘণ্টা ধৰি ডিজিটেল এৰেষ্ট 🔖 শিৱাংকিতাৰ পৰা ৯৯ হাজাৰ টকা লুটি লৈ গ’ল চাইবাৰ অপৰাধীয়ে…   নাগৰিকসকলৰ বাবে পুনৰ এটা গুৰুতৰ সতৰ্কবার্তা। প্ৰাক্তন…

  • Current
  • December 4, 2024
  • 92 views
  • 1 minute Read
অভিনেত্ৰী সীমা বিশ্বাসলৈ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা-২০২৪

অভিনেত্ৰী সীমা বিশ্বাসলৈ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা-২০২৪   প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসক এইবাৰৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা-২০২৪ প্ৰদান কৰা হ’ব। বঁটা প্ৰদান অনুষ্ঠান ১৭ ডিচেম্বৰত বোকাখাতৰ নাট্য মন্দিৰত আয়োজন কৰা…

তামুলপুৰত প্ৰাক্ বৰদিন উৎসৱ উৎযাপন।  

তামুলপুৰত প্ৰাক্ বৰদিন উৎসৱ উৎযাপন।   তামুলপুৰ ৪ ডিচেম্বৰ।   বৰদিনলৈ মাজত মাত্ৰ কেইদিনমান বাকি থকাৰ সময়তে তামুলপুৰ জিলাৰ খ্ৰীষ্টিয়ান সমন্বয়ৰ সমিতিৰ সৌজন্যত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰৰ মটঙা চ’কত প্ৰাক্…

  • Current
  • December 4, 2024
  • 94 views
  • 1 minute Read
দেৱেন্দ্ৰ ফাডনবীছ হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, কাইলৈ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান

দেৱেন্দ্ৰ ফাডনবীছ হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, কাইলৈ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান   মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ এক বিশেষ পৰিৱৰ্তন ঘটিবলৈ সাজু। দেৱেন্দ্ৰ ফাডনবীছ পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব। কাইলৈ অনুষ্ঠিত হ’ব…

চিগাৰেট, ধঁপাতজাতীয় দ্ৰব্য আৰু ‘এৰেটেড’ পানীয়ৰ ওপৰত জিএছটি বৃদ্ধিৰ সম্ভাৱনা।

চিগাৰেট, ধঁপাতজাতীয় দ্ৰব্য আৰু ‘এৰেটেড’ পানীয়ৰ ওপৰত জিএছটি বৃদ্ধিৰ সম্ভাৱনা।   চিগাৰেট, ধঁপাতজাতীয় দ্ৰব্য আৰু ‘এৰেটেড’ পানীয়ৰ ক্ষেত্ৰত ৩৫ শতাংশ জিএছটি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ নেতৃত্বত…

মিত্ৰতাৰ পূৰ্বে আসন ভাগ-বাটোৱাৰা চূড়ান্ত হ’ব লাগিব: অখিল গগৈ।

মিত্ৰতাৰ পূৰ্বে আসন ভাগ-বাটোৱাৰা চূড়ান্ত হ’ব লাগিব: অখিল গগৈ।   ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে সম্ভাৱ্য মিত্ৰতা সন্দৰ্ভত স্পষ্ট বক্তব্য আগবঢ়াইছে। কাজিৰঙাত আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে…

অইল ইণ্ডিয়া লিমিটেডক ২০ লাখ টকাৰ দাবী NSCN বিদ্ৰোহী সংগঠনৰ।

অইল ইণ্ডিয়া লিমিটেডক ২০ লাখ টকাৰ দাবী NSCN বিদ্ৰোহী সংগঠনৰ।   বিদ্ৰোহী সংগঠন NSCN (National Socialist Council of Nagaland) এ অইল ইণ্ডিয়া লিমিটেডক (OIL) ২০ লাখ টকাৰ দাবী জনাইছে। এই…

গোৰেশ্বৰৰ-গোল্ড মেডেলিষ্ট দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ বটাঁ প্ৰদান ঈৰদাৰ।

গোৰেশ্বৰৰ-গোল্ড মেডেলিষ্ট দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ বটাঁ প্ৰদান ঈৰদাৰ। গোৰেশ্বৰ-৪ডিচেম্বৰঃ   *গুৱাহাটী মালিগাঁওৰ দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ* (INDIAN INSTITUTE OF RESEARCH AND DEVELOPMENT FOR DIFFERENTLY ABLED ) *চমুকৈ IIRDDA (ঈৰদা)…

ৰাতাপানী বন্যপ্ৰাণী অভয়াৰণ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা।

ৰাতাপানী বন্যপ্ৰাণী অভয়াৰণ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা   মধ্য প্ৰদেশৰ ৰাতাপানী বন্যপ্ৰাণী অভয়াৰণ্যক দেশৰ ৫৭ সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন…

গুৱাহাটীতো আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা।

গুৱাহাটীতো আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা।   গুৱাহাটী চহৰত আয়োজিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ এক বিশেষ অনুষ্ঠানত ৰাজ্যৰ উল্লেখযোগ্য মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে দিব্যাংগসকলৰ অধিকাৰ আৰু…