Latest Story
Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভাব্ৰহ্মপুত্ৰ নদীৰ পৰা উটি অহা বাণ্ডিলে বাণ্ডিলে নকল টকাৰে বৰক্ষেত্ৰীৰ কুৰিহামাৰী অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্য8,000 करोड़ फीस बकाया पर बंद हुए तेलंगाना के कॉलेज – KTR ने राहुल गांधी से दखल देने की अपील की

Main Story

জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি! বজাৰত সহজে উপলব্ধ খোৱাপানীক লৈ চাঞ্চল্যকৰ তথ্য চৰকাৰী প্ৰতিবেদনত।

জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি! বজাৰত সহজে উপলব্ধ খোৱাপানীক লৈ চাঞ্চল্যকৰ তথ্য চৰকাৰী প্ৰতিবেদনত   আজিৰ দিনত স্বাস্থ্যসচেতন মানুহে সুৰক্ষিত পানীয় হিচাপে মিঠা পানীৰ সমাধান বিচাৰি ‘মিনাৰেল ৱাটাৰ’ৰ বাবে নিৰ্ভৰ কৰে।…

দক্ষিণ কোৰিয়াত জৰুৰীকালীন সামৰিক আইন ঘোষণা।

দক্ষিণ কোৰিয়াত জৰুৰীকালীন সামৰিক আইন ঘোষণা।   দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা জৰুৰীকালীন সামৰিক আইন ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰপতিজনে দেশৰ বিৰোধী পক্ষৰ ওপৰত ৰাজ্য বিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত…

NFR opens new Rail Coach Restaurant in Guwahati Provides unique dining experience with a blend of rail heritage

NFR opens new Rail Coach Restaurant in Guwahati Provides unique dining experience with a blend of rail heritage   Maligaon, 03rd December, 2024:   In a move towards offering the…

এডিলেইড টেষ্টৰ পূৰ্বে অনুশীলনত ব্যস্ত টিম ইণ্ডিয়া।

এডিলেইড টেষ্টৰ পূৰ্বে অনুশীলনত ব্যস্ত টিম ইণ্ডিয়া।   এডিলেইডত ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া Pink Ball টেষ্ট মেচৰ পূৰ্বে কঠোৰ অনুশীলনত ব্যস্ত টিম ইণ্ডিয়া। অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰথমখন টেষ্ট মেচত ভাৰতে…

ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ বৈঠক।

ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ বৈঠক।   ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ সৈতে ৰাজভৱনত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়।   এই বৈঠকৰ লক্ষ্য…

Meeting Held for Preparation of Ceremonial Distribution of Scooty, Bi-Cycle, ARBAS, MFI, Relief DBT, and Seed Capital

Meeting Held for Preparation of Ceremonial Distribution of Scooty, Bi-Cycle, ARBAS, MFI, Relief DBT, and Seed Capital   Today, a meeting was convened at the Office of the District Commissioner,…

ভাৰত নতুন বস্তু পৰীক্ষা কৰা Laboratory: বিল গেটছৰ মন্তব্যৰ।

ভাৰত নতুন বস্তু পৰীক্ষা কৰা Laboratory: বিল গেটছৰ মন্তব্যৰ    মাইক্র’ছফ্টৰ প্ৰাক্তন CEO তথা বিশ্বখ্যাত দাতব্য সংগঠন বিল এণ্ড মেলিন্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-প্ৰতিষ্ঠাতা বিল গেটছে সদ্যকালে এটা প’ডকাষ্টত ভাৰতৰ বিষয়ে…

তাজমহলত বোমা বিস্ফোৰণৰ ভাবুকি: নিৰাপত্তা ব্যৱস্থা জোরদাৰ।

তাজমহলত বোমা বিস্ফোৰণৰ ভাবুকি: নিৰাপত্তা ব্যৱস্থা জোরদাৰ।   বিশ্ববিখ্যাত ঐতিহাসিক সৌধ তাজমহলত বোমা বিস্ফোৰণৰ ভাবুকি দিয়ে এক ই-মেইল। পৰ্যটন বিভাগলৈ পঠোৱা এই ই-মেইলৰ পিছত তৎক্ষণাত আগ্ৰাৰ তাজগঞ্জ আৰক্ষী থানাত গোচৰ…

सिलचर में इंडियन फोरम फॉर बांग्लादेश पीस का जोरदार विरोध प्रदर्शन

सिलचर में इंडियन फोरम फॉर बांग्लादेश पीस का जोरदार विरोध प्रदर्शन   मंगलवार को सिलचर में इंडियन फोरम फॉर बांग्लादेश पीस द्वारा बांग्लादेश में हिंदू अल्पसंख्यकों की सुरक्षा और चिन्मय…

বাংলাদেশত হিন্দু সনাতনী সমাজৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে তামুলপুৰত উত্তাল প্ৰতিবাদ

বাংলাদেশত হিন্দু সনাতনী সমাজৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে তামুলপুৰত উত্তাল প্ৰতিবাদ   বাংলাদেশত হিন্দু সনাতনী সমাজৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰ আৰু ধৰ্মীয় হিংসাৰ বিৰুদ্ধে তামুলপুৰ জিলা লোক জাগৰণ মঞ্চৰ উদ্যোগত এক…