Latest Story
हरंग नदी का ऊपर टूटे गए पुल को लेकर लोगों को परेशानी का सामना करना ना पड़े इसलिए उतर गया सेना।তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

Main Story

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল।

মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন। “বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল। তামুলপুৰ, ৩১ অক্টোবৰঃ বিগত ২২ আৰু ২৩ অক্টোবৰত তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ)ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (নাক) প্ৰথম বাৰৰ…

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো…

কংগ্ৰেছৰ টিকট ল’বলৈ মই পাণ এটাও খোৱাব লগা হোৱা নাই, ৰঞ্জিত দত্ত মিছলীয়া: জয়ন্ত বৰা

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত ৰঞ্জিত দত্ত আৰু সদ্য কংগ্ৰেছী জয়ন্ত বৰাৰ নিৰ্বাচনী বাক যুদ্ধই আকৰ্ষণী ৰূপ লৈছে । কংগ্ৰেছৰ দলৰ পৰা টিকট পাবলৈ পাণ এটাও খোৱাব লগা হোৱা নাই,ৰঞ্জিত দত্ত এজন…

  • Current
  • November 1, 2024
  • 89 views
  • 1 minute Read
কি এই Mission Bwiswmuti?

বিটিআৰত বসবাস কৰা ৰাইজৰ দীৰ্ঘ দিনীয়া ভূমি আৰু ৰাজহ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰৰ এক পদক্ষেপ এই Mission Bwiswmuti.   এই Mission Bwiswmuti অনলাইন আবেদনৰে প্ৰথম…

  • Current
  • October 31, 2024
  • 61 views
  • 1 minute Read
তামুলপুৰত জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন

তামুলপুৰ, ৩১ অক্টোবৰ, ২০২৪ : ভাৰতৰ “লৌহ মানৱ” চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো ভাৰতৰ প্ৰতিখন ৰাজ্য‌ই “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে পালন কৰি আহিছে। তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…