Latest Story
আজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️DIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱BTR নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ জিলা BPF ত খহনীয়া। বিটিচিৰ উন্নয়নৰ বাবে ২৬০ কোটি টকাৰ বৃহৎ আঁচনি ঘোষণা!আহমেদাবাদ বিমান দুৰ্ঘটনাঃ DNA পৰীক্ষাৰ জৰিয়তে চিনাক্তকৰণ অব্যাহতপেঞ্চনাৰৰ পৰা কামৰ বিনিময়ত ৭০ হাজাৰ টকাৰ উৎকোচ!ঘৰৰ পৰা বাহিৰলৈ নোলাব! অপৰাধীৰ বিৰুদ্ধে ফুল এক্সন মুডত ধুবুৰী পুলিচ।তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।BTR নিৰ্বাচনক কেন্দ্ৰ কৰি লাহে লাহে গাঁও অঞ্চলতো ৰাজনৈতিক দল সমূহে বৃদ্ধি কৰিছে তৎপৰতা১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇

Main Story

তামুলপুৰ গুৱাবাৰীত অসম আৰক্ষী নিযুক্তিৰ শাৰীৰিক অনুশীলন প্ৰস্তুতি।

তামুলপুৰৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চল বৃহত্তৰ গুৱাবাৰী আৰু দাঁতি কাষৰীয়া কেইবাখনে গাঁওৰ শিক্ষিত নিৱনুৱা যুৱক সকলেও অসম আৰক্ষীত নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হবলৈ দিনে নিশাই চলাইছে…

আজি গোৰ্খা জনগোষ্ঠীয় লোকসকলৰ ভাতৃ দ্বিতীয়

গোৰ্খালী লোক সকলে পালন কৰা তিহাৰ উৎসৱটিৰ অন্তিম পৰ্বটো হল ভাই ফোটা৷ এই পৰ্ব শুক্ল পক্ষৰ দ্বিতীয়া তিথিত অনুষ্ঠিত হয়৷ উৎসৱটিৰ এই পৰ্বটো বিশেষকৈ ভগ্নী সকললৈ উৎসৰ্গিত৷ ইয়াত ভগ্নীয়ে ভাই…

আজি পুৱাৰে পৰা বন্ধ হ’ল কেদাৰনাথ ধামৰ দুৱাৰ।

ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত কেদাৰনাথ মন্দিৰৰ সুন্দৰ স্থাপত্য অতি বৃহৎ, গধুৰ আৰু সমানে কাটি লোৱা ধূসৰ ৰঙৰ শিলৰ ফলকেৰে নিৰ্মিত এই গধুৰ ফলকবোৰ পৌৰাণিক শতিকাবোৰত কেনেকৈ স্থানান্তৰ কৰা হৈছিল আৰু…

বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন।

বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন গোৰেশ্বৰ-৩নৱেম্বৰঃ   বিটিআৰৰ বগামাটীত দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং প্ৰতিযোগিতা সম্পন্ন তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত বৰনদী ৰাইডাইৰ্চ মীটৰ লগত সংগতি ৰাখি অনূষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ।  …

Vajra Prahar ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটিয়া অনুশীলন।

আমেৰিকা যুক্তৰাষ্ট্ৰত আজিৰে পৰা ১৫সংখ্যক ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিশেষ বাহিনীৰ অনুশীলন ভজৰা প্ৰহৰ আৰম্ভ হ’ব। অনুশীলন অহা ২২ নবেম্বৰত অন্ত পৰিব। উল্লেখযোগ্য যে, এই অনুশীলনৰ অন্তিম সংস্কৰণ বিগত ২০২৩ বৰ্ষৰ…

ৰাজ্যৰ চৰকাৰী দক্ষতা বিকাশৰ ক্ষেত্ৰত ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠানসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে।

অসমৰ যুৱ শক্তিৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুকেইখন ঔদ্যোগিক কাৰিকৰী প্রতিষ্ঠান (আই টি আই) স্থাপন বাবে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ যুৱ সমাজৰ প্রতিভা আৰু…

সাংসদ ৰঞ্জিত দত্তই বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বিৰুদ্ধে মানহানী গোচৰ তৰাৰ হুংকাৰ ।

বিহাৰী : ২ নবেম্বৰ ২০২৪ ৰাজ্যত উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিহালী সমষ্টিত বিজেপি ৰঞ্জিত দত্ত আৰু আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বাকযুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। শুক্ৰবাৰে কংগ্ৰেছৰ…

ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ  আৰু কেইখনমান উৎসৱ বিশেষ ৰেল

  ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰু কেইখনমান উৎসৱ বিশেষ ৰেল   মালিগাঁও, ০২ নৱেম্বৰ, ২০২৪:   উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত উৎসৱৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ…

আজিৰে পৰা কেন্দ্ৰীয় চৰকাৰে ভাৰত- ভূটান সীমান্তৰ দৰঙামেলাত ভূমি নিৰীক্ষণ চকীক চৰকাৰী প্ৰব্ৰজন পৰীক্ষা চকী হিচাপে নিৰ্ধাৰণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে অসমৰ তামুলপুৰ জিলাৰ দৰঙামেলাত ভূমি নিৰীক্ষণ চকীক চৰকাৰী প্ৰব্ৰজন পৰীক্ষা চকী হিচাপে নিৰ্ধাৰণ কৰিছে। এই উন্নয়নে সীমা অতিক্ৰম কৰি ভ্ৰমণ বৃদ্ধি কৰিব আৰু অঞ্চলটোত অনুপ্ৰৱেশ প্ৰক্ৰিয়া সুশৃংখলিত কৰিব…

বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ

বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ   গোৰেশ্বৰ-২নৱেম্বৰঃ   বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ। তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।…