Latest Story
কাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতাচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধকলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ24वीं बटालियन सशस्त्र सीमा बल रंगिया ने पैंगोलिन शल्क (चमड़ी) के साथ 01 व्यक्ति को किया गिरफ्तार Tourist Taxi Association Blocks Assam Vehicles at UmtyngngarDrug Deals ❌ Jail Meals ✅ | Assam Police Seize Drugs Worth ₹9 Crore in Back-to-Back RaidsIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservationsনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :TMC leader Sushmita Dev slams BJP, BPF & UPPL in Nagrijuliভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

Main Story

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ: সঞ্জয় মালহোত্ৰা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ: সঞ্জয় মালহোত্ৰা   ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্ৰাৰ নিযুক্তি ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে এই পদৰ বাবে মালহোত্ৰাৰ নাম অনুমোদন…

অসম মন্ত্রীসভাত বৃহৎ সাল-সলনি জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ পৰা আঁতৰিল কি কি বিভাগ?

অসম মন্ত্রীসভাত বৃহৎ সাল-সলনি জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ পৰা আঁতৰিল কি কি বিভাগ? অসম মন্ত্রীসভাত হোৱা বৃহৎ সালসলনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ প্ৰত্যাহ্বান আৰু চৰকাৰী কাম-কাজত গতি আনিবলৈ…

  • Current
  • December 9, 2024
  • 107 views
  • 1 minute Read
প্ৰাক্তন মন্ত্ৰীৰ ঘৰত চুৰিৰ ঘটনা: বাইক চুৰি কাণ্ডত উত্তেজনা।

প্ৰাক্তন মন্ত্ৰীৰ ঘৰত চুৰিৰ ঘটনা: বাইক চুৰি কাণ্ডত উত্তেজনা।   গুৱাহাটী চহৰৰ এখন গুৰুত্বপূর্ণ ঘটনা হৈছে চুৰি। এইবাৰ চোৰৰ লক্ষ্য হৈছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসভৱন।…

  • Current
  • December 9, 2024
  • 105 views
  • 1 minute Read
নেপালৰ “প্ৰকৃতি মালা” নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকী সমগ্ৰ বিশ্বত সৰ্বশ্ৰেষ্ঠ হাতৰ আখৰৰ বাবে পৰিচিত।

নেপালৰ “প্ৰকৃতি মালা” নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকী সমগ্ৰ বিশ্বত সৰ্বশ্ৰেষ্ঠ হাতৰ আখৰৰ বাবে পৰিচিত। তেওঁৰ হাতৰ আখৰ এবাৰ চাওঁকচোন, কম্পিউটাৰে টাইপ কৰা আখৰৰ চেয়ে ধুনীয়া আৰু নিখুঁত বুলি ধৰা…

গুৱাহাটীলৈ আহিল বাংলাদেশৰ ৰাছেল, অংশগ্ৰহণ কৰিলে আন্তঃজাৰ্তিক বেডমিণ্টন প্ৰতিযোগিতাত।

গুৱাহাটীলৈ আহিল বাংলাদেশৰ ৰাছেল, অংশগ্ৰহণ কৰিলে আন্তঃজাৰ্তিক বেডমিণ্টন প্ৰতিযোগিতাত।   বাংলাদেশৰ শ্ৰেষ্ঠ বেডমিণ্টন খেলুৱৈৰ ভিতৰত অন্যতম, ৰাছেল আহমেদ গুৱাহাটীলৈ উপস্থিত হয় আন্তঃজাৰ্তিক বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। এই প্ৰতিযোগিতা অনুষ্ঠিত হয়…

জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছসহ ২ সৰবৰাহকাৰী।

জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছসহ ২ সৰবৰাহকাৰী   জালুকবাৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত আৰক্ষীয়ে এখন বিশেষ অভিযান চলাই ড্ৰাগছসহ ২ গৰাকী সৰবৰাহকাৰীক আটক…

  • Current
  • December 9, 2024
  • 102 views
  • 1 minute Read
বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধৰ দাবীত কুমাৰীকাটাত প্ৰতিবাদী সমদল

বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধৰ দাবীত কুমাৰীকাটাত প্ৰতিবাদী সমদল বাংলাদেশত চলি থকা হিন্দু সম্প্রদায়ৰ ওপৰত হোৱা অত্যাচাৰ আৰু ধ্বংসযজ্ঞৰ বিরুদ্ধে আজি তামুলপুৰ জিলাৰ কুমাৰীকাটাত সদৌ বি.টি.আৰ. বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে…

  • Current
  • December 9, 2024
  • 96 views
  • 1 minute Read
মোদী-আদানীৰ মুখা পিন্ধি প্ৰতিবাদত নামিল ৰাহুল গান্ধী

মোদী-আদানীৰ মুখা পিন্ধি প্ৰতিবাদত নামিল ৰাহুল গান্ধী   ৰাজনৈতিক প্ৰতিবাদত ৰাহুল গান্ধীৰ কৌশল সদায় চমকপ্ৰদ। কিন্তু এইবাৰ তেওঁ নতুন কৌশলেৰে ভাৰতীয় ৰাজনীতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত স্থান লাভ কৰিছে। মোদী-আদানীৰ মুখা পিন্ধি…

  • Current
  • December 9, 2024
  • 108 views
  • 1 minute Read
খানাপাৰাত অশ্ৰুসিক্ত নয়নেৰে ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ।

খানাপাৰাত অশ্ৰুসিক্ত নয়নেৰে ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ।   গুৱাহাটী চহৰৰ খানাপাৰাত আজি অশ্ৰুসিক্ত নয়নেৰে প্ৰতিবাদৰ অনন্য ছবি চাবলৈ পোৱা গ’ল। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী-সহায়িকাসকলে এই প্ৰতিবাদৰ আয়োজন কৰে।…

  • Current
  • December 9, 2024
  • 108 views
  • 1 minute Read
জোনবিল মেলা ২০২৫ : পৰম্পৰাৰ ৰেঙনি

জোনবিল মেলা ২০২৫ : পৰম্পৰাৰ ৰেঙনি   প্ৰাচীন পৰম্পৰাৰ সোঁৱৰণত জাগীৰোডৰ জোনবিলৰ পাৰত ১৬, ১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা। এই তিনিদিনীয় মেলাখন অসমীয়াৰ সংস্কৃতি আৰু ঐতিহ্যৰ…