Latest Story
তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভাগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠানতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

Main Story

ৰিয়ালৰ লোকে হৃদয়ৰ বেদনা আৰু চকুলোৰে দিনটো পাৰ কৰিছে।

  পৰিয়ালৰ লোকে হৃদয়ৰ বেদনা আৰু চকুলোৰে দিনটো পাৰ কৰিছে আৰু আইনী কৌশলে যেন এই দুখীয়া আৰু অসহায় উপজাতিবোৰক পৰীক্ষা কৰি আছে। লাখ লাখ বিপদৰ সন্মুখীন হোৱাৰ পাছতো এতিয়াও ঘৰলৈ…

গোৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান

গোৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান   গোৰেশ্বৰ-১৫নৱেম্বৰঃ   পূৱ ডেফেলী আঞ্চলিক আগছু ভৱনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় অনুষ্ঠানটি ৷   শিশু দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানতে…

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰঃ ২২ টা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হ’ব অসমীয়া নাট ।

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰঃ ২২ টা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হ’ব অসমীয়া নাট ।   অসমৰ এগৰাকী নিপুণ যুৱ নাট্যকাৰ ঋতুপৰ্ণ দাসৰ ৰচনা আৰু পৰিচালিত কুৰুক্ষেত্ৰ নাটখনে শেহতীয়াকৈ এক আকৰ্ষণীয় সাফল্য…

উমিয়া হ্ৰদত মেঘালয়ৰ ছিপ্লেন প্ৰদৰ্শনৰ পদক্ষেপ: পৰ্যটনৰ বাবে এক নতুন আকৰ্ষণ।

উমিয়া হ্ৰদত মেঘালয়ৰ ছিপ্লেন প্ৰদৰ্শনৰ পদক্ষেপ: পৰ্যটনৰ বাবে এক নতুন আকৰ্ষণ।   শেহতীয়াকৈ মেঘালয় চৰকাৰে ৰাজ্যখনৰ ভিতৰৰ এক আচৰিত জলভাগ উমিয়া হ্ৰদত ‘ছিপ্লেন ডেম’ষ্ট্ৰেচন’ পদক্ষেপ উদ্বোধন কৰিছে। এই কাৰ্যসূচী অতিথিসকলৰ…

ডিব্ৰুগড়ত সাংসদসকলৰ সৈতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ পৰ্যালোচনা বৈঠক 

ডিব্ৰুগড়ত সাংসদসকলৰ সৈতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ পৰ্যালোচনা বৈঠক ৰে’লৱে উন্নয়নমূলক কামকাজৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা মালিগাওঁ, ১৪ নৱেম্বৰ, ২০২৪:   উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে…

সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY বিদ্যালয়ত 14 নৱেম্বৰ শিশু দিৱস পালন।

সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY বিদ্যালয়ত 14 নৱেম্বৰ শিশু দিৱস পালন: আজি শিশু দিৱস, শিশু সকলৰ বাবে এটি বিশেষ দিন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটো শিশু…

তামুলপুৰত হস্তী-মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভা।

তামুলপুৰত হস্তী-মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভা। তামুলপুৰ, ১৪ নৱেম্বৰ, ২০২৪ :   তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আজি জিলাখনত অব্যাহত থকা হস্তী-মানুহৰ সংঘাত শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়…

তামুলপুৰত খেল মহাৰন আৰম্ভ ৷ নিজা বাতৰি দিওঁতা

তামুলপুৰত খেল মহাৰন আৰম্ভ ৷   তামুলপুৰঃ১৪ অক্টোবৰঃ ৰাজ্যৰ আন আন জিলাৰ লগতে তামুলপুৰ জিলাতো আজিৰে পৰা আৰম্ভ হৈছে খেল মহাৰন ৷তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত তামুলপুৰ…

গুৱাহাটীত সাতভনী অসম নামৰ সংস্থাটোৰ উদ্যোগত বি বৰুৱা কৰ্কট প্ৰতিস্থানত দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশু সকলৰ সৈতে শিশু দিৱস উদযাপন ।

১৪ নবেম্বৰ ২০২৪ গুৱাহাটীৰ পৰা বিশেষ প্ৰতিবেদন সৰিফুদ্দিন আহমেদ।   আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত শিশু দিৱস পালন কৰা হৈছে । তাৰ সমান্তৰালকৈ গুৱাহাটীস্থিত সাতভনী অসম নামৰ বেচৰকাৰী…

মুচলমানসকলে পশ্চিম পালে মুখ কৰি কিয় প্ৰাৰ্থনা কৰে ।

মুচলমানসকলে পশ্চিম পালে মুখ কৰি কিয় প্ৰাৰ্থনা কৰে ।   ইছলামৰ আচাৰ-ব্যৱহাৰত মুছলমানসকলে নামাজৰ সময়ত নিজকে নিৰ্দিষ্ট দিশৰ দিশত ধাৱমান কৰাটো অতি প্ৰয়োজনীয়, যাক কিবলা বুলি কোৱা হয়। এই দিশটোৱে…