Latest Story
চালক বিহীন ই ৰিক্সা পৰিল পানীত।অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজনদুই কোটি তেইছ লাখ টকা আত্মস্যাতৰ অভিযোগ। নাগ্ৰীজুলি আৰক্ষীযে আটক কৰা দুই যুৱক যুৱতীক জেল হাজতলৈ প্ৰেৰণ। গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷বিৰোধী দলপতি জননেতা শ্ৰী ৰাহুল গান্ধীজীৰ জন্মদিনত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন! 🎉তামুলপুৰৰ শুকানজুলিত বিস্ফোৰক উদ্ধাৰ*

Main Story

ৰাস মহোৎসৱ ২০২৪: পৰম্পৰা আৰু ভক্তিৰ উদযাপন

ৰাস মহোৎসৱ ২০২৪: পৰম্পৰা আৰু ভক্তিৰ উদযাপন ঐতিহাসিক হৰি মন্দিৰত আৰম্ভ হৈছে নলবাৰীৰ চিনাকি ৰাস মহোৎসৱ। সংস্কৃতি, আধ্যাত্মিকতা আৰু পৰম্পৰাৰ সজীৱ মিশ্ৰণ ১৩ দিনীয়া এই উৎসৱটো ১৯৩৩ চনৰ পৰা অবিৰতভাৱে…

আজিৰে পৰা আৰম্ভ হল ৬৭ সংখ্যক তামুলপুৰ ৰাস মহোৎসৱ।

আজিৰে পৰা আৰম্ভ হল ৬৭ সংখ্যক তামুলপুৰ ৰাস মহোৎসৱ। সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তামুলপুৰ ৰাস মহোৎসৱ।   তামুলপুৰ ১৫ নৱেম্বৰ।   আজিৰে পৰা আৰম্ভ হৈছে তামুলপুৰ আঞ্চলিক ৰাস…

ভাৰতীয় ৰেলৱেৰ মুখ্য ৰেলপথসমূহ কৱচ ৪.০ ৰে সজ্জিতকৰণ।

ভাৰতীয় ৰেলৱেৰ মুখ্য ৰেলপথসমূহ কৱচ ৪.০ ৰে সজ্জিতকৰণ মালিগাঁও, ১৫ নৱেম্বৰ, ২০২৪:   ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশত ১০,০০০ টা ৰেল ইঞ্জিন আৰু ১৪,৩৭৫ ৰুট কিলোমিটাৰ (আৰকেএম)তকৈ অধিক ট্ৰেকত উন্নত কৱচ…

ডি আৰ ডি অ’ই খিলঞ্জীয়া পিনাকা অস্ত্ৰ ব্যৱস্থাৰ সফল পৰীক্ষণ ।

ডি আৰ ডি অ’ই খিলঞ্জীয়া পিনাকা অস্ত্ৰ ব্যৱস্থাৰ সফল পৰীক্ষণ ।   উন্নত পিনাকা বহু উৎক্ষেপণ ৰকেট ব্যৱস্থাৰ সফল পৰীক্ষণেৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই উল্লেখযোগ্য সাফল্য লাভ কৰিছে। এই…

জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন ৷

জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন ৷ তামুলপুৰঃ   তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ধর্তী আবা ভগৱান বিরছা মুণ্ডাৰ ১৫০ বছৰৰ জন্ম জয়তী বৰ্ষ উপলক্ষে আজি জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন কৰা…

ৰেল সেৱাৰ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ।

ৰেল সেৱাৰ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ মালিগাঁও, ১৫ নৱেম্বৰ, ২০২৪:   উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ দিহাখো–মুপা ষ্টেচনৰ মাজত শ্লীপাৰ প্ৰতিস্থাপন কৰা কাৰ্যৰ বাবে…

ৰিয়ালৰ লোকে হৃদয়ৰ বেদনা আৰু চকুলোৰে দিনটো পাৰ কৰিছে।

  পৰিয়ালৰ লোকে হৃদয়ৰ বেদনা আৰু চকুলোৰে দিনটো পাৰ কৰিছে আৰু আইনী কৌশলে যেন এই দুখীয়া আৰু অসহায় উপজাতিবোৰক পৰীক্ষা কৰি আছে। লাখ লাখ বিপদৰ সন্মুখীন হোৱাৰ পাছতো এতিয়াও ঘৰলৈ…

গোৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান

গোৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান   গোৰেশ্বৰ-১৫নৱেম্বৰঃ   পূৱ ডেফেলী আঞ্চলিক আগছু ভৱনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় অনুষ্ঠানটি ৷   শিশু দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানতে…

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰঃ ২২ টা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হ’ব অসমীয়া নাট ।

ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰঃ ২২ টা আঞ্চলিক ভাষালৈ অনুবাদ কৰা হ’ব অসমীয়া নাট ।   অসমৰ এগৰাকী নিপুণ যুৱ নাট্যকাৰ ঋতুপৰ্ণ দাসৰ ৰচনা আৰু পৰিচালিত কুৰুক্ষেত্ৰ নাটখনে শেহতীয়াকৈ এক আকৰ্ষণীয় সাফল্য…

উমিয়া হ্ৰদত মেঘালয়ৰ ছিপ্লেন প্ৰদৰ্শনৰ পদক্ষেপ: পৰ্যটনৰ বাবে এক নতুন আকৰ্ষণ।

উমিয়া হ্ৰদত মেঘালয়ৰ ছিপ্লেন প্ৰদৰ্শনৰ পদক্ষেপ: পৰ্যটনৰ বাবে এক নতুন আকৰ্ষণ।   শেহতীয়াকৈ মেঘালয় চৰকাৰে ৰাজ্যখনৰ ভিতৰৰ এক আচৰিত জলভাগ উমিয়া হ্ৰদত ‘ছিপ্লেন ডেম’ষ্ট্ৰেচন’ পদক্ষেপ উদ্বোধন কৰিছে। এই কাৰ্যসূচী অতিথিসকলৰ…